• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

4 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

5 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

6 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

6 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

7 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

7 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

7 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

9 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

9 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

10 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

12 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

12 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

editor by editor
May 3, 2022
in অসম, ৰাজনীতি
0
প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?
0
SHARES
181
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ২০১৬ চনৰ পৰা ধাৰাবাহিকভাৱে পৰাজিত হৈছে কংগ্ৰেছ। প্ৰতিটো নিৰ্বাচনতে দলটোৱে ক্ৰমাৎ বিধ্বস্ত হ’ব লাগিছে। কিন্তু ইয়াৰ কাৰণ কি? দলীয় পৰ্যায়ত চৰ্চিত হোৱা এক বিষয়। আৰু তাৰ সমান্তৰালকৈ এতিয়া ৰাইজৰ মাজতো চৰ্চিত হ’ব লাগিছে কংগ্ৰেছৰ শোচনীয় পৰাজয় অথবা ব্যৰ্থতা। বিশেষকৈ অলপতে অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দলটো যি ধৰণে বিধ্বস্ত হ’ল, সেয়ে নিশ্চিত ভাৱে উদ্বেগজনক। একে সময়তে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰকট হৈছে প্ৰদেশ কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত। আৰু এই সংঘাতৰ মূল নায়কসকল হৈছে খোদ প্ৰদেশ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ তথা প্ৰভাৱশালী নেতা।

লগতে পঢ়ক Love Vs Money : ধন নে প্ৰেম, মানুহে জীৱনত কোনটো অধিক বিচাৰে?

প্ৰদেশ কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ বিশেষকৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত জড়িত হ’বলৈ কেইগৰাকীমান জ্যেষ্ঠ নেতাক আনুষ্ঠানিকভাৱে দায়িত্ব দিয়া হৈছিল। তেওঁলোক ক্ৰমে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, নগাঁও জিলাৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়ষ্ঠ, ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ। কিন্তু নিৰ্বাচনী প্ৰচাৰ অভিযানত এইসকল নেতাই ভাগ নল’লে। ইয়াৰে প্ৰায়কেইগৰাকী নেতাই কৌশলেৰে নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থাকিল। অৱশ্যে তাৰ মাজতো দুই এগৰাকী জ্যেষ্ঠ নেতাই দলীয় আনুষ্ঠানিকতা পালন নকৰা নহয়।

তাৰ বিপৰীতে পৌৰ নিগমৰ নিৰ্বাচনত এককভাৱে সক্ৰিয় হৈ থাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা আন দুগৰাকী নেতা ক্ৰমে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত। এই দুয়োগৰাকী নেতা কংগ্ৰেছৰ ৰাজনীতিত যথেষ্ট নতুন। স্বাভাৱিকতে তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ আৰু ক্ষমতাও সীমিত। অন্য অৰ্থত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বাবে কেৱল নিজা ৰাজনৈতিক ৰণ সদৃশ হৈ পৰিল। আৰু এনে পৰিবেশ সৃষ্টি কৰাৰ আঁৰত যিসকল ৰথী মহাৰথী জড়িত আছে বুলি চৰ্চা হৈছে তেওঁলোক হৈছে ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, আব্দুল খালেক, কমলাক্ষ দে পুৰকায়ষ্ঠ আৰু গৌৰৱ গগৈ। এইসকল নেতাৰ ধাৰাবাহিক সন্মিলিত ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিণতিত আজি কংগ্ৰেছৰ দলীয় বিফলতাৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলৈ বাধ্য হৈছে ভূপেন কুমাৰ বৰা।

লগতে পঢ়ক আপোনাৰ শিশুৰ হাতৰ আখৰ বেয়া নেকি? ৫টা পৰামৰ্শৰে ভাল হ’ব শিশুৰ হাতৰ আখৰ

উল্লেখযোগ্য যে, অসম বিধানসভাৰ যোৱা সাধাৰণ নিৰ্বাচনৰ সময়তো এপিচিচিৰ তদানীন্তন সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে অনুৰূপ ষড়যন্ত্ৰ হৈছিল। আৰু এচাম শীৰ্ষ নেতাৰ আত্মঘাতী ষড়যন্ত্ৰৰ বাবে ৰাজ ক্ষমতাৰ পৰা বঞ্চিত হৈছিল কংগ্ৰেছ। অৰ্থাৎ বাৰম্বাৰ ৰাজনৈতিক অভিশাপৰ বলি হৈছে নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী? কেতিয়া সমাপ্ত হ’ব দলীয় এই সংঘাত? ইয়াৰ পৰবৰ্তী প্ৰতিবেদনত আমি ফাদিল কৰিম ৰাজ্যসভা নিৰ্বাচনৰ আঁৰৰ কাহিনী।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abdul KhalekAPCCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBhupen Borahgaurav gogoipradyut bordoloiRkibul Hussain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.