• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

2 months ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

16 hours ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

17 hours ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

18 hours ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

18 hours ago
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

19 hours ago
পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

পবিত্ৰ হজ কৰিবলৈ গৈ বিপদ! ৩০০ হাজযাত্ৰীক গ্ৰেপ্তাৰ, ২ লাখ টকা জৰিমনা

20 hours ago
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

21 hours ago
আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

আজি ৰাষ্ট্ৰীয় বিকিনি দিৱস, এই দিৱসৰ ইতিহাস আৰু তাৎপৰ্য কি?

22 hours ago
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

23 hours ago
এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

এখন যাত্ৰীভৰ্তি উৰন্ত বিমানক খেদি গ’ল এখন যুদ্ধ বিমানে? কিন্তুয় কিয়? চাওক ভিডিঅ’

2 days ago
এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

এয়াৰ ইণ্ডিয়াৰ পিছত এইবাৰ আন এটা চৰকাৰী প্ৰতিষ্ঠান সোমাল টাটাৰ জেপত!

2 days ago
প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

2 days ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

editor by editor
May 3, 2022
in ভাৰত, ৰাজনীতি
0
কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীয়ে এটা নাইট ক্লাৱত নৈশ পাৰ্টি কৰি থকা ভাইৰেল ভিডিঅ’ৱে দেশৰ ৰাজনীতিত তোলপাৰ লগাইছে৷

ভিডিঅ’টো বিজেপিৰ বহু নেতাই টুইটাৰত শ্বেয়াৰ কৰি ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো কাঠমাণ্ডুৰ এটা নাইটক্লাৱৰ বুলি ধাৰণা কৰা হৈছে৷

 

লগতে পঢ়ক প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

সূত্ৰ অনুসৰি সাংবাদিক বন্ধু চুম্নিয়া উদাসৰ বিবাহৰ উপলক্ষ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৰ্তমান কাঠমাণ্ডুত উপস্থিত আছে৷ সোমবাৰে কাঠমাণ্ডুৰ মাৰিয়ট হোটেলত চুম্নিয়াৰ বিবাহ অনুষ্ঠান সম্পন্ন হৈ গৈছে৷

সোমবাৰে সন্ধিয়া সন্ধিয়া ৰাহুল গান্ধীক তিনিজন লোকৰ সৈতে কাঠমাণ্ডুৰ ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দেখা গৈছিল৷

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এটা নাইট ক্লাৱত ৰাহুল গান্ধীয়ে এগৰাকী যুৱতীৰ সৈতে থিয় হৈ কিবা কৈ আছে৷ যুৱতীগৰাকীয়ে পানীয় চুমুক দিলেও ভিডিঅ’টোত ৰাহুল গান্ধীক কোনো পানীয় সেৱন কৰা দেখা পোৱা নাই৷

 

লগতে পঢ়ক আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিজেপি নেতা-কৰ্মীসকলে কংগ্ৰেছ নেতাগৰাকীক তীব্ৰভাষাৰে আক্ৰমণ কৰা দেখা গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপিৰ নেতাসকলে ৰাহুল গান্ধীক অতি নিকৃষ্টভাৱে আক্ৰমণ কৰাও দেখা গৈছে৷

‘‘ৰাহুল গান্ধীৰ বন্ধ, পাৰ্টি, বিলাস ভ্ৰমণ, ব্যক্তিগত বিদেশ ভ্ৰমণ আদি ৰাষ্ট্ৰৰ বাবে একো নতুন কথা নহয়৷’’ ৰাহুল গান্ধীক কটাক্ষ কৰি কেন্দ্ৰীয় মন্ত্ৰী কীৰেণ ৰিজিজুৱে কয়৷

 

देश में crises का ढोल पीट कर उसकी ताल पर पार्टी करते @RahulGandhi जी। pic.twitter.com/PI2uv2B3O3

— Aditya Trivedi (@AdityaTrivedi_) May 3, 2022

 

ইফালে কংগ্ৰেছ শাসিত ৰাজস্থানৰ চহৰ যোধপুৰ হিংসাত্মক ঘটনাত জৰ্জৰিত হৈ থকাৰ সময়তো ৰাহুল গান্ধীয়ে বিদেশী ৰাষ্ট্ৰৰ নাইট ক্লাৱত ব্যস্ত থকা বুলিও বিজেপিয়ে আক্ৰমণ কৰিছে৷

আনহাতে, ৰাহুল গান্ধীক সমৰ্থন কৰিবলৈ গৈ কংগ্ৰেছে কয় যে ৰাহুল গান্ধীয়ে ভাৰতৰ বন্ধু দেশ নেপালৰ এগৰাকী বন্ধুৰ বিবাহ অনুষ্ঠানতহে উপস্থিত আছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!
ভাৰত

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

July 5, 2022
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?
বিবিধ

১৫ জুলাইৰ পৰা সলনি হ’ব NPSত বিনিয়োগৰ নিয়ম, লাভ নে লোকচান হ’ব আপোনাৰ?

July 5, 2022
দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন
ভাৰত

দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

July 5, 2022
Next Post
‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.