• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

14 minutes ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

34 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

60 minutes ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

1 hour ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

3 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

3 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

4 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

4 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

5 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

5 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

6 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

editor by editor
March 13, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?
0
SHARES
29k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইন্দোনেছিয়াৰ ২৬ বছৰ বয়সীয়া এজন যুৱকে ধুমধামেৰে আয়োজন কৰিছিল বিবাহৰ৷ বিবাহক লৈ সকলো সুখী৷ সকলো ৰীতি নীতি শেষ কৰি পত্নীৰ কাষ চাপোতেই যুৱকৰ মূৰত যেন সৰগ ভাঙি পৰিল৷ বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে গম পায় যে তেওঁ বিয়াপতা পত্নীগৰাকী মহিলা নহয় পুৰুষহে৷ ৰিপৰ্ট অনুসৰি যুৱকজনে মহিলাৰ ছদ্মনাম লৈ প্ৰেমত পৰিছিল ইন্দোনেছিয়ান যুৱকৰ৷ তাৰপিছতেই ধুনীয়া নাৰী দেখি ৰৈ নাথাকি বিয়া কৰাই সংসাৰ আৰম্ভ কৰে যুৱকে৷ বিবাহৰ পাছতহে ওলাই পৰে উৰহীৰ উৰ৷ প্ৰতাৰণাৰ বলী হৈ যুৱকে সংবাদ মাধ্যমৰ কাষ চাপিছে৷ কোনোৱে যাতে তেওঁৰ দৰে প্ৰতাৰণাৰ চিকাৰ নহয় তাৰবাবে সকলোকে সঁকীয়াই দিছে৷

যুৱকৰ সৈতে কেনেকৈ পৰিচয় হৈছিল ছদ্মবেশী নাৰী হোৱা সেই যুৱকৰ সেই কথাও জনাইছে যুৱকজনে৷ ঘটনাৰ আৰম্ভ হৈছিল সামাজিক মাধ্যমযোগেই৷ সামাজিক মাধ্যমতেই এজনে আনজনৰ সৈতে পৰিচিত হৈছিল৷ আদিন্দা কানজা নামৰ এটা একাউণ্টত এই ছদ্মবেশী পুৰুষ নাৰীক দেখা পাইছিল তেওঁ৷ সামাজিক মাধ্যমতেই বন্ধুত্ব গঢ়ি উঠাত আদিন্দা কানজাই জনাইছিল যে তেওঁ এগৰাকী মুছলমান নাৰী৷ ধৰ্মীয় নিয়ম মানি তেওঁ সকলোসময়তে ঐতিহ্যবাহী বোৰ্খা পৰিধান পৰে৷ নিকাব পিন্ধে৷

তেওঁলোকৰ সম্পৰ্ক ইমানেই গভীৰ হয় যে ২০২৪ চনৰ এপ্ৰিল মাহত বিবাহবন্ধনত আবদ্ধ হয়৷ বিবাহৰ পাছতো কানজাই পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অস্বীকাৰ কৰে৷ শাৰীৰিক সম্পৰ্ক কৰিবলৈকো মান্তি নহয়৷ এই পৰিস্থিতিত বিবাহ কৰাই নিয়া যুৱকজনে সন্দেহ কৰি তেওঁ পত্নী সম্পৰ্কে আৰু আৰু তথ্য বিচাৰিবলৈ আৰম্ভ কৰে৷ অৱশেষত তেওঁ জানিব পাৰে যে কানজা প্ৰকৃততে এজন পুৰুষ৷ তেওঁ ২০২০ চনৰ পৰা নাৰীৰ বেশ ধৰি বহুতকে প্ৰতাৰণা কৰি আহিছে৷ এই ঘটনাৰ পাছতেই ইন্দোনেছিয়াৰ স্থানীয় বাসিন্দাসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
Next Post
নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে TATA NANO, কিমান দাম হ’ব ৰতন টাটাৰ নতুন NANO’ৰ?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.