• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰঙালী উদযাপনৰ বাবে ৰাজ্যলৈ আহি আছে শিল্পা চেট্টীসহ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ

ৰঙালী উদযাপনৰ বাবে ৰাজ্যলৈ আহি আছে শিল্পা চেট্টীসহ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ

3 years ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

3 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

4 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

4 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

5 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

6 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

6 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

9 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

9 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

10 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

12 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰঙালী উদযাপনৰ বাবে ৰাজ্যলৈ আহি আছে শিল্পা চেট্টীসহ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ

editor by editor
February 18, 2023
in অসম, ক্ৰীড়া, ভাৰত
0
ৰঙালী উদযাপনৰ বাবে ৰাজ্যলৈ আহি আছে শিল্পা চেট্টীসহ কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিহুলৈ অপেক্ষা দুগুণ বাঢ়িছে অসমবাসীৰ। ৰঙালীত উলাহ বঢ়াবলৈকে অসমলৈ আহি আছে ভাৰতৰ বহুকেইজন তাৰকা খেলুৱৈ। শুকুৰবাৰে আই পি এল-২০২৩ ৰ সময়সূচী ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰো উলাহে নধৰে হিয়া। ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল। আহমেদাবাদত গুজৰাট আৰু চেন্নাই চুপাৰ কিংছৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী মেচ।

আনহাতে আই পি এলৰ লীগৰ অন্তিমখন মেচ অনুষ্ঠিত হ’ব ২১ মে’ ২০২৩ত বাংগালুৰুত।অসমতো অনুষ্ঠিত হ’ব আই পি এলৰ দুখন মেচ। ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। ইয়াৰে প্ৰথমখন মেচ অনুষ্ঠিত হ’ব ৫ এপ্ৰিলত। সন্ধিয়া ৭-৩০ বজাৰ পৰা বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব প্ৰথমখন মেচ। আনহাতে ৮ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব দ্বিতীয়খন মেচ। এই দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব বিয়লি ৩-৩০ বজাৰ পৰা। দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছ মুখামুখি হ’ব।

উল্লেখ্য যে, অসমত আই পি এলৰ মেচ অনুষ্ঠিত কৰিবৰ বাবে অসম ক্ৰিকেট সন্থাই বি চি চি আই আৰু ৰাজস্থান ৰয়েলছক অনুৰোধ জনাইছিল। সেই অনুৰোধ ৰক্ষা কৰিয়েই অসমত অনুষ্ঠিত হ’ব দুখনকৈ আই পি এলৰ মেচ। বিহুৰ বতৰতে অসমত দুখনকৈ মেচ অনুষ্ঠিত হোৱাক লৈ সুখী হৈ পৰিছে ৰাজ্যৰ সৰহসংখ্যক ক্ৰিকেট অনুৰাগীয়েই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
Next Post
২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ…

২ টকীয়া মুদ্ৰা বিক্ৰী কৰিয়েই পাব ৫ লাখ টকা! কেনেকৈ বিক্ৰী কৰিব ২টকীয়া মুদ্ৰাটো? সবিশেষ...

বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

বাৰ্ধক্যজনিত কাৰণত পিতৃ অসুস্থ! পুত্ৰৰ দায়িত্ব পালনত ব্যস্ত প্ৰাক্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.