• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

5 months ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

8 minutes ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

60 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

2 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

3 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

19 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

19 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

20 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

20 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

21 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

21 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালেই হ'ব পাৰে কঠোৰ শাস্তি!

editor by editor
June 7, 2026
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শেহতীয়াভাৱে ভাৰত বিৰুদ্ধে ছচিয়েল মিডিয়াৰ বিভিন্ন ছাইটত কেইবাটাও পোষ্ট চিনাক্ত কৰি block কৰিছে ছিংগাপুৰ চৰকাৰে। দেশখনৰ গৃহমন্ত্ৰালয়ে ফেচবুক, youtube আৰু Xত ভাৰতৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য আগবঢ়োৱা তেনে ১৪টাকৈ পোষ্ট চিনাক্ত কৰি block কৰিছে। অনুসন্ধানত এই পোষ্টকেইটা চীনৰ পৰা আপলোড কৰি ছিংগাপুৰৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত বিয়পাই দিয়াৰ তথ্য লাভ কৰিছে দেশখনৰ গৃহ বিভাগে। উপৰিও এই ফেচবুক, youtube আৰু X এই তিনিওটা ফ্লেটফৰ্মকে ভৱিষ্যতে ছিংগাপুৰৰ ব্যৱহাৰকাৰীয়ে যাতে এনে ভাৰতবিৰুদ্ধ পোষ্ট নাপায় তাৰ বাবে ব্যৱস্থা লবলৈ নিৰ্দেশ দিছে। ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ অনলাইন অপৰাধিক অধিনিয়ম ২০২৩ৰ অধীনত এনে ধৰণৰ অপপ্ৰচাৰ চলোৱা পোষ্টৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

 আপত্তিজনক পোষ্টকেইটাত কি আছিল?

ছিংগাপুৰৰ গৃহমন্ত্ৰালয়ৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি চীনা ভাষাত লিখা পোষ্টকেইটাত প্ৰথমে ছিংগাপুৰে নিজৰ সংস্কৃতি আৰু দেশখনৰ জাতীয় ৰাজনৈতিক নীতি ক্ৰমাৎ হেৰুৱালৈ ধৰা বুলি মন্তব্য কৰে। ইয়াৰ পিছতে পোষ্টকেইটাত চীনা ব্যৱহাৰকাৰীয়ে ভাৰতৰ বিৰুদ্ধে বহুতো আপত্তিজনক মন্তব্য আগবঢ়ায় আৰু ইয়াক ছিংগাপুৰৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী মাজত বিয়পাই দিয়ে। ইয়াৰ ভিতৰত ছিংগাপুৰত ভাৰতীয়ৰ অবৈধ আগ্ৰাসন সন্বন্ধীয় কেইবাটাও পোষ্ট আছিল। ছিংগাপুৰৰ ৰাজনীতিত ভাৰতীয় মূলৰ নেতাও ছিংগাপুৰৰ নাগৰিকৰ বাবে চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে বুলিও অন্য কেইবাটাও পোষ্ট চিনাক্ত কৰে ছিংগাপুৰৰ গৃহ মন্ত্ৰালয়ে। ইয়াৰ উপৰিও ছিংগাপুৰত ভাৰতীয় মূলৰ লোকৰ উপস্থিতি বৃদ্ধিয়ে দেশখনৰ বাবে হানিকাৰক বুলি আন কেইবাটাও পোষ্টো চিনাক্ত কৰে দেশখনৰ গৃহমন্ত্ৰালয়ে। ছিংগাপুৰত বসবাস কৰা কেইবাগৰাকীও ভাৰতীয় মূলৰ লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ঘৰৰ ফটো, ভিডিঅ পোষ্ট কৰে দুষ্ট চক্ৰটোৱে।
দেশখনৰ গৃহমন্ত্ৰালয়ে ছিংগাপুৰৰ দণ্ড সহিতাৰ অধীনত ২৯৮A নং ধাৰাৰ অধীনত এনেধৰণৰ পোষ্টসমূহত অপৰাধৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে। প্ৰাথমিক তদন্তত চীনৰ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ছিংগাপুৰৰ facebook, youtube আৰু X ব্যৱহাৰকাৰীৰ মাজলৈ বিয়পাই দিয়া হৈছে। এই পোষ্টসমূহত কৰা অভিযোগক খণ্ডন কৰি ছিংগাপুৰ চৰকাৰে দেশখনৰ নিৰ্মাণ ক্ষেত্ৰত ভাৰতীয় প্ৰৱাসী শ্ৰমিকৰ যোগদান উল্লেখযোগ্য আৰু তেওঁলোক ছিংগাপুৰ সমাজৰ এক উল্লেখযোগ্য সদস্য বুলিও মন্তব্য কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?
বাণিজ্য

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

October 21, 2026
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!
বিনোদন

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

October 21, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
Next Post
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক'লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.