• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেকৰ্ড কিং কোহলী, পুনৰ আন এক ৰেকৰ্ডৰ গৰাকী হ’ল বিৰাট কোহলী

ৰেকৰ্ড কিং কোহলী, পুনৰ আন এক ৰেকৰ্ডৰ গৰাকী হ’ল বিৰাট কোহলী

3 years ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

12 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

29 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

46 minutes ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

1 hour ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

2 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

2 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

3 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

4 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰেকৰ্ড কিং কোহলী, পুনৰ আন এক ৰেকৰ্ডৰ গৰাকী হ’ল বিৰাট কোহলী

editor by editor
March 29, 2024
in ক্ৰীড়া
0
ৰেকৰ্ড কিং কোহলী, পুনৰ আন এক ৰেকৰ্ডৰ গৰাকী হ’ল বিৰাট কোহলী
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেকৰ্ড কিং কোহলী, পুনৰ আন এক ৰেকৰ্ডৰ গৰাকী হ’ল বিৰাট কোহলী

আজি শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলা মেচত ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰ চি বিৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে। আৰ চি বিৰ হৈ সৰ্বাধিক ছয় কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট।

এই ক্ষেত্ৰত বিৰাটে, ক্ৰীছ গেইল (২৩৯) আৰু এ বি ডি ভিলিয়াৰ্ছ (২৩৮)ক পাৰ কৰে। কোহলীয়ে আজি তিনিটা ছয় কোবাই নিজৰ নামত ২৪১ সংখ্যক ছয় পঞ্জীয়ন কৰে। আজিৰৰ মেচখনত বিৰাট কোহলীক শক্তিশালী ফৰ্মত দেখা গৈছে।

আনহাতে আন এক ৰেকৰ্ডো কৰে কোহলীয়ে, আই পি এলত ৫২ সংখ্যক অৰ্ধশতক অৰ্জন কৰে খেলুৱৈগৰাকীয়ে।

সৰ্বাধিক ছয় কোবোৱাৰ ক্ষেত্ৰত পূৰ্বে এই অভিলেখ আছিল চিক্সাৰ কিং খ্যাত ক্ৰিছ গেইলৰ নামত গেইলে মাত্ৰ ৮৫ খন খেল খেলিয়ে ২৩৯ টা ছয় কোবাইছিল। ইয়াৰ বিপৰীতে কোহলীয়ে ২৪০ খন খেল খেলিহে ২৪০টা ছয় কোবাই। তৃতিয়ত থকা এ বি ডি ভিলিয়াৰ্ছে ১৫৬খন মেচত ২৩৮টা ছয় কৰিছে।

উল্লেখ্য যে, আই পি এলৰ ইতিহাসত ২০০ৰো অধিক ছয় কৰা খেলুৱৈৰ সংখ্যা মাত্ৰ ৬ গৰাকী। বৰ্তমানে এই তালিকাত আছে কোহলী- ২৪১ টা চিক্স, ক্ৰিছ গেইল- ২৩৯ টা চিক্স, ডি ভিলিয়াৰ্ছ- ২৩৮, পোলাৰ্ড- ২২৩, ৰোহিত শৰ্মা- ২১০ আৰু মহেন্দ্ৰ সিং ধোনী- ২০৯ টা চিক্স।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplNew Recordrcbvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!
বিনোদন

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

September 30, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
Next Post
আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি

আজি মাৰ্চ মাহৰ শেষৰটো শনিবাৰ, এই ৰাশিৰ লোক সকলৰ ওপৰত পৰিব দেৱ-দেৱীৰ অসীম কৃপা, ঘৰলৈ আহিব সুখ, সমৃদ্ধি

৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

৭০ বছৰৰ মূৰকত পৃথিৱীৰ ফালে আহি আছে সেউজীয়া ৰঙৰ দৈত্যকায় ধুমকেতু, আকাৰ এখন চহৰৰ সমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.