• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ বতৰ আগমণৰ সময়তে সুখবৰ! পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য

বিয়াৰ বতৰ আগমণৰ সময়তে সুখবৰ! পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য

1 year ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

4 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

5 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

5 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

6 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

7 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

7 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

8 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

9 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

9 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

10 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

10 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিয়াৰ বতৰ আগমণৰ সময়তে সুখবৰ! পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য

editor by editor
November 11, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী, বাণিজ্য, ভাৰত
0
বিয়াৰ বতৰ আগমণৰ সময়তে সুখবৰ! পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য
0
SHARES
465
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়াৰ বতৰ আগমণৰ সময়তে সুখবৰ! পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য

উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে ভাৰতত আৰম্ভ হৈছে বিয়াৰ বতৰ। আহিন মাহৰ পৰা ভাৰতত আৰম্ভ হয় বিয়া। আহিন, আঘোন, মাঘ বিয়াৰ বাবে উত্তম সময়। এই বিয়াৰ বতৰতে আহিছে সোণৰ মূল্যৰ ওপৰত নতুন আপডেট।

মধ্যবিত্ত শ্ৰেণীৰ বাবে অলপ সকাহ। নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে সোণৰ মূল্যত সকাহ। দেওবাৰৰ তুলনাত সোমবাৰে মূল্য হ্ৰাস পায় সোণৰ। কোন ঠাইত কি মূল্য সোণৰ-

কলকাতাত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭২,৭৪০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৯,৩৫০ টকা।

২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য দিল্লীত ৭২,৮৯০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৯,৫০০ টকা।

মুম্বাইত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭২,৭৪০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৯,৩৫০ টকা।

আহমেদাবাদত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭২,৭৯০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৯,৪০০ টকা।

চেন্নাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭২,৭৪০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৯,৩৫০ টকা।

গুৰুগ্ৰামত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭২,৮৯০ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৭৯,৫০০ টকা।

ইয়াৰ সমাান্তৰালকৈ গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেটৰ প্ৰতি গ্ৰামত কালিৰ তুলনাত ৫৫ টকা হ্ৰাস পাই ৭২২০ টকা, ১০ গ্ৰামত ৭২,২০০ টকা।

২৪ কেৰেটৰ প্ৰতি গ্ৰামত ৬০ টকা হ্ৰাস পাই ৭৮৭৬ টকা, ১০ গ্ৰামত ৭৮,৭৬০ টকা।

১৮ কেৰেটৰ প্ৰতি গ্ৰামত ৪৫ টকা হ্ৰাস পাই ৫৯০৭ টকা হৈছে, ১০ গ্ৰামত ৫৯,০৭০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Down PriceGold MarketGold PriceGold Price DownGuwahati Gold Price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়
জীৱনশৈলী

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

March 17, 2026
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ
জীৱনশৈলী

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

March 17, 2026
Next Post
আজি অন্তিমবাৰৰ বাবে আকাশত দেখা যাব ভিষ্টাৰাৰ বিমান, কাইলৈৰ পৰা হৈ পৰিব…

আজি অন্তিমবাৰৰ বাবে আকাশত দেখা যাব ভিষ্টাৰাৰ বিমান, কাইলৈৰ পৰা হৈ পৰিব...

শনি প্ৰত্যক্ষ হৈ ভাগ্য জিলিকাই তুলিব ৫ ৰাশিৰ, কন্যা-ধনুৰ বাবে অতিকে বিশেষ

শনি প্ৰত্যক্ষ হৈ ভাগ্য জিলিকাই তুলিব ৫ ৰাশিৰ, কন্যা-ধনুৰ বাবে অতিকে বিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.