• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই

সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই

2 years ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

24 minutes ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

2 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

14 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

15 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

16 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

16 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

17 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

17 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

17 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

18 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই

editor by editor
November 8, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই

সপোনৰ জগতখন এতিয়াও আমাৰ বাবে ৰহস্যৰে আবৃত। অৱশ্যে জ্যোতিষশাস্ত্ৰত সপোনৰ নিৰ্দিষ্ট ব্যাখ্যা আছে। জ্যোতিষীসকলে কয় যে আপুনি যি সপোন দেখে আৰু কেতিয়া দেখে সেয়া আপোনাৰ ভৱিষ্যত জীৱনত কি হ’ব তাৰ লগত জড়িত।

সপোনত দেখা বহু কথা বাস্তৱ জীৱনত প্ৰভাৱ পেলায়। কেতিয়াবা ভাৱিছেনে সপোনত দেখা টকাৰ কি অৰ্থ হ’ব পাৰে!

মুদ্ৰাৰ সপোন দেখা
যদি আপুনি সপোনত দেখিছে যে আপোনাৰ চাৰিওফালে বহুতো মুদ্ৰা আছে, তেন্তে এই সপোন ভাল নহয়। জ্যোতিষীসকলে কয় যে মুদ্ৰাৰ সপোন দেখাৰ অৰ্থ হ’ল আপোনাৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিবলৈ গৈ আছে। আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। এনে সপোন দেখিলে কোনো দুখীয়া মানুহক বা মন্দিৰলৈ ধন দান কৰক।

সপোনত টকা লোৱা
বহু সময়ত আমি নিজকে সপোনত আন কাৰোবাৰ পৰা টকা লোৱা দেখিবলৈ পাওঁ। এনে সপোন স্বপ্ন শাস্ত্ৰৰ মতে শুভ। তাৰমানে হঠাতে বহুত টকা উপাৰ্জন কৰিবলৈ ওলাইছে। এই সপোনটোৱে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব, আপুনি আৰ্থিক সংকটৰ পৰা মুক্তি পাব।

সপোনত ফটা পুৰণি নোট দেখা
সপোনৰ ব্যাখ্যাত কোৱা হৈছে যে সপোনত ফটা পুৰণি নোট দেখাটো অত্যন্ত অশুভ। ইয়াৰ অৰ্থ হ’ল আপোনাৰ জীৱনত অতি বেয়া সময় আহিব। কেৰিয়াৰত কেইবাটাও সমস্যাৰ সন্মুখীন হ’ব লাগিব। এনে সপোন দেখিলে আৰ্তজনক কিবা এটা দিয়ক।

টকা চুৰি
কোনোবাই আপোনাৰ টকা চুৰি কৰি পলাই যোৱাৰ সপোন? বেয়া যেন লাগিলেও ভাল সপোন। ইয়াৰ অৰ্থ হ’ল আপুনি অতি সোনকালে বহুত টকা উপাৰ্জন কৰিবলৈ ওলাইছে। লগতে আপোনাৰ আবদ্ধ কাম এতিয়াই সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু এনে সপোন দেখিলে কাকো নকব। ৰাতিপুৱা সাৰ পাই মন্দিৰ দৰ্শন কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DreamDream MoneyDream Sastra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Next Post
হঠাতে ৰাজপথত হাতে হাতে লাঠি লৈ ওলাই আহিল মহিলাৰ জাক, পৰিস্থিতি দেখি পুৰুষৰ পলায়ন

হঠাতে ৰাজপথত হাতে হাতে লাঠি লৈ ওলাই আহিল মহিলাৰ জাক, পৰিস্থিতি দেখি পুৰুষৰ পলায়ন

ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ

ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.