• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

2 years ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

23 minutes ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

56 minutes ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

2 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

3 hours ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

4 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

14 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

14 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

15 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

15 hours ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

16 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

16 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

editor by editor
April 15, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভয়াৱহ সংঘৰ্ষত সোমাই পৰিছে ইৰাণ-ইজৰাইল। শ শ মিছাইল, ড্ৰোণ লৈ ইহুদি দেশত সোমাই আক্ৰমণ চলাইছে ইৰাণে। সমস্ত ক্ষেপণাস্ত্ৰ আক্ৰমণ প্ৰতিহত কৰিছে ইজৰাইলী ডিফেন্স ফৰ্ছে। মধ্যপ্ৰাচ্য়ৰ এই যুদ্ধই এতিয়া প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে ভাৰতত। দুই দেশৰ মাজত সংঘৰ্ষৰ এই পৰিস্থিতিত তীক্ষ্ণ নজৰ ৰাখিছে দিল্লীয়ে। দেওবাৰে অফিচিয়েল বিবৃত্তি দি সেই কথা বুজাই দিছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে।

ইৰাণ আৰু ইজৰাইলৰ মাজত অশান্তি বৃদ্ধি হ’লে ভাৰততো মাৰাত্মক প্ৰভাৱ পৰিব। উদ্বেগৰ বিষয় যে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ পৰিস্থিতি যদি আৰু বেয়া হয় তেন্তে ইয়াৰ প্ৰভাৱ পৰিব অৰ্থনীতিত। নিশাৰ ভিতৰতেই বাঢ়িব পাৰে অপৰিশোধিত তেলৰ দাম। ইয়াৰ ফলত ভাৰতত প্ৰভাৱ পৰিব।

কি কি ক্ষেত্ৰত প্ৰভাৱ পৰিব ভাৰতত?

এই মুহূৰ্তত বেৰেলে প্ৰতি অপৰিশোধিত তেলৰ দাম ৯০ ডলাৰ পাৰ হোৱাৰ সম্ভাৱনা আছে। ইৰাণ-ইজৰাইল যুদ্ধ অব্যাহত থাকিলে কেইটামান দিনৰ ভিতৰতেই তেলৰ দাম ১০০ ডলাৰ পাৰ হ’ব বুলিও ধাৰণা কৰিছে আন্তৰ্জাতিক মহলে। অপৰিশোধিত তেলৰ ৮০শতাংশই ভাৰতে আমদানি কৰে। নিশাৰ ভিতৰত তেলৰ দাম বাঢ়িলে ভাৰতত এই অপৰিশোধিত তেল আমদানি কৰিবলৈ ভাৰতে মোটা অংকৰ ধন খৰচ কৰিব লাগিব।

ইৰাণ-ইজৰাইলৰ যুদ্ধ চলিলে মুদ্ৰাস্ফীতি হ’ব পাৰে। ভাৰতে যি তেল আমদানি কৰে তাৰ অধিকাংশই মধ্য়প্ৰাচ্যৰ পৰা আহে। ফলত যুদ্ধৰ কাৰণে ক্ষতিৰ সম্ভাৱনা আছে ভাৰতত। আশংকা কৰা মতে যুদ্ধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হিচাপে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিৰক্ষা বিশেষজ্ঞৰ মেজৰ জেনেৰেল অশোক কুমাৰে জনোৱা অনুসৰি ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা সৰবৰাহ প্ৰভাৱিত হ’ব পাৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো একেই ঘটনা কৰিছিল।

আৱজাৰ্ভ ৰিচাৰ্ছ ফাউণ্ডেছন চেণ্টাৰ ফৰ ফৰেন পলিচি ষ্টাডিজৰ ভাইছ প্ৰেচিডেণ্ট প্ৰফেছৰ হৰ্ষ ভি পান্থে কয়, ইজৰাইল ইৰাণৰ যুদ্ধৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যই আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব। খুব গুৰুতৰ সংকটেও দেখা দিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

May 5, 2026
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!
জীৱনশৈলী

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

May 5, 2026
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

May 5, 2026
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
Next Post
ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

২ঘণ্টাৰ বাবে GS ROAD হ’বONE WAY, ৪ঘণ্টা সম্পূৰ্ণৰূপে বন্ধ থাকিব যান-বাহন চলাচল

২ঘণ্টাৰ বাবে GS ROAD হ'বONE WAY, ৪ঘণ্টা সম্পূৰ্ণৰূপে বন্ধ থাকিব যান-বাহন চলাচল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.