• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

8 months ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

5 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

5 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

5 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

7 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

7 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

8 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

9 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

10 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

12 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

editor by editor
December 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডিগৰ ফ্লাইট বিপৰ্যয়ৰ বাবে চৰম দুৰ্ভোগ ভুগিছে যাত্ৰীয়ে৷ এখনৰ পাছত আনখন বিমান বাতিল কৰাৰ লগতে উৰানৰ সময় খেলিমেলিক লৈ যাত্ৰী ক্ষোভিত হৈ পৰিছে৷ এই খেলিমেলিৰ মাজতে এইবাৰ নতুন ফ্লাইট ডিউটি টাইম লিমিটেছনচ আৰু এটা ক্লজ প্ৰত্যাহাৰ কৰিছে DGCAয়েই৷ এইবাৰৰ পৰা সাপ্তাহিক বিশ্ৰামৰ দিনৰক সলনি অন্য কোনো ছুটি ল’ব নোৱাৰিব৷ ইয়াৰোপৰি উৰান বাতিল হলে শেষপৰ্যন্ত টিকটৰ টকা উভতাই পোৱা যাবনে সেই বিষয়ক লৈয়ো যাত্ৰীৰ মনত বিভ্ৰান্তি আছে৷

টিকটৰ টকা কেনেকৈ উভতাই পাব?

বিগত ২ ডিচেম্বৰৰ পৰা বৰ্তমান পৰ্যন্ত দিল্লী, মুম্বাই, বাংগালুৰু, কলকাতা আৰু কেইবাশ ইণ্ডিগ’ৰ ফ্লাইট বাতিল হৈছে৷ কেইবাহাজাৰ যাত্ৰী বিপাকত পৰিছে৷ সঠিক সময়ত গন্তব্যত উপস্থিত হ’ব পৰা নাই৷ যাত্ৰীসকলৰ লাইন, শাৰী শাৰী লাগেজ, বিমানবন্দৰসমূহত পৰি আছে৷ কিন্তু  সকলোৰে প্ৰশ্ন হঠাৎ বাতিল হোৱা ফ্লাইটৰ টিকটৰ টকা কেনেকৈ উভতাই পাব পাৰে?

জানি থওক ধন উভতাই পোৱাৰ সমগ্ৰ প্ৰক্ৰিয়া

ইণ্ডিগ’ৰ ৱেবচাইটত যাওক আৰু তললৈ স্ক্ৰোল কৰি ‘Support’ অপশ্ব্যনত ক্লিক কৰক৷

‘Plan B’ অপশ্ব্যন পোৱা যাব৷ তাত ক্লিক কৰিলে ফ্লাইট সলনি বা ৰিফাণ্ড পোৱা যাব৷

PNR/বুকিং ৰেফাৰেন্স নম্বৰ আৰু ইমেইল আইডি দিয়ক৷

ইয়াৰপাছতেই Change Flight বা Cancel Flight -এই দুটাৰ মাজত যি প্ৰয়োজন সেয়াই বাচি লওক৷

একেই টিকট নতুন সময় বা তাৰিখ বাচি ল’ব পাৰে৷

ইয়াৰোপৰি ফ্লাইট বাতিল কৰি ৰিফাণ্ডো পাব পাৰে৷

Plan Bৰ সুবিধা পাব যদি আপোনাৰ ফ্লাইট বাতিল হয়, নিৰ্ধাৰিত সময়ৰ পৰা ১ ঘণ্টা বা বেছি পূৰ্বে ফ্লাইট আগুৱাই অনা হয় অথৱা নিৰ্ধাৰিত সময়ৰ পৰা ২ ঘণ্টা বা বেছি দেৰি হয়৷

Plan B ব্যৱহাৰ কৰিবলৈ বেলেগকৈ ধন নালাগে৷

সাধাৰণতে ৭ কৰ্মদিৱসৰ মাজত ৰিফাণ্ড পোৱা যাব৷

পাইলটৰ ছুটিত কি কি সালসলনি?

পূৰ্বৰ নিৰ্দেশিকাত কোৱা হৈছে যে পাইলট বা বিমানচালকে লোৱা ছুটিক সাপ্তাহিক বিশ্ৰামৰ যি নিৰ্দিষ্ট সময়সীমা, তাৰ অন্তৰ্ভুক্ত কৰা নাযাব৷ অৰ্থাৎ পাইলটে আগন্তুক ছুটি লওক বা নলওক, সপ্তাহত ৪৮ ঘণ্টা বিশ্ৰাম তেওঁলোকক দিবই লাগিব৷ এই সংক্ৰান্তিয় নিয়ম শিথিল কৰা হৈছে৷ পাইলটসকলৰ নিশাৰ ডিউটি সংক্ৰান্তিয় বিধিও শিথিল কৰিছে DGCA। এইবাৰৰ পৰা সাপ্তাহিক বিশ্ৰামৰ দিনৰ সলনি অন্য কোনো ছুটি তেওঁলোক ল’ব নোৱাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং
বিনোদন

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

July 30, 2026
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
Next Post
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.