• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

4 months ago
চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

58 minutes ago
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

2 hours ago
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

3 hours ago
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

3 hours ago
পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

পত্নীৰ সফলতা সহ্য হোৱা নাই স্বামীৰ! পুনৰ চৰ্চাত ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্ক

4 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

4 hours ago
নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক লং, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, এপ্ৰিল মাহত পাব সোণালী সুযোগ!

ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, এপ্ৰিল মাহত পাব সোণালী সুযোগ!

5 hours ago
ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

ব’হাগ মাহত দান কৰক এইবোৰ বস্তু, ধনেৰে উপচি পৰিব ঘৰ!

6 hours ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

6 hours ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

7 hours ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

editor by editor
December 5, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
0
SHARES
11.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কালি অৰ্থাৎ বৃহস্পতিবাৰে ভাৰতলৈ আহিছে ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন৷ দুদিনৰ ভাৰত যাত্ৰাত একাধিক কাৰ্যসূচী আছে তেওঁৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নৈশভোজৰ পৰা আৰম্ভ কৰি ভাৰত-ৰাছিয়া ছামিটতো তেওঁলোকে অংশগ্ৰহণ কৰিব৷ ৰুছ প্ৰেছিডেণ্টৰ নিৰাপত্তাক লৈয়ো ডাঙৰ ব্যৱস্থা কৰা হৈছে৷ তৈয়াৰ কৰা হৈছে পাঁচস্তৰীয় নিৰাপত্তা ব্যৱস্থা৷ প্ৰেছিডেণ্ট পুটিনৰ বাবে আগেভাগেই বিশেষ বাহন, ৱাছ চেনাট যেনেকৈ আহিছে তেনেকৈ আহিছে এক বিশেষ ছুটকেছো৷ কি বৈশিষ্ট্য এই ছুটকেছৰ?

জানিলে আচৰিত হ’ব যে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন অন্য কোনো দেশলৈ গলে তাৰ হোটেলৰ শৌচাগাৰ ব্যৱহাৰ নকৰে৷ মল মূত্ৰ ত্যাগ নকৰে তেওঁ সেই হোটেল বা অতিথিশালাৰ ৰুমৰ টয়লেটত৷ তেন্তে ক’ত নিত্যকৰ্ম কৰে পুটিনে? সেই কথা বহুজনেই জানিব খোজে৷ পুটিন কোনো দেশলৈ যাত্ৰা কৰিলে তেওঁৰ দেহৰক্ষীৰ সৈতে থাকে পুপ ছুটকেছ৷ যেতিয়া প্ৰয়োজন হয় এই ছুটকেছতেই যাৱতীয় কাম কৰে পুটিনে৷

কিয় বাহিৰৰ কোনো শৌচাগাৰলৈ নাযায় পুটিন?

পুটিন বাহিৰৰ শৌচাগাৰলৈ নোযোৱাৰ কাৰণ হৈছে তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা কোনোৱে যাতে জানিব নোৱাৰে৷ ৰুছ প্ৰেছিডেণ্টক মৰাৰ চেষ্টা বহুজনেই কৰি থাকে৷ ইফালে তেওঁৰ স্বাস্থ্যক লৈয়ো বিস্তৰ জল্পনা চলিছে৷ কেতিয়াবা কেতিয়াবা দেখা যায় পুটিনৰ হাত কঁপে৷ কেতিয়াবা আকৌ শুনা যায় পুটিন মাৰণ ৰোগত আক্ৰান্ত৷ কিন্তু মস্কোৱে কেতিয়াও পুটিনৰ স্বাস্থ্যক লৈ মুখ খোলা নাই৷ এই পৰিস্থিতিত পুটিনৰ মল মূত্ৰ আদি যদি শত্ৰুৰ হাতলৈ যায় আৰু সেয়া পৰীক্ষা কৰে তেন্তে পুটিনৰ স্বাস্থ্য সম্পৰ্কে জানিব পাৰিব৷ সেই আশংকাতেই পুটিনৰ সৈতে সকলো সময়তে থাকে পুপ ছুটকেছ৷

ইয়াৰোপৰি ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ খোৱাবোৱাৰ বাবেও তেওঁৰ বিমানত আছে পাৰ্ছনেল ফুড লেব৷ এসপ্তাহৰ খাদ্য, ব্যক্তিগত ৰান্ধনিও আহে মস্কোৰ পৰাই৷ যিমানেই আমন্ত্ৰণ নকৰক কিয় বিষক্ৰিয়াৰ আশংকাত বাহিৰৰ কোনো খাদ্যই গ্ৰহণ নকৰে পুটিনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে
স্বাস্থ্য

চুম্বনে মাতিব বিপদ! এটা চুম্বন আৰু ৩ গুণ মগজুৰ ৰোগৰ আশংকা, জনালে চিকিৎসকে

April 4, 2026
মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ
বিনোদন

মাতৃ হ’বলৈ সাজু নেকি ৰশ্মিকা? বিয়াৰ ডেৰমাহ পিছতে দিব ওলাইছে ভাল খবৰ

April 4, 2026
হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম
জীৱনশৈলী

হাতত ক’লা সূতা বান্ধিছে নেকি? সফলতা পাবলৈ পালন কৰক সঠিক নিয়ম

April 4, 2026
দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?
বিনোদন

দেশ এৰিলে ছানী লিয়নে! বলীউড এৰি ক’ত ব্যস্ত অভিনেত্ৰীগৰাকী?

April 4, 2026
Next Post
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ভাল সময় আহিছে মেষ-কৰ্কটসহ কাৰ কাৰ?

আগন্তুক সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ভাল সময় আহিছে মেষ-কৰ্কটসহ কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.