• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

1 year ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

57 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

2 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

4 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

23 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

1 day ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

editor by editor
November 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল
0
SHARES
803
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যি দেশত হিজাব বাধ্যতামূলক সেই দেশৰেই বিশ্ববিদ্যালয়ত বিকিনি পিন্ধি ঘুৰি ফুৰিছে যুৱতী, ভিডিঅ’ ভাইৰেল

বোৰ্খা আৰু হিজাবৰ বিৰুদ্ধে ইছলামিক দেশতে প্ৰতিবাদ কৰিছে এগৰাকী যুৱতীয়ে। প্ৰতিবাদ নহয় যেন এক ক্ৰান্তিহে। ইৰাণত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীয়ে ইৰাণ বিশ্ববিদ্যালয়ৰ চৌহদত বোৰ্খা তথা হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিকিনি পৰিধান কৰা প্ৰত্যক্ষ হয়।

যুৱতীগৰাকীয়ে বিকিনি পৰিধান কৰি বিশ্ববিদ্যালয়ৰ চৌহদত ঘুৰি ফুৰা দেখা পোৱা যায়। যি ঘটনাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বজুৰি তোলপাৰ লগাইছে এই ঘটনাই। বহু লোকে যুৱতীগৰাকীক সমৰ্থন কৰাৰ লগতে বহু লোকেই ককৰ্থনা কৰিছে যুৱতীৰ কাণ্ড কাৰখানাক।

যি দেশত ইছলাম ধৰ্মীয় লোকৰ জনসংখ্যা অধিক, যি দেশত ইছলাম ধৰ্মৰ বিষয়ে অধিক কঠোৰ হোৱা দেখা যায়, সেই দেশৰ ৰাজধানী তেহৰানৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত দেখা পোৱা যায় বিকিনি পৰিহিতা যুৱতী।

তেহৰাণৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত কেৱল বিকিনি পিন্ধি খোজ কাঢ়ি থকা এগৰাকী যুৱতী এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। যুৱতীগৰাকীয়ে এই কাণ্ড কৰাৰ পাচতে তাইক আৰক্ষীয়ে আটক কৰে। যুৱতীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া সমগ্ৰ বিশ্বৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

২ নৱেম্বৰ শনিবাৰে তেহৰাণৰ বিজ্ঞান আৰু গৱেষণা বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাক দেশৰ মহিলাসকলৰ বাবে কঠোৰ ইছলামিক সাজ-পোছাকৰ বিৰুদ্ধে বিদ্ৰোহ বুলিও কোৱা হৈছে। আনহাতে যুৱতীগৰাকীয়ে শৰীৰৰ পৰা কাপোৰ আঁতৰোৱাৰ কাৰণ বিশ্ববিদ্যালয়ৰ ড্ৰেছ কোড হব পাৰে বুলিও কোৱা হৈছে।

প্ৰকাশিত বাতৰি অনুসৰি ইৰাণৰ ছাত্ৰ ছ’চিয়েল মিডিয়া চেনেল আমিৰ কবীৰ নিউজলেটাৰে জনোৱা মতে, কেম্পাছত ইৰাণৰ মৰেল আৰক্ষীয়ে যুৱতীগৰাকীক হাৰাশাস্তি কৰিছিল আৰু কাপোৰ টানিছিল, যাৰ বাবেই যুৱতীগৰাকীয়ে শৰীৰৰ পৰা কাপোৰ খুলি দিছিল।
বিশ্ববিদ্যালয়খনৰ দাবী, ড্ৰেছ কোডক লৈ নৈতিক আৰক্ষীৰ সদস্যৰ সৈতে হোৱা কথা-বতৰাৰ পিছতে ছাত্ৰীগৰাকীয়ে কাপোৰ খুলিছিল। বিশ্ববিদ্যালয়খনেও কয় যে ছোৱালীজনী মানসিকভাৱে সুস্থ নহয়।

উল্লেখ্য যে, ইৰাণৰ কঠোৰ ইছলামিক আইন অনুসৰি দেশখনৰ মহিলাসকলে ৰাজহুৱা স্থানত হিজাব পৰিধান কৰিব লাগিব। হিজাব অবিহনে ঘৰৰ বাহিৰ হব নোৱাৰে। এই আইনসমূহ দেশৰ নৈতিক আৰক্ষীয়ে বলবৎ কৰে আৰু উলংঘা কৰিলেও ইয়াৰ শাস্তিৰ বিধান আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BikiniHisabiranIran UniversityTehran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
Next Post
নিৰ্লজ পৰাজয়ৰ পাছ এইবাৰ ভাৰতীয় দল দক্ষিণ আফ্ৰিকাত; কেপ্টেইন সলনি, প্ৰশিক্ষকো সলনি, ফৰ্মেটো সলনি

নিজতকৈ ভালেখিনি ডাঙৰ এগৰাকী বাবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ এতিয়া সকলোফালে চৰ্চিত অভিনেত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন