• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

3 years ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

2 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

3 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

3 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

4 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

5 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

5 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

6 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

7 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

7 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

8 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

9 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

editor by editor
September 29, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ
0
SHARES
9.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন৷ গোশালাৰ গৰু তেওঁলোকেই কছাইখানাত বিক্ৰি কৰে’ ইছকনৰ বিৰুদ্ধে এই মন্তব্য কৰি দেশজুৰি চৰ্চাত মেনকা গান্ধী৷ মেনকা গান্ধীৰ এই মন্তব্য ভাইৰেল হৈ থকাৰ সময়তে ইছকনে মেনকা গান্ধীৰ বিৰুদ্ধে লৈছে বিশেষ পদক্ষেপ৷ ইছকনৰ তৰফৰ পৰা ১০০ কোটি টকাৰ মানহানী গোচৰ তৰা হৈছে মেনকা গান্ধীৰ বিৰুদ্ধে৷

https://x.com/zoo_bear/status/1706685644309942372?s=20

বুধবাৰৰ পৰা মেনকা গান্ধীৰ এই মন্তব্য এক্স হেণ্ডেলত ভাইৰেল হৈ আছে৷ শুকুৰবাৰে ইছকনৰ তৰফৰ পৰা বিতৰ্কিত মন্তব্যটোক লৈ মেনকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হৈছে৷ ইতিমধ্যে বিজেপি সাংসদগৰাকীক ১০০ টকাৰ মানহানিৰ নটিছ পঠিয়াইছে ইছকনে৷ ধৰ্মীয় এই সংস্থাটোৱে জনোৱমতে মেনকা গান্ধীৰ এই মন্তব্য সম্পূৰ্ণ ভিত্তিহীন৷ ইছকনৰ তৰফৰ পৰা তেওঁলোকে জনোৱামতে, ‘শুকুৰবাৰে আমি মেনকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ নটিছ পঠিয়াইছো৷ ইছকনৰ বিৰুদ্ধে তেঁও ভিত্তিহীন মন্তব্য কৰিছে৷ বিশ্বব্যাপী ইছকনৰ ভক্ত আছে৷ বিশ্বৰ সকলো ভক্তকেই এই মন্তব্যই ব্যথিত কৰিছে৷ মানহানিকৰ এই অপবাদৰ বাবেই আমি তেওঁলৈ নটিছ পঠিয়াইছো৷ ইছকনৰ বিৰুদ্ধে এনে ভুৱা প্ৰচাৰ ভাল কথা হোৱা নাই৷ আমি ন্যায়ৰ বাবে যুঁজ দিমেই৷’

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধী এগৰাকী পশুপ্ৰেমী৷ পশুহত্যাৰ বিৰুদ্ধে তেওঁ বহুসময়ত মন্তব্য কৰি আহিছে৷ মেনকাৰ ভিডিঅ’টোত তেওঁ স্পষ্টকৈ কৈছে, ‘দেশৰ ভিতৰত সকলোতকৈ বেছি প্ৰতাৰক হৈছে ইছকন৷ তেওঁলোকে গোশালা নিৰ্মাণৰ নামত চৰকাৰৰ পৰা ৰাজসাহাৰ্য্য লৈ আহিছে৷ মই অন্ধ্ৰপ্ৰদেশৰ ইছকনৰ অনন্তপুৰ গোশালা পৰিদৰ্শন কৰি এই মন্তব্য কৰিছো৷ তাত যিমান গৰু দেখিছো সকলো গাই৷ তাৰ মাজৰ যিসমূহ গাইয়ে গাখীৰ নিদিয়ে সেইসমূহক তেওঁলোকে বিক্ৰী কৰি দিয়ে৷ কছাইৰ হাতত এই গাইসমূহ বিক্ৰি কৰি দিয়ে ইছকনে৷ আৰু এইসকলেই ৰাস্তাত হৰে ৰাম হৰে কৃষ্ণ গাই ফুৰে৷’ ইছকনে মেনকাৰ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে৷ ইছকন ভক্ত মেনকাই কিয় এনে মন্তব্য কৰিলে আচৰিত হৈছো বুলিও ইছকনৰ তৰফৰ পৰা বিবৃতি দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam policeaxom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম
প্ৰযুক্তি

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

July 29, 2026
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
Next Post
ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

ভাৰতলৈ আহিলে ভাৰতীয় খাদ্যই খাব লাগিব, পাকিস্তানী ক্ৰিকেটাৰে ভাৰতত কি কি খাদ্য খাব লাগিব? ভাইৰেল হ’ল মেনু

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.