• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

2 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

2 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

3 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

4 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

6 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

6 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

7 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

8 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

8 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

editor by editor
April 11, 2024
in ক্ৰীড়া, ভাৰত
0
বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট কোহলী বনাম ৰিয়ান পৰাগ, বিৰাটক পিছ পেলাই এগৰাকী অসমীয়াই দখল কৰিব নেকি এইবাৰৰ অৰেঞ্জ কেপ

খেলপথাৰৰ লগতে বৰ্তমানে বহু ক্ৰিকেট অনুৰাগীৰে মুখত এতিয়া পৰাগ পাৱাৰৰ কথা। পৰাগে খেলপথাৰত দেখুৱাইছে পৰাগ পাৱাৰ। বহু ক্ৰিকেটাৰেও নাম লৈছে ৰিয়ান পৰাগৰ নাম। ভৱিষ্যতৰ সুযোগ্য দাবিদাৰ ভাৰতীয় দলৰ বুলিও মন্তব্য ।

সেই ৰিয়ান পৰাগেই এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে বিৰাট কোহলীৰ বাবে। কিয়নো ইমান সুদক্ষ খেলুৱৈ, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাটক মাথো কিছু ৰানৰ ব্যৱধানত ৰাখিছে অসন সন্তান ৰিয়ানে।

কালিৰ অনুষ্ঠিত হৈ যোৱা ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটানছৰ মাজৰ আই পি এলৰ খেল খনৰ পাছতে অৰেঞ্জ কেপৰ দাবিদাৰৰ দৌৰ তীব্ৰতৰ হোৱা দেখা গৈছে।

কিং কোহলীয়ে বৰ্তমানে ৩১৬ ৰানেৰে এইবাৰৰ আই পি এলত সৰ্বাধিক ৰান কৰা খেলুৱৈ হৈ আছে। কিন্তু কালিৰ অনুষ্ঠিত হৈ যোৱা খেল খনৰ পাছতে বিৰাটৰ পাছতে সন্নিবিষ্ট হৈছে আন তিনিটা নাম।

কালিৰ খেলখনত ৰিয়ান পৰাগে কৰে ৭৬ ৰান, তেনেদৰে ৰাজস্থান দলৰে সঞ্জু চেমছনে ৬৮ আৰু গুজৰাট দলৰ শুভমন গীলে কৰে ৭২ ৰান। যাৰ ফলতেই ৰানৰ তালিকাত বিৰাটৰ পাছতে এই তিনি খেলুৱৈৰ নাম আহি পৰিছে।

তালিকা অনুসৰি বৰ্তমানলৈ-
বিৰাট- ৫ খন খেল খেলি ৩১৬ ৰান
ৰিয়ান- ৫ খন খেলত ২৬১ ৰান
শুভমন- ৬ খেলত ২৫৫
সঞ্জু ছেমচন- ৫ খন খেলত ২৪৬

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2024IPL 24Orange capriyan paragvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
Next Post
আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী...

ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.