• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ৩০শতাংশ মহিলাই ভোগে উচ্চ ৰক্তচাপত! সুস্থ থাকিবলৈ কি কি নিয়ম মানি চলিব?

ভাৰতৰ ৩০শতাংশ মহিলাই ভোগে উচ্চ ৰক্তচাপত! সুস্থ থাকিবলৈ কি কি নিয়ম মানি চলিব?

1 year ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

2 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

3 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

4 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

4 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

6 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

6 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

6 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

7 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

8 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

8 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ ৩০শতাংশ মহিলাই ভোগে উচ্চ ৰক্তচাপত! সুস্থ থাকিবলৈ কি কি নিয়ম মানি চলিব?

ভাৰতৰ ৩০শতাংশ মহিলাই ভোগে উচ্চ ৰক্তচাপত! সুস্থ থাকিবলৈ কি কি নিয়ম মানি চলিব?

editor by editor
December 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
ভাৰতৰ ৩০শতাংশ মহিলাই ভোগে উচ্চ ৰক্তচাপত! সুস্থ থাকিবলৈ কি কি নিয়ম মানি চলিব?
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাইপাৰটেনছন বা উচ্চ ৰক্তচাপৰ সমস্যাই অসুবিধা দি আছে? এতিয়াৰ ব্যস্ত জীৱনযাপনত ইমানেই অনিয়ম হৈছে যে তেজত কলষ্টেৰলৰ মাত্ৰা বাঢ়িব ধৰিছে৷ ফলত দেখা দিছে ডায়বেটিছেও৷ ৰক্তচাপ এতিয়া প্ৰত্যেকঘৰৰেই সমস্যা৷ চিকিৎসকে জনাইছে যে ইয়াৰ কাৰণ কেৱল খোৱাবোৱাৰ অনিয়মেই নহয়, মানসিক চাপো আছে৷ অতিৰিক্ত উদ্বেগ, দুশ্চিন্তাৰ বাবেও শৰীৰত এই ৰোগ বাঢ়িছে৷ দ্যা লেনচেট মেডিকেল জাৰ্নেলৰ তথ্যই কৈছে যে ভাৰতীয় পুৰুষ আৰু নাৰীৰ এক তৃতীয়াংশই উচ্চ ৰক্তচাপত ভোগে৷ তাৰমাজত মহিলাৰ সংখ্যাই বেছি৷

২০১৯ চনত বিশ্বৰ বিভিন্ন দেশত এক সমীক্ষা চলোৱা হৈছিল৷ তাৰ ৰিপৰ্টত জনা গৈছে যে ভাৰতৰ ৩০শতাংশ মহিলা আৰু ৩২ শতাংশ পুৰুষ উচ্চ ৰক্তচাপ বা হাইপাৰটেনছনৰ চিকাৰ৷ আৰু সেই কাৰণতেই কম বয়সতেই হৃদৰোগৰ আশংকাও বাঢ়িছে৷ সাম্প্ৰতিক সময়ৰ তথ্যই কৈছে, দেশত এতিয়াও অন্তত ৩৫শতাংশ মহিলাই উচ্চ ৰক্তচাপত ভুগি আছে৷

হাইপাৰটেনছনে নিঃশব্দে শৰীৰত বাহ বান্ধে৷ লগতে আনুষঙ্গিক কিছু ব্যাধিও লগত লৈ আহে৷ সমীক্ষাই কৈছে যে ভাৰতত প্ৰতি তিনিজন প্ৰাপ্তবয়স্কৰ এজন উচ্চ ৰক্তচাপজনিত সমস্যাত আক্ৰান্ত৷ উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যুৰ সংখ্যাও ক্ৰমশ বাঢ়িছে৷ বিগত বছৰৰ সমীক্ষাৰ ৰিপৰ্টে কৈছে যে চহৰাঞ্চলত উচ্চ ৰক্তচাপত আক্ৰান্তৰ সংখ্যা বাঢ়ি হৈছে ৩৩.৮শতাংশ৷ প্ৰত্যন্ত অঞ্চলসমূহো পিছুৱাই থকা নাই৷ এতিয়াও অন্তত ২৭.৬শতাংশ মানুহ উচ্চ ৰক্তচাপৰ চিকাৰ৷

ৰক্তচাপজনিত সমস্যাক দুভাগত ভাগ কৰিব পাৰিব৷ এছেনচিয়েল বা প্ৰাইমাৰি আৰু ছেকেণ্ডাৰি৷ সমীক্ষাই কৈছে যে এছেনচিয়েল হাইপাৰটেনছনেই বেছি দেখা গৈছে৷ দ্বিতীয়টোৰ কাৰণক লৈ এতিয়াও গৱেষণা চলি আছে৷ ৰক্তচাপ ১৪০/৯০ উঠিলেই ৰক্তচাপত আক্ৰান্ত বুলি কোৱা হয়৷ যিকোনো সুস্থ ব্যক্তিৰ স্বাভাৱিক ৰক্তচাপ হোৱা উচিত ১২০/৮০৷ যদি কাৰোবাৰ ৰক্তচাপ ১৪০/৯০ৰ বেছি হয় তেতিয়া সেই ব্যক্তিৰ ৰক্তচাপ আছে বুলি ধৰা হয়৷ ভাৰতত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ অন্যতম কাৰণেই হৈছে অনিয়ন্ত্ৰিত ৰক্তচাপ৷

জীৱনযাত্ৰাত কি কি সালসলনি অনাটো ভাল?

বাঢ়ি যোৱা ওজন কমোৱাটো প্ৰধান কাম৷ ওজন বাঢ়িবলৈ আৰম্ভ কৰিলে ৰক্তচাপো এটা পৰ্যায়ত গৈ অনিয়ন্ত্ৰিত হৈ পৰে৷ তেতিয়াই ডায়বেটিছ, কলষ্ট্ৰেৰল, ট্ৰাইগ্লিছাৰাইড, হাৰ্টৰ অসুখ হ’ব পাৰে৷ সেয়ে নিয়মিত শৰীৰচৰ্চা আৰু সঠিক ডায়েট কৰি ওজন কমাব লাগে৷ অতিৰিক্ত ধূমপান নকৰাই ভাল৷ এলকহলৰ নিচা কমাওক৷

ছডিয়াম সমৃদ্ধ খাদ্য কমকৈ খাব৷ বেছি পৰিমাণে ছডিয়াম আৰু তুলনাত কম পৰিমাণে পটাছিয়াম শৰীৰত গ’লেও উচ্চ ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে৷ বাহিৰৰ খাদ্য, বেছি তেলমছলা যুক্ত খাদ্য, প্ৰক্ৰিয়াজাত খাদ্য খোৱাটো বেয়া৷ বেছিকৈ সেউজীয়া শাক পাচলি, ফল, দানাশস্য খাওক৷ পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ প্ৰতিদিনে অন্তত ৭ৰ পৰা ৮ঘণ্টা টোপনিৰ প্ৰয়োজন৷

কামৰ মাজতেই নিয়মিত শৰীৰচৰ্চা কৰিব লাগে৷ জিমত যোৱাৰ সময় নাথাকিলে খোজ কাঢ়ক৷ চাইকেল চলাওক, সাঁতোৰা বা কোনো খেলাধুলাও কৰিব পাৰিলে ভাল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
দৰমহা মাত্ৰ ১৩ হাজাৰ, কিনিছে BMW বাইক আৰু বাহন, 4BHK ফ্লেট! ক’ত কেনেকৈ মেনেজ কৰিছে ধন?

দৰমহা মাত্ৰ ১৩ হাজাৰ, কিনিছে BMW বাইক আৰু বাহন, 4BHK ফ্লেট! ক’ত কেনেকৈ মেনেজ কৰিছে ধন?

২৭ ডিচেম্বৰতেই সলনি হৈ পৰিব এইকেইটা ৰাশিৰ জীৱন, আহিব অৰ্থসুখ

২৭ ডিচেম্বৰতেই সলনি হৈ পৰিব এইকেইটা ৰাশিৰ জীৱন, আহিব অৰ্থসুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.