• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

1 year ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

1 hour ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

3 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

11 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

11 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

11 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

12 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

14 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

14 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

15 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

15 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

editor by editor
June 21, 2025
in জীৱনশৈলী, ভাৰত
0
মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ
0
SHARES
693
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াৰ ইণ্ডিয়াৰ বোয়িং বিমান বিপৰ্যয়ৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ সেই বিমানৰ চালকে মে ডে কল কৰিল্ও শেষৰক্ষা হোৱা নাই৷ সেই দুৰ্ঘটনাৰ পৰা শিক্ষা লৈ মে ডে কল কৰিলে ইণ্ডিগো বিমানৰ পাইলটে৷ পাইলটৰ তৎপৰতাত ইণ্ডিগোৰ গুৱাহাটী-চেন্নাইগামী বিমানখনে বাংগালুৰুত জৰুৰী অৱতৰণ কৰে৷

বিমানত ইন্ধন কম থকাৰ বাবেই জৰুৰী অৱতৰণ কৰা হৈছে বুলি জনাইছে৷ ঘটনাটো বৃহস্পতিবাৰৰ৷ জনা গৈছে ১৬৮ জন যাত্ৰীক লৈ গুৱাহাটীৰ পৰা চেন্নাইগামী ইণ্ডিগোৰ বিমানে বিগত বৃহস্পতিবাৰে নিশা চৰম সংকটত পৰিছিল৷ ইন্ধন শেষ হোৱাৰ কথা জনাবলৈ পাইলটে মে ডে কল কৰে৷ শেষপৰ্যন্ত সেই বিমানখনত বাংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে৷

সূত্ৰৰ খবৰ অনুসৰি গন্তব্যৰ পৰা ৩৫ মাইল দূৰৈত থকা অৱস্থাত পাইলটে মে ডেৰ সংকেত পঠিয়াই৷ বিমানৰ হঠাৎ ওঠানমা হোৱাত যাত্ৰীসকলৰ মাজত আতংকইয়ো বিৰাজ কৰে৷ শেষপৰ্যন্ত সকলো নিৰাপদেই আছিল৷ বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ একাধিক সূত্ৰই জনাইছে যে পাইলটে দ্বিতীয়বাৰ অৱতৰণৰ চেষ্টা নকৰি চিধাই বাংগালুৰুলৈ ৰাওনা হয়৷

জনা গৈছে, সংকেত পোৱাৰ লগে লগেই এয়াৰ ট্ৰেফিক কণ্ট্ৰল গ্ৰাউণ্ড ষ্টাফসকলক সতৰ্ক কৰি দিয়া হৈছে৷ মেডিকেল আৰু প্ৰতিৰক্ষা কৰ্মীসকলো প্ৰস্তুত আছিল৷ নিশা ৮ বাজি ২০ মিনিটত বিমানখনে বাংগালুৰুত নিৰাপদে অৱতৰণ কৰে৷ এক সূত্ৰই জনাইছে যে বিমানখনে যেতিয়া গ’ এৰাউণ্ড কৰে তেতিয়াই তাৰ ওচৰত বাধ্যতামূলক মিনিমাম ডাইভাৰছন ফুয়েল নাছিল বুলি জনা গৈছে৷

বাংগালুৰুত অৱতৰণৰ পাছতেই ফ্লাইটৰ ক্ৰুৱে ঘোষণা কৰে যে বিমানখনত ইন্ধন ভৰোৱাৰ পাছতেই আকৌ চেন্নাই অভিমুখে যাত্ৰা কৰিব৷ তাৰপিছতেই অন্য পাইলটসকলৰ পৰিচলানাত বিমানখনে নিশা ১১.২৫ মিনিটত চেন্নাইত অৱতৰণ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
Next Post
দেওবাৰে ত্ৰিপুস্কৰ যোগত সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! ব্যৱসায়ত লাভ, চাকৰিতো চমক, ধন আহিব হাতলৈ

দেওবাৰে ত্ৰিপুস্কৰ যোগত সৌভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! ব্যৱসায়ত লাভ, চাকৰিতো চমক, ধন আহিব হাতলৈ

মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

মাজ আকাশত আকৌ হাহাকাৰ! লণ্ডনৰ উদ্দেশ্যে ৰাওনা হোৱা ব্ৰিটিছ এয়াৰৱেজৰ বিমান আকৌ উভতিল চেন্নাইলৈ, ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.