• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী

নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী

2 years ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

1 minute ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

52 minutes ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

1 hour ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

3 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

4 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

4 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

4 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

6 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

6 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

7 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী

editor by editor
November 8, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী
0
SHARES
467
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণী পূৰণ, পুনৰ ক্ষমতালৈ ট্ৰাম্প, ভাৰতৰ সম্বন্ধেও আছে ৩ ভৱিষ্যদ্বাণী

আমেৰিকাত পুনৰ ক্ষমতালৈ ড’নাল্ড ট্ৰাম্প। ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে হোৱাইট হাউছ দখল কৰে ট্ৰাম্পে। ট্ৰাম্পৰ বিজয়ৰ লগে লগে নষ্ট্ৰাডামুছৰ আন এক ভৱিষ্যদ্বাণী সঁচা হৈছে। বিখ্যাত ফৰাচী দাৰ্শনিক নষ্ট্ৰাডামাছে শ শ বছৰৰ পূৰ্বেই আমেৰিকাৰ ৰাজনীতিত এই উল্লেখযোগ্য পৰিৱৰ্তনৰ ভৱিষ্যদ্বাণী কৰিছিল।

১৫৫৫ চনত নষ্ট্ৰাডামুছৰ ভৱিষ্যদ্বাণীৰ এখন গ্ৰন্থ ‘The Prophecies’ নামেৰে প্ৰকাশ পায়। এই গ্ৰন্থখনত তেওঁ কিছুমান ভৱিষ্যদ্বাণী কৰিছিল যিবোৰ পিছলৈ সঁচা হোৱাই নহয় সমগ্ৰ বিশ্বৰ ইতিহাসো সলনি কৰি দিয়ে।

‘The Prophecies’ নামৰ গ্ৰন্থখনত নষ্ট্ৰাডামাছে উল্লেখ কৰিছে যে পৃথিৱীৰ মহাশক্তিসমূহৰ ৰজাক দ্বিতীয়বাৰৰ বাবে তেওঁৰ জীৱনৰ শেষৰ ফালে থকা কোনোবাই সিংহাসনত বহিব। নষ্ট্ৰাডামাছে যেতিয়া এই ভৱিষ্যদ্বাণী কৰিছিল, তেতিয়া আমেৰিকাই পৃথক জাতি হিচাপে আত্মপ্ৰকাশ কৰা নাছিল। কিন্তু নষ্ট্ৰাডামাছে উল্লেখ কৰা বৰ্তমানৰ সময়ছোৱাত আমেৰিকা বিশ্বৰ অন্যতম মহাশক্তি। আৰু ৭৮ বছৰ বয়সত পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ট্ৰাম্প।

ভাৰতৰ বিষয়েও নষ্ট্ৰাডামাছে তেওঁৰ ভৱিষ্যদ্বাণী পুথিত ভাৰতৰ কথা পৃথকে পৃথকে উল্লেখ কৰিছে। তেওঁ কয় যে ভাৰতত এনে এজন ব্যক্তিৰ জন্ম হ’ব যিয়ে ৰাজনীতিৰ লগতে ধৰ্মৰ বহু গুৰুত্বপূৰ্ণ কাম কৰিব। তেওঁ পিছপৰা শ্ৰেণীৰ লোকসকলক দুখ-কষ্টৰ পৰা মুক্ত কৰি বিভিন্ন সমস্যা সমাধান কৰিব।

নষ্ট্ৰাডামাছে তৃতীয় বিশ্বযুদ্ধ হ’ব বুলিও কয়। বিশ্বৰ বহু মহাশক্তি দেশে এই যুদ্ধত যোগ দিব। নষ্ট্ৰাডামাছে ভৱিষ্যদ্বাণী কৰিছিল যে ভাৰতেও তৃতীয় বিশ্বযুদ্ধত অংশ ল’ব। ইয়াৰ উপৰিও ভাৰতৰ বিভিন্ন ধৰ্মৰ লোকৰ মাজত হিংসা আৰু হত্যাৰ ঘটনা বৃদ্ধি পাব বুলিও তেওঁ প্ৰকাশ কৰিছিল। তেওঁ কয় যে ভাৰতৰ জলবায়ু পৰিৱৰ্তনেও ডাঙৰ ৰূপ ল’ব। গ্ৰীষ্মকালত গৰমৰ ঢৌ বৃদ্ধি হোৱাৰ লগে লগে শীতকালত হাড় কপোৱা ঠাণ্ডা বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaDonald Trumpfuture predictindiaNastrdamus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!
বাণিজ্য

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

October 16, 2026
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ
প্ৰযুক্তি

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

October 16, 2026
Next Post
কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব

কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ'ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল'ব নোৱাৰিব

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.