• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?

এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?

2 years ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

34 minutes ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

1 hour ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

3 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

3 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

14 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

14 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

15 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

15 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

15 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

16 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

19 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?

এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?

editor by editor
May 27, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?
0
SHARES
274
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘তুমি নহ’লে মই শূন্য৷’ গৌতম গম্ভীৰক মাত্ৰ এটা কথাই বিপদত পেলাইছে৷ আশাকৰামতেই গৌতমৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত আইপিএলৰ ট্ৰফী তুলি ল’লে কেকেআৰে৷ গম্ভীৰে ২২ গজত নানামিলেও দলটোৰ নিউক্লিয়াছ হৈ কাম কৰিছিল সমগ্ৰ চিজনত৷ ফাইনেলত কেকেআৰ চেম্পিয়ন হওঁতেই সকলোৰে মুখত এতিয়া গম্ভীৰৰ চৰ্চা৷ গুৰু গম্ভীৰৰ জয়ধ্বনি শুনা গ’ল খেলুৱৈৰ মুখতো৷

এই চিজনত কোচ হিচাপে থকা গৌতম পৰবৰ্তী চিজনত থাকিবনে সেই বিষয়টোক লৈ এতিয়াই আৰম্ভ হ’ল চৰ্চা৷ ইফালে পৰবৰ্তী হেড কোচ বাচনিত বিচিচিআইৰ পছন্দৰ তালিকাত শীৰ্ষত আছে গম্ভীৱ৷ দ্ৰাবিড়ৰ পাছতেই গম্ভীৰ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হেড কোচ হোৱাটো পাক্কা বুলি বহুতেই দাবীও কৰে৷ এই সময়তেই আকৌ শ্বাহৰুখেও এৰি দিব খোজা নাই গম্ভীৰক৷ গম্ভীৰে এতিয়া বিচিচিআইৰ হাতত ধৰিব নে শ্বাহৰুখৰ সৈতেই থাকি সেই বিষয়টোক লৈ ধৰ্ম সংকটত পৰিছে গম্ভীৰ৷

টীম ইণ্ডিয়াৰ কোচ হ’লে নিয়ম মানি গম্ভীৰে আইপিএলৰ সৈতে সমস্ত সম্পৰ্ক ছিন্ন কৰিব লাগিব৷ ইয়াৰোপৰি এৰিব লাগিব কেকেআৰ শিবিৰো৷ ২৭ মে অৰ্থাৎ এইদিনটোত সোমবাৰেই অৰ্থাৎ আজিয়েই ই-বৰ্ডৰ দফতৰ হেড কোচৰ পদৰ বাবে আৱেদন কৰাৰ শেষ দিন৷ সেয়ে আইপিএলৰ ফাইনেলৰ দিনটোতেই গম্ভীৰৰ সৈতে বৰ্ডৰ অধিকাৰীসকল বিশেষ আলোচনাতো বহাৰ খবৰ ইতিমধ্যে নেটদুনীয়াত ভাইৰেল হৈ পৰিছে৷

গম্ভীৰ নিজেও টীম ইণ্ডিয়াৰ কোচ হোৱাত আগ্ৰহী৷ কিন্তু কেকেআৰৰ মালিক শ্বাহৰুখেও এৰি দিব খোজা নাই গম্ভীৰক৷ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত বৰ্ষত কেকেআৰৰ শোচনীয় পৰাজয়ৰ পাছতেই শ্বাহৰুখে গম্ভীৰৰ সৈতে সাক্ষাৎ কৰিছিল৷ তেওঁক আগন্তুক ১০ বছৰৰ বাবে কেকেআৰৰ টীম মেনেজমেণ্টৰ দায়িত্ব দিয়া হৈছে৷ শ্বাহৰুখে আনকি গম্ভীৰত ধনো মন খুলি দিছে৷ গম্ভীৰৰ হাতত শ্বাহৰুখে তুলি দিছে ব্লেংক ছেক৷ কিমান এমাউণ্ট লাগে লিখাৰ দায়িত্ব গম্ভীৰৰ৷

ইয়াৰ পূৰ্বে গম্ভীৰে কেকেআৰক দুবাৰ আইপিএল চেম্পিয়ন কৰাইছিল৷ তাৰপাছতেই কেকেআৰৰ পাৰ্ফৰমেন্স লাহে লাহে বেয়া হয়৷ সেয়ে গম্ভীৰৰ প্ৰত্যাবৰ্তন পুনৰ বিচাৰিছিল নাইট ৰাইডাৰ্ছ শিবিৰে৷ মাত্ৰ তিনিখন মেচত এইবাৰ হাৰিছে কেকেআৰে৷ অপ্ৰতিৰোধ্যভাৱে আগবঢ়া কেকেআৰৰ আঁৰত আছে গম্ভীৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?
জীৱনশৈলী

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

September 10, 2026
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!
জীৱনশৈলী

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

September 10, 2026
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
Next Post
অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা 

অতিকে কৰুণ, একেলগে প্ৰাণ হেৰুৱালে ২০০০ লোকে, মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা 

ন্যায়ালয়ৰ ভিতৰতে হুকহুকাই কান্দি উঠে স্বাতী মালিৱাল, কোন দিশে গতি কৰিছে ঘটনাই !

ন্যায়ালয়ৰ ভিতৰতে হুকহুকাই কান্দি উঠে স্বাতী মালিৱাল, কোন দিশে গতি কৰিছে ঘটনাই !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.