• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় টেলিভিচন জগতত গভীৰ শোক, মাথো ৩৫ বছৰ বয়সতে জীৱন নাট সামৰিলে নীতিনে

ভাৰতীয় টেলিভিচন জগতত গভীৰ শোক, মাথো ৩৫ বছৰ বয়সতে জীৱন নাট সামৰিলে নীতিনে

2 years ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

44 minutes ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

1 hour ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

2 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

2 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

3 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

12 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

13 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

13 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

14 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

14 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

15 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতীয় টেলিভিচন জগতত গভীৰ শোক, মাথো ৩৫ বছৰ বয়সতে জীৱন নাট সামৰিলে নীতিনে

editor by editor
November 8, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতীয় টেলিভিচন জগতত গভীৰ শোক, মাথো ৩৫ বছৰ বয়সতে জীৱন নাট সামৰিলে নীতিনে
0
SHARES
817
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় টেলিভিচন জগতত গভীৰ শোক, মাথো ৩৫ বছৰ বয়সতে জীৱন নাট সামৰিলে নীতিনে

ভাৰতীয় টেলিভিচন জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা নীতিন চৌহানৰ ফালৰ পৰা আহিছে এক অতিকে দুখজনক খবৰ। বৃহস্পতিবাৰে নিশা আত্মহত্যা কৰে অভিনেতাগৰাকীয়ে। বৰ্তমানলৈ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই অভিনেতাগৰাকীৰ।

মাথো ৩৫ বছৰ বয়সতে অভিনেতাগাৰকীয়ে এনে চৰম সিদ্ধান্ত লোৱাত স্তম্ভিত হৈ পৰিছে সহ অভিনেতা-অভিনেত্ৰী সকল। কোনো বন্ধুবৰ্গ তথা পৰিয়ালে নাজানে অবিনেতাগৰাকীৰ এনে চৰম সিদ্ধান্তৰ কাৰণ। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আজি শুকুৰবাৰে পুৱা নীতিনৰ সহ-অভিনেতাই সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে এই দুখজনক খবৰ সদৰি কৰে। ৰিয়েলিটি অনুষ্ঠান দাদাগিৰি ২ৰ বিজেতা হোৱাৰ লগতে বিভিন্ন ধাৰাবাহিক আৰু ক্ৰাইম পেট্ৰ’লৰ জনপ্ৰিয় অভিনেতা আছিল নীতিন চৌহান।

উত্তৰ প্ৰদেশৰ আলিগড়ৰ নিবাসী নীতিনে কৰ্মসূত্ৰে মুম্বাইতে বা কৰি আছিল। আৰু কালি মুম্বাইৰ বাসগৃহতে আত্মহত্যা কৰে। দাদাগিৰি ছিজন ২ ত বিজীয়ী হৈ বহুখিনি জনপ্ৰিয়তা অৰ্জন কৰিছিল নীতিনে। পাছলৈ ‘জিন্দগী ডট কম’, ‘ক্ৰাইম পেট্ৰ’ল’, ‘ফ্ৰেণ্ডছ’, ‘তেৰা য়াৰ হু মে’ আদি ধাৰাবাহিকৰ জৰিয়তে অনুৰাগীৰ হৃদয় জয় কৰিছিল। কিন্তু ক্ৰাইম পেট্ৰলে দিছিল অভিনেতাগৰাকীক প্ৰকৃত পৰিচয়।

নীতিমৰ এনে এক সিদ্ধানৰ পাছতে পৰিয়ালৰ লোকক খবৰ কৰা হয়, লগতে আৰক্ষীকো খবৰ কৰা হয়। আৰক্ষীয়ে বৰ্তমানে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে, কি কাৰণে নীতিনে তেনে এক সিদ্ধান্ত গ্ৰহণ কৰে, সেই বিষয়ে জানিবৰ বাবে পৰিয়াল আৰু বন্দু বৰ্গৰ মাজত সোধপোচ অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Actor SuicideIndian ActorIndian Televisionsuicidetelevision Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!
জীৱনশৈলী

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

May 20, 2026
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?
জীৱনশৈলী

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

May 20, 2026
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম
জীৱনশৈলী

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

May 20, 2026
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

May 20, 2026
Next Post
সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই

সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই

হঠাতে ৰাজপথত হাতে হাতে লাঠি লৈ ওলাই আহিল মহিলাৰ জাক, পৰিস্থিতি দেখি পুৰুষৰ পলায়ন

হঠাতে ৰাজপথত হাতে হাতে লাঠি লৈ ওলাই আহিল মহিলাৰ জাক, পৰিস্থিতি দেখি পুৰুষৰ পলায়ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.