• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো

ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো

2 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

10 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

11 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

11 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

12 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

12 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

13 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

14 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

14 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

15 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

16 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

17 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো

ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো

editor by editor
October 2, 2024
in জীৱনশৈলী, বিশ্ব, লেখা
0
ইজৰাইলৰ আক্ৰমণৰ পাছতেই আকাশীপথ বন্ধ কৰিলে ইৰানে, ধমকি আমেৰিকালৈকো
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ধমকিৰ পাছতেই নিজৰ আকাশীপথ বন্ধ কৰিলে ইৰাণে৷ সামৰিক, বেছৰকাৰী কোনো বিমানেই উৰিব নোৱাৰিব ইৰাণৰ আকাশপথত৷ বৃহস্পতিবাৰে পুৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব৷ বিগত ২৩ ছেপ্টেম্বৰত লেবাননৰ দক্ষিণ প্ৰান্তত ৰকেটেৰে আক্ৰমণ চলাইছে ইজৰাইলী সেনাই৷ ক্ষেপণাস্ত্ৰ আক্ৰমণত তছনছ লেবানন৷৷ মৃতকৰ সংখ্যা হুৰাহুৰে বৃদ্ধি পাইছে৷

২৭ ছেপ্টেম্বৰত লেবাননৰ ৰাজধানী বেৰুটৰ দক্ষিণ দাহিয়া এলেকাত ইজৰাইলী বিমান আক্ৰমণত প্ৰাণ হেৰুৱাইছে হিজবুল্লা প্ৰধান ছৈয়দ হাছান নাছৰাল্লাহে৷ তাৰপাছতেই উত্তেজনা আৰু কেইবাগুৰু বাঢ়ি গৈছে৷ নাছৰাল্লাৰ মৃত্যুৰ পাছতেই উলোটাই আক্ৰমণ কৰিছে ইৰাণে৷ মঙলবাৰে লেবাননত সোমাই যেতিয়া ইজৰাইলী ফৌজে আক্ৰমণৰ পৰিকল্পনা কৰে তেতিয়াই তেল আভিবত এটাৰ পাছত আনটো ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰে ইৰাণি সেনাই৷ তেওঁলোকৰ দাবী প্ৰায় ২০০ টা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে তেওঁলোকে৷ অৱশ্যে ইৰাণৰ এই আক্ৰমণ প্ৰতিহত কৰে ইজৰাইলী সেনাই৷

মঙলবাৰে নিশা মন্ত্ৰীসভাৰ জৰুৰী বৈঠকৰ আয়োজন কৰিছে নেতানিয়াহুৱে৷ তাৰপাছতেই ইৰানক ধমকি দি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয়, ‘ইৰানে আক্ৰমণ কৰি ঠিক কাম কৰা নাই৷ ইয়াৰ ফল ভুগিব লাগিব ইৰানে৷’ তেহৰানে উলোটাকৈ ধমকি দি কয়, ‘ইজৰাইলে যদি প্ৰতিশোধ লৈ আক্ৰমণ চলায় তেতিয়াহ’লে আমিও মনে মনে নাথাকিম৷’

ইফালে ইজৰাইলক সকলো ধৰণৰ সাহায্যৰ আশ্বাসো দিছে প্ৰেছিডেণ্ট জ’ বাইডেনে৷ এইক্ষেত্ৰত আমেৰিকাক দূৰত থকাৰ পৰামৰ্শ দিছে ইৰানে৷ ইৰাণৰ বিদেশমন্ত্ৰী আব্বাছ আৰাঘাছিয়ে জনাইছে যে তেওঁলোকে কোনোধৰণে কোনো হস্তক্ষেপেই সহ্য নকৰিব৷ অন্যহাতে ইজৰাইলৰ ভূখণ্ডত ইৰাণৰ আক্ৰমণত উদ্বিগ্ন ভাৰতো৷ নৰেন্দ্ৰ মোদী চৰকাৰে ইতিমধ্যেই ইজৰাইলৰ প্ৰবাসী ভাৰতীয়সকলক সতৰ্ক কৰিছে৷ তেহৰানত অৱস্থিত ভাৰতীয় দূতবাসৰ তৰফৰ পৰা জনোৱা হৈছে যে তেওঁলোকে সকলো পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে৷ এয়াৰ ইণ্ডিয়া সূত্ৰৰ পৰা জনোৱা হৈছে যে প্ৰয়োজন হ’লে সেই দেশৰ ভাৰতীয় নাগৰিকসকলক ভাৰতলৈ উভতাই অনাৰ সকলো ধৰণৰ ব্যৱস্থা কৰা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
ধৰালৈ নামিল মহিষমৰ্দিনী… দেৱীপক্ষৰ আৰম্ভণিতে দীপলিনা ডেকাই শুভেচ্ছা জনাই কি লিখিলে সামাজিক মাধ্যমত?

ধৰালৈ নামিল মহিষমৰ্দিনী... দেৱীপক্ষৰ আৰম্ভণিতে দীপলিনা ডেকাই শুভেচ্ছা জনাই কি লিখিলে সামাজিক মাধ্যমত?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

মধ্যপ্ৰাচ্য অস্থিৰ কৰি ৰখাৰ আঁৰত এই দুই দেশ! মুছলমানপ্ৰধান এই দুই ৰাষ্ট্ৰৰ সম্পৰ্ক কিয় সাপ-নেউলৰ দৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.