• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

2 years ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

32 minutes ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

1 hour ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

10 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

10 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

11 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

12 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

12 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

13 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

15 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

15 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

editor by editor
April 11, 2024
in অসম, উত্তৰ-পূব
0
আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই মানকাচাৰত আল্লাই আচৰিত ধৰণেৰে ৰক্ষা কৰিলে মুৰ্গী…

ৰাখে হৰি মাৰে কোনে কথাসাৰ আজিৰ দিনাই এক আচৰিত ঘটনাৰে সঁচা প্ৰমাণিত হয়। একেবাৰে আল্লাৰ চমৎকাৰ, ঈদৰ দিনাই আল্লাই ৰক্ষা কৰিলে এটা মুৰ্গীৰ প্ৰাণ।

হালাল কৰাৰ পাছতো জীৱিত এটা মুৰ্গী। হয় আচৰিত যেন লাগিলেও একেবাৰে সত্য ঘটনা। আজি পবিত্ৰ ঈদৰ দিনাই সংঘটিত হৈছে এই ঘটনা। হালালৰ পাছতে এতিয়া সম্পূৰ্ণ সুস্থ হিচাপে ঘুৰি আছে মুৰ্গীটো।

মানকাচৰৰ বাঘাৰচত এই আজব কাণ্ড সংঘটিত হৈছে। আজি ঈদৰ দিনা পুৱা ৭ বজাত হালাল কৰা হৈছিল এটা মুৰ্গী। কিন্তু হালালৰ পাছত ডিঙি আৰু মূৰৰ নোম আঁতৰাই দিয়াৰ পাছতো এতিয়াও জীৱিত হৈ আছে মুৰ্গীটো।

ঈদ উপলক্ষে গৃহৰক্ষী জোৱান আব্দুল মোন্নাফ নামৰ লোকজনে লোকেল মুৰ্গীটো বজাৰৰ পৰা কিনি আনিছিল। পাছত সেই মুৰ্গীটো হালাল কৰাৰ বাবে লৈ যায়। কিন্তু হালাল কৰাৰ পাছতো যেতিয়া মুৰ্গীটো নমৰে তেতিয়াই হাহাকাৰ লাগি যায়।

লগে লগে সেই ঠাইত উপস্থিত হয় বহু লোক। ঘটনাক লৈ গাঁওখনত কৌতুহলৰ সৃষ্টি হৈছে। লোকে লোকাৰণ্য হৈ পৰে আব্দুল মোন্নাফৰ ঘৰ।

মুৰ্গীটো বাছি যোৱাত লগে লগে পশু চিকিৎসকক মাতি পঠোৱা হয়, ইতিমধ্যে চিকিৎসক এজনে মুৰ্গীটোৰ চিকিৎসা সেৱা আৰম্ভ কৰিছে।

শুশ্ৰুষাৰ পাছত এতিয়া মুৰ্গীটো সম্পূৰ্ণ ঠিকভাৱে ঘুৰাফুৰা কৰি আছে। যাৰ বাবে বহু লোকেই কবলৈ ধৰিছে এয়া সকলো আল্লাৰ চমৎকাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assameidEid 2024Mancachar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
Next Post
ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

ঈদৰ দিনাই শোকৱহ ঘটনা, স্কুল বাছ দুৰ্ঘটনাগ্ৰস্থ হৈ বহু আহত, নিহত ৬ শিশু

ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.