• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

1 month ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

11 hours ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

13 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

13 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

13 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

14 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

15 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

15 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

16 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

17 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

17 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

18 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

18 hours ago
  • About
  • Advertise
  • Careers
Thursday, February 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

editor by editor
December 28, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী আটাইতকৈ ধনী
জগনমোহন ৰেড্ডীৰ সম্পত্তিৰ পৰিমান ৩৭০ কোটি
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমান ১৩২ কোটি
উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সম্পত্তিৰ পৰিমাণ ৬৩.২৭ কোটি
পুডুচেৰীৰ মুখ্যমন্ত্ৰী এণ্ডা ৰাঙ্গাস্বামীৰ সম্পত্তিৰ পৰিমাণ ৩৭.২৪ কোটি
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিওৰ সম্পত্তিৰ পৰিমাণ ২৮.১৪ কোটি
চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ সম্পত্তিৰ পৰিমাণ ১৫.১৮ কোটি
তেলেঙ্গানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেষৰ ৰাওৰ সম্পত্তিৰ পৰিমাণ ১৩.৭২ কোটি
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ সম্পত্তিৰ পৰিমাণ ১১.২৮ কোটি
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সম্পত্তিৰ পৰিমাণ ৭.১৮ কোটি
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ স্বাৱন্তৰ সম্পত্তিৰ পৰিমাণ ৫.৬৯ কোটি
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সম্পত্তিৰ পৰিমাণ ৫.৫১ কোটি
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ছুকবিন্দৰ সিং সুখুৰ সম্পত্তিৰ পৰিমাণ ৫.২৪ কোটি
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সম্পত্তিৰ পৰিমাণ ৪.০৩ কোটি
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সম্পত্তিৰ পৰিমাণ ৩.৬৪ কোটি
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সম্পত্তিৰ পৰিমাণ ২.৭৬ কোটি
মধ্যপ্ৰদেশৰ মুক্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ পৰিমাণ ২.৬৩ কোটি
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ সম্পত্তিৰ পৰিমাণ ২.২৪ কোটি
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণৰ সম্পত্তিৰ পৰিমাণ ২.২৪ কোটি
মিজোৰামৰ মুখ্যমন্ত্ৰী জাৰাম ঠাঙ্গাৰ সম্পত্তিৰ পৰিমাণ ২.০২ কোটি
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সম্পত্তিৰ পৰিমাণ ২ কোটি
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সম্পত্তিৰ পৰিমাণ ১.৬৭ কোটি
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সম্পত্তিৰ পৰিমাণ ১.৫৬ কোটি
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছৰৰাজ বুমানীৰ সম্পত্তিৰ পৰিমাণ ১.৩৫ কোটি
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ সম্পত্তিৰ পৰিমাণ ১.২৭ কোটি
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সম্পত্তিৰ পৰিমাণ ১.২২ কোটি
মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সম্পত্তিৰ পৰিমাণ ১.০৭ কোটি
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১.০৪ কোটি
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰী বিজায়নৰ সম্পত্তিৰ পৰিমাণ ৭২ লাখ
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পত্তিৰ পৰিমাণ ৫৬ লাখ
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ ১৫ লাখ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?
বাণিজ্য

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

February 1, 2023
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…
অসম

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

February 1, 2023
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…
অপৰাধ

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

February 1, 2023
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
Next Post
৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

আধাৰৰ সৈতে বিদ্যুত সংযোগ কৰিলেই পাব ১০০ ইউনিট ফ্ৰী বিদ্যুত, চৰকাৰে দিছে এই বিশেষ জাননী…

আধাৰৰ সৈতে বিদ্যুত সংযোগ কৰিলেই পাব ১০০ ইউনিট ফ্ৰী বিদ্যুত, চৰকাৰে দিছে এই বিশেষ জাননী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.