• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

7 months ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

23 minutes ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

1 hour ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

2 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

3 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

4 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

4 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

5 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

15 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

16 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

16 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

editor by editor
September 15, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
0
SHARES
373
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বেছিভাগ মানুহৰেই গৃহঋণ অবিহনে ঘৰ কিনা কঠিন হৈ পৰিছে৷ এই পৰিস্থিতিত সঠিক বেংক আৰু কম সুদৰ হাৰ নিৰ্বাচন কৰা খুবেই গুৰুত্বপূৰ্ণ৷ এই প্ৰতিবেদনত দুটা প্ৰধান চৰকাৰী বেংক, SBI আৰু PNBৰ গৃহঋণৰ তুলা তুলি ধৰা হৈছে৷ জানক ২৫ লাখ টকাৰ ঋণত কোন বেংকৰ ই এম আই বেছি লাভজনক?

সুদৰ হাৰৰ তুলনা

SBI গৃহঋণঃ সুদৰ হাৰৰ বাৰ্ষিক ৭.৫০ শতাংশৰ পৰা আৰম্ভ হয়৷

PNB গৃহঋণঃ সুদৰ হাৰ বাৰ্ষিক ৮.২৫ শতাংশৰ পৰা আৰম্ভ হয়৷

২৫ লাখ টকাৰ ঋণৰ বাবে মাহিলী কিস্তি গণনা ২০ বছৰৰ ম্যাদৰ বাবে কিমান হ’ব?

এছ বি আই গৃহঋণ

সুদৰ হাৰঃ বাৰ্ষিক ৭.৫০ শতাংশ

প্ৰতিমাহৰ কিস্তিঃ ২০ হাজাৰ ১৪০ টকা৷

২০ বছৰৰ মুঠ পৰিশোধঃ ৪৮,৩৩,৫৫৯ টকা৷

মুঠ সুদঃ ২৩,৩৩,৫৫৯ টকা৷

২. পি এন বি গৃহঋণ

সুদৰ হাৰঃ বাৰ্ষিক ৮.২৫ শতাংশ

প্ৰতি মাহৰ কিস্তিঃ ২১,৩০২ টকা৷

২০ বছৰৰ মুঠ পৰিশোধঃ ৫১,১২,৩৯৪ টকা৷

মুঠ সুদঃ ২৬,১২,৩৯৪ টকা৷

তুলনা

মাহিলী কিস্তি পাৰ্থক্যঃ PNBৰ তুলনাৰ প্ৰতিমাহে ১১৬২ টকা কম এছ বি আইত৷

সুদৰ পাৰ্থক্যঃ SBIত ২,৭৮,৮৩৫টকা কম সুদত দিব লাগে৷

PNBৰ তুলনাত SBIৰ হোম লোন বেছি লাভজনক, কাৰণ ইয়াৰ সুদৰ হাৰ কম আৰু EMIও কম৷ ঋণ লোৱাৰ পূৰ্বে যি বিষসমগূহ মনত ৰাখিব লাগে৷

CIBIL স্কোৰঃ ভাল CIBIL স্কোৰ থাকিলে কম সুদৰ হাৰত ঋণ লাভ কৰিব৷

প্ৰক্ৰিয়াকৰণ ফিঃ বেংকসমূহত প্ৰক্ৰিয়াকৰণৰ ফি লোৱা হয়৷

অতিৰিক্ত চাৰ্জঃ অন্যান্য ঋণ সম্পৰ্কিত খৰচ সম্পৰ্কে সোধপোছ কৰি লওক৷

ঋণৰ ম্যাদঃ ম্যাদ যিমান বেছি হয় সুদো সিমান বেছি হব৷ ঋণ খৰতকীয়াকৈ পৰিশোধ কৰাৰ চেষ্টা কৰক৷

অৰ্থাৎ তুলনাত দেখা গৈছে SBIৰ গৃহঋণ পি এন বিৰ তুলনাত ভাল৷

সতৰ্কতাঃ ঋণ লোৱাৰ পূৰ্বে বেংকৰ সৈতে সমস্ত চৰ্তাৱলী নিশ্চিত কৰক আৰু আপোনাৰ আৰ্থিক উপদেষ্টাৰ সৈতে পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!
বাণিজ্য

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Next Post
পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

পাঁচ বছৰ জমা কৰিলেই পাব ১৭ লাখ টকা, পোষ্ট অফিচৰ এই বাম্পাৰ স্কিম কি আজিয়েই জানি থওক

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.