• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

2 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

4 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

5 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

5 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

6 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

6 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

7 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

7 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

8 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

9 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

9 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

10 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

editor by editor
April 11, 2024
in ক্ৰীড়া
0
ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাতৃয়ে বেয়াকৈ ঠগিলে হাৰ্ডিক পাণ্ডিয়াক, ৪.২৫ কোটি টকা লুট, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

এফালে খেলপথাৰত বেয়া প্ৰদৰ্শনৰ বাবে বহু অনুৰাগীৰ পৰা ট্ৰোলৰ সন্মুখিন হৈ আছে আই পি এলৰ বৰ্তমানৰ কেপ্টেইন হাৰ্ডিক পাণ্ডিয়া। তাতে আকৌ ভুতৰ ওপৰত দানহ পৰা দি ভাতৃয়ে বেয়াকৈ ঠগাই থৈ যায়।

৪.২৫ কোটি টকাৰ ঠগ প্ৰৱঞ্চনা কৰে ভাতৃয়ে, যাৰ বাবে এতিয়া আৰক্ষীয়ে আটকো কৰিছে হাৰ্ডিক পাণ্ডিয়াৰ ভাতৃক। হাৰ্ডিক পাণ্ডিয়া আৰু ভাতৃ কুনাল পাণ্ডিয়াক একেলগে ঠগালে সতীয়া ভাতৃ বৈভৱ পাণ্ডিয়াই।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ২০২১ চনত সতীয়া ভাতৃ বৈভৱৰ সৈতে পাণ্ডিয়া ভাতৃদ্বয়ে এটা পলিমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰিছিল। সেই ব্যৱসায়ত প্ৰত্যকৰে গাইগুটিয়াকৈ ২০ শতাংশ, পাণ্ডিয়া ভাতৃৰ ৪০ শতাংশ আৰু বৈভৱৰ ২০ শতাংশ অংশিদাৰিত্ব আছিল। লগতে বৈভৱে দৈনন্দিন কাম-কাজ চোৱাচিতা কৰিবলগীয়া হৈছিল।

সেই অংশিদাৰিত্ব অনুসৰিয়ে ব্যৱসায়ৰ লাভৰ অংশও তিনিও বাতৃৰ মাজত সমানে ভাগ বতৰা কৰাৰ নিয়ম আছিল। পাছে সকলো মিছাৰ আঁৰত লুকুৱাই ৰাখি সতীয়া ভাতৃয়ে কোম্পানীত নিজৰ অংশ বৃদ্ধি কৰি লয় । ২০ৰ পৰা ৩৩ শতাংশ কৰি লয় নিজৰ অংশিদাৰিত্ব।

যাৰ বাবেই লোকচানৰ সন্মুখিন হয় পাণ্ডিয়া ভাতৃ। আৰু আৰক্ষীৰ কাষ চাপে। হাৰ্ডিক আৰু কুনালৰ গোচৰৰ পাছতেই আৰক্ষীয়ে আটক কৰে বৈভক পাণ্ডিয়াক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hardik pandiyaIndian CrickteriplStepBrother
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?
বিনোদন

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

September 1, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
Next Post
এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

এখন ফ্লাইটৰ সাধাৰণ সহযাত্ৰীয়ে কেনেকৈ শিষ্টাচাৰ শিকাইছিল অমিতাভ বচ্চনক?

ক্ৰমাৎ ডুবি গৈ আছে ১৩ লাখ কোটি ব্যয়েৰে কৃত্ৰিম দ্বীপত নিৰ্মাণ কৰা বিমান বন্দৰ, সাগৰৰ মাজত কেনেকৈ নিৰ্মাণ হৈছিল এই বিমান বন্দৰ? 

ক্ৰমাৎ ডুবি গৈ আছে ১৩ লাখ কোটি ব্যয়েৰে কৃত্ৰিম দ্বীপত নিৰ্মাণ কৰা বিমান বন্দৰ, সাগৰৰ মাজত কেনেকৈ নিৰ্মাণ হৈছিল এই বিমান বন্দৰ? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.