• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

1 month ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

36 minutes ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

2 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

14 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

14 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

15 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

16 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

19 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

20 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

20 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

21 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

22 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

১১ জুনৰ পৰা আমেৰিকাত দুভৰিৰ মহাৰণ

editor by editor
June 7, 2026
in ক্ৰীড়া, বিবিধ, বিশ্ব, লেখা
0
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?
0
SHARES
53
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হব বিশ্বকাপ ফুটবল। বিশ্বৰ বছা বছা ফুটবলাৰৰ দুভৰিৰ যাদুৰে প্ৰাণ পাই উঠিব আমেৰিকাৰ সেউজ ঘাঁহনি। মেছি, ৰোনাল্ডো, এমবাপে, হলাণ্ডৰ দৰে ছুপাৰষ্টাৰৰ খেলৰ শৈলীত মন্ত্ৰমুগ্ধ হ’বলৈ আমেৰিকালৈ ঢাপলি মেলিব বিশ্বৰ চুকে-কোনে থকা লাখ লাখ ক্ৰীড়া অনুৰাগী। ইপিনে পূৰ্বৰ বিশ্বকাপৰ তুলনাত এইবাৰ অংশগ্ৰহণকাৰী দলৰ সংখ্যাও বৃদ্ধি কৰিছে FIFAই। এইবাৰ বিশ্বকাপ ফুটবলত অংশ ল’ব বিশ্বৰ ৪৮খনকৈ দেশে। এই দেশসমূহৰ ভিতৰত বিশ্বকাপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে ইৰানেও। বিশ্বকাপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিলেও যুদ্ধভূমিৰ দৰেই সমস্যা আঁতৰা নাই ইৰানৰ।
অৱশ্য মধ্যপ্ৰাচ্যত ইৰান-আমেৰিকাৰ মাজত চলি থকা যুদ্ধৰ পিছতো বিশ্বকাপত অংশগ্ৰহণৰ বাবে যাবলগীয়া ইৰানৰ খেলুৱৈসকলক ভিছা প্ৰদান কৰিছে আমেৰিকাই। কিন্তু ট্ৰাম্পৰ দেশখনে ইৰানৰ খেলুৱৈসকলক ভিছা দিলেও এই পৰ্যন্ত ইৰান দলটোৰ কেইবাগৰাকীও ছাপ’ৰ্ট ষ্টাফ আৰু ইৰান ফুটবল ফেডাৰেশ্যনৰ বিষয়ববীয়াক আমেৰিকাই দিয়া নাই সেউজ সংকেত। ইৰান ফুটবল ফেডাৰেশ্যনৰ মহাসচিব হেদায়ত মোম্বেনী, উপাধ্যক্ষ মেহদী মহম্মদ নবীসহ ১৪গৰাকী বিষয়ববীয়া আৰু কেইবাগৰাকীও ছাপ’ৰ্ট ষ্টাফে এই পৰ্যন্ত লাভ কৰা নাই আমেৰিকাৰ ভিছা। ছাপ’ষ্ট ষ্টাফ অবিহনে বিশ্বকাপ ফুটবলৰ দৰে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো যিকোনো দেশৰ বাবে অতি কঠিন হৈ পৰিব। ইপিনে এই সন্দৰ্ভত আমেৰিকাই স্পষ্ট কৰিছে যে ইৰানৰ সকলো খেলুৱৈ, প্ৰশিক্ষক. ট্ৰেইনাৰ আৰু কেইবাজনো ছাপ’ৰ্ট ষ্টাফক ইতিমধ্যে ভিছা প্ৰদান কৰা হৈছে। অৱশ্যে বিভিন্ন কাৰণত কেইজনমান বিষয়বাবীয়া আৰু ছাপ’ৰ্ট ষ্টাফে এই পৰ্যন্ত আমেৰিকাৰ ফালৰ পৰা সেউজ সংকেত লাভ কৰা নাই। সম্প্ৰতি ইৰান ফুটবল দলটো তুৰ্কীত অন্তিম অনুশীলনত ব্যস্ত আছে। তুৰ্কীৰ পৰাই পোনে পোনে দলটো মেক্সিকোলৈ ৰাওনা হ’ব। ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ফুটবল ১৯ জুলাইলৈ চলিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত
বিনোদন

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

July 15, 2026
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

July 15, 2026
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন
বিনোদন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

July 14, 2026
Next Post
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক'লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.