• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

4 years ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

56 minutes ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

1 hour ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

4 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

editor by editor
May 3, 2022
in বিবিধ, ভাৰত
0
পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!
0
SHARES
215
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত ভাৰতৰ প্ৰায়ে বিভিন্ন হাস্যকৰ ভিডিঅ’ বা ফটো ভাইৰেল হৈ দৰ্শকক আৰু ইউজাৰক আমোদ দি থাকে৷ শেহতীয়াকৈ ভাইৰেল হৈছে এখন ছুটিৰ আবেদনৰ ফটো৷ যিখন সামাজিক মাধ্যমত পঢ়ি আপুনিও প্ৰাণ হাঁহিব পাৰিব৷ এই ঘটনাটো বুন্দেলখণ্ড মাধ্যমিক বিদ্যালয়ৰ৷

বুন্দেলখণ্ড মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কালুৱাই শিক্ষকলৈ এখন ছুটিৰ আবেদন লিখিছিল, যি বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ ছাত্ৰ কালুৱাই তেওঁৰ শিক্ষকলৈ লিখা ছুটিৰ আবেদনখন পঢ়িলে আপোনাৰো হাঁহি উঠিব৷

 

লগতে পঢ়ক কাঠামাণ্ডুৰ নাইট ক্লাৱত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পাৰ্টি! চাওক ভাইৰেল ভিডিঅ’

ধেমেলীয়া ধৰণে লিখা হৈছে এই আবেদনখন৷ স্থানীয় ভাষাত লিখা এই আবেদনখনত কালুৱাই লিখিছে— শ্ৰীযুত মাষ্টৰ চাহাব… ছাৰ কথাতো এনেকুৱা, মোৰ জ্বৰ উঠি আছে আৰু নাকেৰে পানীৰ সোঁত বৈ আছে৷ সেইবাবে মই স্কুললৈ যাব পৰা নাই৷ আপোনালৈ কাতৰ নিবেদন যে মোক যদি দুই-চাৰি দিনৰ ছুটি দিয়ে তেতিয়া মোৰ পক্ষে বহুত ভাল হ’ব৷ আৰু এনেও মই স্কুলখনত নতুন বিদ্যাৰ্থী, মই নগ’লে স্কুলখন বন্ধ নহয় দিয়ক৷ আপোনাৰ আজ্ঞাবাহক ছাত্ৰ…কালুৱা৷

স্থানীয় ভাষাত লিখা এই আৱেদনখন এতিয়া সামাজিক মাধ্যমত আমোদজনক হৈ পৰিছে৷ মাষ্টৰ চাহাবক উদ্দেশ্যে লিখা ছাত্ৰজন সম্ভৱত বেমাৰত ভূগি আছে৷

 

লগতে পঢ়ক দূৰাৰোগ্য ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন : হস্তান্তৰ কৰিব ৰাজ ক্ষমতা!

IAS বিষয়া অৰ্পিত বাৰ্মাই টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰা এই আবেদনখনত বিভিন্নজনে নিজৰ মন্তব্য দিয়া দেখা গৈছে৷ পোষ্টটো শ্বেয়াৰ কৰি শিৰোনামটোত লিখিছে, ‘‘ছুটিৰ বাবে আবেদন পত্ৰ।”

বাতৰিটো লিখাৰ সময়ত, এই পোষ্টটোৱে ৮ হাজাৰ ৭০০ ৰো অধিক লাইক লাভ কৰিছে। ব্যৱহাৰকাৰীসকলে এই পোষ্টটোত তেওঁলোকৰ প্ৰতিক্ৰিয়া দি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘‘এই ছুটিৰ আবেদনখন পঢ়াৰ পিছত ছাৰজনে নিশ্চয় ছুটি মঞ্জুৰ কৰিছে৷’’

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamviral image
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

তিনি প্ৰেমিকাৰে ১৫ বছৰীয়া লিভ-ইন, একেটা মণ্ডপতে বিয়া তিনি প্ৰেমিকাক

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.