• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ

ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ

6 months ago
হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

17 hours ago
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

17 hours ago
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

18 hours ago
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

19 hours ago
ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰিলে সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ, একেলগে ২৭৩ ড্ৰোণ

21 hours ago
চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

চন্দ্ৰৰ আজি শনিৰ ৰাশিত প্ৰৱেশ , ৩ ৰাশিৰ লাভেই লাভ

22 hours ago
ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

ব্যাপক অগ্নিকাণ্ড, একেলগে প্ৰাণ হেৰুৱালে ১৭ গৰাকীকৈ লোকে, বহু আহত

23 hours ago
‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

‘ভাৰত ৰত্ন পাব লাগে কোহলীয়ে’- এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে উত্থাপন কৰিলে এই দাবী

23 hours ago
খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

খবৰ পাইছেনে, ২০৫ যাত্ৰীসহ পাইলট অবিহনে ১০ মিনিট মাজ আকাশত উৰি থাকিল বিমান, কিন্তু..

1 day ago
কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

কাইলৈ ঘৰ সলনি কৰিব ৰাহুৱে, ১৮ মে’ৰ পৰা ভাৱিব নোৱৰা উন্নতি কৰিব এই ৪ৰাশিৰ জাতক জাতিকাই

2 days ago
প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

প্ৰস্ৰাৱত গতি দুৰ্বল? নিশা ঘনাই প্ৰস্ৰাৱ লগা, আঁৰত থাকিব পাৰে শৰীৰৰ এই অংগৰ কৰ্কট, কি কি লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব?

2 days ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 19, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ

editor by editor
November 8, 2024
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ

ভাৰতীয় চিনেমা-চিৰিয়েলৰ বহু কোটি টকীয়া সুন্দৰ সুন্দৰ ছেট আপুনি দেখিছে । পাছে জানেনে ভাৰতীয় টেলিভিচন জগতৰ এখন অতিকে জনপ্ৰিয় ধাৰাবাহিকৰ এটা ছেট সম্পূৰ্ণ জ্বলি গৈছিল । যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৬২ গৰাকীকৈ লোকে। তাৰোপৰি সেই ধাৰাবাহিকৰ মুখ্য অভিনেতা বেয়াকৈ অগ্নিদ্বদ্ধ হৈছিল সেই দুৰ্ঘটনাত।

যাৰ ফলত সুস্থ হোৱাৰ বাবে ৭২ টা কৈ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল অভিনেতাৰ। সেই ধাৰাবাহিকখন আছিল টিপু চুলতান। ধাৰাবাহিকখনৰ নায়ক আছিল সঞ্জয় খান। ধাৰাবহিকখনৰ শ্বুটিঙত বেয়াকৈ জ্বলি গৈছিল অভিনেতা সঞ্জয়। পাছত ৭২ টাকৈ অপাৰেচন কৰি সুস্থ হৈ হে পুনৰ ১৩ মাহৰ পাছত আৰম্ভ কৰিছিল ধাৰাবাহিকখনৰ বাকি থকা কাম।

এক সাক্ষাতকাৰত হোৱা বাৰ্তালাপত এই ঘটনা স্মৰণ কৰি সেই ধাৰাবাহিকৰে অন্য এগৰাকী অভিনেতা অনন্ত মহাদেৱনে কয় যে এয়া এক অতি বেদনাদায়ক দুৰ্ঘটনা। এই দুৰ্ঘটনাই সকলোকে ভয় খুৱাইছিল। অনন্তই কয় যে আজিও দ্য তৰোৱাল অৱ টিপু চুলতানৰ চেটত যি হৈছিল সেই কথা ভাবিলেই গাৰ নোম শিয়ৰি উঠে।

১৯৮৯ চনৰ ৮ ফেব্ৰুৱাৰীত মহীশূৰৰ প্ৰিমিয়াৰ ষ্টুডিঅ’ত দ্য ছ’ৰ্ড অৱ টিপু চুলতানৰ শ্বুটিঙৰ সময়ত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল।

টিপু চুলতানৰ শ্ব’ত পণ্ডিত পূৰ্ণৈয়াৰ চৰিত্ৰত অভিনয় কৰা অনন্ত মহাদেৱানে সেই ঘটনাৰ বিষয়ে স্মৰণ কৰি কয়- ঘটনা ইমানেই ভয়ংকৰ আছিল যে, আজিয়ো সেই কথা মনত কৰিলে সকলো কলা-কুশলীৰে বুকু কঁপি উঠে।

ঘটনাৰ দিনা দীপাৱলীৰ ছেট তৈয়াৰ কৰা হৈছিল । সকলো ব্যস্ত আছিল কামত। তেনেতে হঠাতে জ্বলি উঠে ছেট। যাৰ ফলত চাৰিওফালে হৈ চৈ লাগি যায়। দৌৰা দৌৰিত আহত হৈ বাগৰি পৰে বহু মানুহ।যাৰ ফলতে জ্বলি থকা ছেটে হেঁচা মাৰি ধৰে।

ঘটনাৰ বিষয়ে জানিব  পাৰি মুখ্য অভিনেতা সঞ্জয়ো দৌৰি আহে ছেটলৈ। অন্য় লোকক উদ্ধাৰৰ বাবে আগবাঢ়ি যাওতে মূৰত জ্বলি থকা ছেট পৰি সেই স্থানতে অজ্ঞান হৈ পৰে সঞ্জয়। যাৰ বাবেই মূৰৰ পৰা ভৰিলৈকে জুইয়ে আগুৰি ধৰে অভিনেতাগৰাকীক। পাছত হাস্পতালতহে সংজ্ঞা ঘুৰাই পাই সঞ্জয়ে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Fire CaseIndian ActorIndian TelevisionSanjay Khantelevision Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী
বিবিধ

হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী

May 18, 2025
কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল
ক্ৰীড়া

কোহলীৰ ‘বিৰাট’ ৰেকৰ্ড ভংগ কৰিবলৈ সাজু কে এল ৰাহুল

May 18, 2025
ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে
জীৱনশৈলী

ৰাহু-কেতুৰ মহাগোচৰ, জানক কাৰ ভাগ্যত কি আছে

May 18, 2025
১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড
চিনেমা

১৭ বছৰ বয়সত অভিনয় আৰম্ভ, একেজন অভিনেতাৰ সৈতে ১৩০ চিনেমা কৰি ৰেকৰ্ড

May 18, 2025
Next Post
৪ মাহৰ অন্তত নিদ্ৰাৰ পৰা সাৰ পাব ভগৱান বিষ্ণু, লগতে জাগি উঠিব ৩ ৰাশিৰ ভাগ্য

৪ মাহৰ অন্তত নিদ্ৰাৰ পৰা সাৰ পাব ভগৱান বিষ্ণু, লগতে জাগি উঠিব ৩ ৰাশিৰ ভাগ্য

নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী

নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.