• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

4 years ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

2 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

3 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

3 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

3 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

5 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

6 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

7 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

8 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

8 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

9 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ

editor by editor
May 3, 2022
in অসম, নিয়োগ, শিক্ষা
0
কেঞ্চাৰ হাস্পতালৰ পিছত এইবাৰ অসমত পলিটেকনিক আৰু ITI স্থাপন কৰিব TATAএ
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমত ৭ খন কেঞ্চাৰ হাস্পতাল স্থাপন কৰাৰ পিছতে ৰতন টাটাৰ প্ৰতিষ্ঠান TATA টেকন’লজীয়ে অসমত বহুসংখ্যক পলিটেকনিক আৰু ITI শিক্ষানুষ্ঠান স্থাপন কৰিব৷

অসম চৰকাৰৰ সৈতে যুটীয়াভাৱে TATA টেকন’লজীয়ে অসমত মুঠ ২,৩৯০ কোটি টকা ব্যয়েৰে অসমত ৩৪ খন পলিটেকনিক আৰু ৪৩ খন ITIৰ স্থাপন কৰিব৷ ইয়াৰে ৮৭% ধন TATA টেকন’লজীয়ে খৰচ কৰিব৷ ইয়াৰ ফলত প্ৰতি বছৰে প্ৰায় ২০ হাজাৰ দক্ষতাসম্পন্ন শিক্ষাৰ্থী লাভান্বিত হ’ব বুলি আশা কৰা হৈছে৷

মংগলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে এই কথা সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই৷

 

লগতে পঢ়ক পঢ়ক কণমানি ছাত্ৰ কালুৱাৰ ছুটিৰ আবেদন; পঢ়ি আপোনাৰো নৰ’ব হাঁহি!

ইফালে আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে৷ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে অহা ৯ আৰু ১০ মে’ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও সদৰী কৰিছে৷ উক্ত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব৷

অসম কেবিনেটে জাগীৰোডস্থি নগাঁও কাগজ আৰু কাছাৰ কলৰ কৰ্মচাৰীৰ বাবে ৩০৮.৭৫ কোটি টকা মুকলি কৰি দিয়াৰ লগতে অহা ১০০ দিনৰ ভিতৰত ১০০ গৰাকী কৰ্মচাৰীক চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

 

লগতে পঢ়ক ‘প্ৰধানমন্ত্ৰী মোদীৰ দৰে নৱাব শ্বৰীফৰ অনুষ্ঠানত কেক কটা নাই ৰাহুলে’ বিজেপিক আক্ৰমণ

বঙাইগাঁও, ধেমাজি, মৰিগাঁও ৱআৰু গোলাঘটাত নতুনকৈ চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰো সিদ্ধান্ত লোৱা হৈছে৷ এই চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ বাবে অসম চৰকাৰে মুঠ ২০০০ কোটি টকাৰ প্ৰশাসনিক অনুমোদনো কৰিছে৷

ইয়াৰ লগতে শুৱালকুছি আৰু পলাশবাৰীৰ মাজত চাৰিলেনযুক্ত দলঙ নিৰ্মাণৰ বাবে ৩১,১৯৭ কোটি টকাৰ অনুমোদন দিয়া হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cabinetassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTATA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক
অসম

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

October 23, 2026
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
Next Post
প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

প্ৰাক্তন প্ৰেমিকৰ সৈতে পত্নীৰ যৌনালাপ! ইয়াৰ পিছত কি কৰিলে স্বামীয়ে?

‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.