• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা

IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা

1 year ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

33 minutes ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

1 hour ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

9 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

10 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

12 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

13 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

13 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

14 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

14 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

15 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

15 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা

editor by editor
November 24, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা
0
SHARES
381
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPL ২০২৫ৰ সৰ্বাধিক দৰ উঠা ৫ খেলুৱৈ কোন কোন, চাওক তালিকা

আই পি এল ২০২৫ৰ মেগা নিলামত এইবাৰ বহু খেলুৱৈয়ে লাভ কৰে বহু টকা। সকলোবোৰৰ মাজত আই পি এলৰ ইতিহাসত সৰ্বাধিক মূল্যৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পন্ত। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২৭ কোটি টকাত ক্ৰয় কৰে খেলুৱৈগৰাকীক। আনহাতে দ্বিতীয়ত থাকে শ্ৰেয়াছ আয়াৰ। পঞ্জাব কিংছে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰে শ্ৰেয়াছক।

পাছে আই পি এল ২০২৫ৰ নিলামৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ ৫ গৰাকী কোন কোন। কোনে লাভ কৰে সৰ্বাধিক মূল্য!

যোৱা বছৰ আই পি এল ২০২৪ৰ বাবে অনুষ্ঠিত হোৱা মিনি নিলামত অষ্ট্ৰেলিয়াৰ বিশ্ব বিজয়ী অধিনায়ক পেট কামিন্স আৰু মিচেল ষ্টাৰ্কৰ ওপৰত বহু ধনৰ বৰষুণ হৈছিল আৰু দুয়োজনে পুৰণি সকলো অভিলেখ ভংগ কৰিছিল।

ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০.৫০ কোটি টকাত ক্ৰয় কৰিছিল কামিন্সক। আনহাতে অষ্ট্ৰেলিয়াৰ বলাৰ মিচেল ষ্টাৰ্কক কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল।

দুয়োগৰাকীৰে ভিত্তি মূল্য আছিল ২ কোটি টকা। আই পি এলৰ নিলামৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০ কোটি টকাৰ সীমা অতিক্ৰম কৰি ইতিহাস ৰচিছিল দুই বিদেশী খেলুৱৈয়ে।

কিন্তু এইবাৰ ২০২৫ৰ আই পি এলৰ নিলমাত সেই অভিলেখো ভংগ। পূৰ্বৰ সেই অভিলেখ ভংগ কৰে ভাৰতীয় খেলুৱৈয়ে। এইবাৰ ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ২৬-২৭ কোটি টকা লাভ কৰে।

এইবাৰৰ নিলামৰ শীৰ্ষ ৪ খেলুৱৈয়ে ভাৰতৰ থাকে। কেৱল এগৰাকী বিদেশী খেলুৱৈয়ে শীৰ্ষ ৫ ৰ ভিতৰত সৰ্বাধিক ধন পোৱাৰ তালিকাত থাকে। আনহাতে এইবাৰৰ নিলামৰ পূৰ্বে বিশেষ ভাৱে চৰ্চাত থকা কে এল ৰাহুলক ১৪ কোটি টকাত দিল্লী কেপিটেছলে নিজৰ দলত ৰাখে।

প্ৰকাশ পোৱা তালিকা অনুসৰি ২০২৫ৰ সৰ্বাধিক নিবিদা লাভ কৰা খেলুৱৈসকল –
ঋষভ পণ্ট (ভাৰত) ২৭ কোটি লক্ষ্মৌ ছুপাৰ জায়েণ্টছ
শ্ৰেয়াছ আয়াৰ (ভাৰত) ২৬.৭৫ কোটি পঞ্জাৱ কিংছ
অৰ্শদীপ সিং (ভাৰত) ১৮ কোটি পাঞ্জাৱ কিংছ
যজুবেন্দ্ৰ চহল (ভাৰত) ১৮ কোটি পাঞ্জাৱ কিংছ
জোছ বাটলাৰ (ইংলেণ্ড) ১৫.৭৫ কোটি গুজৰাটট টাইটানছ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025Mega AuctionMost paid Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Next Post
২৫ নৱেম্বৰত নৱ-পঞ্চম যোগ, চন্দ্ৰৰ ৰাশি পৰৱৰ্তনৰ ফলত এই ৩ ৰাশিৰ জীৱনত…

২৫ নৱেম্বৰত নৱ-পঞ্চম যোগ, চন্দ্ৰৰ ৰাশি পৰৱৰ্তনৰ ফলত এই ৩ ৰাশিৰ জীৱনত...

ৰাসত ৰাধা হ’বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি

ৰাসত ৰাধা হ'বলৈ গৈ বিপদত অমৃতা গগৈ, ফেচবুক লাইভ যোগে সদৰি কৰিলে ভয়ংকৰ পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.