• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

1 year ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

19 minutes ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

13 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

13 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

14 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

14 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

14 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

15 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

16 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

16 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

17 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

18 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?

editor by editor
March 22, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
মাত্ৰ ৩৫ বছৰ, বিশ্বৰ বৃহত্তম ধৰ্ম হ’ব ইছলাম, কি হ’ব খ্ৰীষ্টিয়ান আৰু হিন্দুৰ অৱস্থা?
0
SHARES
860
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০৬০ চনত অৰ্থাৎ আগন্তুক ৩৫ বছৰৰ পাছত খ্ৰীষ্টধৰ্মক চেৰ পেলাই ইছলাম বিশ্বৰ বৃহত্তম ধৰ্ম হিচাপে পৰিগণিত হব৷ এই সময়ত বিশ্বব্যাপী মুছলমান জনসংখ্যা ৭০শতাংশলৈ বৃদ্ধি পাব৷ ২০৬০ চনৰ ভিতৰত মুছলমান জনসংখ্যা ৩ বিলিয়ন পাৰ হৈ পৰিব৷ পিউ ৰিচাৰ্ছ চেণ্টাৰৰ এটা নতুন গৱেষণাত এই ভৱিষ্যদ্বাণী কৰা হৈছ৷

বিশ্বৰ দ্ৰুত বৰ্ধনশীল ধৰ্মসমূহৰ ওপৰত গৱেষণা চলাইছে পিউ ৰিচাৰ্ছে৷ এই গৱেষণা অনুসৰি বৰ্তমান খ্ৰীষ্টধৰ্মৰ মানুহ পৃথিৱীত সৰ্বাধিক৷ পৃথিৱীৰ মুঠ ৭.৩ বিলিয়ন জনসংখ্যাৰ ৩১ শতাংশই খ্ৰিষ্টিয়ান৷ তাৰপাছতেই আছে ইছলাম দ্বিতীয় স্থানত৷ হিন্দুধৰ্ম আছে তৃতীয় স্থানত৷ আগন্তুক তিনি দশক ধৰি এই অৱস্থাৰ নাটকীয় সালসলনি ঘটিব৷ কাৰণ মুছলমান জনসংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাব বুলি কৈছে পিউ ৰিচাৰ্ছৰ ৰিপৰ্টে৷ মুছলমানৰ সংখ্যা বৃদ্ধিৰ ফলতেই ইছলাম বিশ্বব্যাপী প্ৰধান ধৰ্মত পৰিণত বুলি জনাইছে পিউ ৰিচাৰ্ছে৷

ইছলাম বিশ্বৰ বৃহত্তম ধৰ্ম হৈ উঠিব

পিউ ৰিচাৰ্ছৰ মতে বৰ্তমান ইছলাম বিশ্বৰ দ্ৰুততম বৰ্ধনশীল ধৰ্ম আৰু এই প্ৰবণতা ক্ৰমশ ঊৰ্ধ্বমুখী থাকিব৷ যাৰ ফলত ২০৬০ চনত মুছলমান বিশ্বৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীত পৰিণত হব৷ গৱেষণাত মুছলমানৰ আধিপত্য বৃদ্ধিৰ তিনিটা প্ৰধান কাৰণো তেওঁলোকে উল্লেখ কৰিছে৷ যিসমূহ হৈছে তৰুণ জনসংখ্যা, উচ্চ প্ৰজননৰ হাৰ আৰু ধৰ্মান্তৰিত হোৱাৰ প্ৰবণতা৷

গৱেষণা অনুসৰি ২০৬০ চনত নগদ বিশ্বব্যাপী জনসংখ্যা প্ৰায় ৩২ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ এই বৃদ্ধিৰ মাজত মুছলমান জনসংখ্যা ৭০শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে যি বিশ্বব্যাপী গড়ৰ দ্বিগুণৰো বেছি৷ পিউ ৰিচাৰ্ছৰ গৱেষণাত ২০১৫ চনৰ পৰা ২০৬০ চনৰ ভিতৰত ৪৫ বছৰত বিভিন্ন ধৰ্মৰ জনসংখ্যা বৃদ্ধিক লৈ গৱেষণা হৈছিল৷ দেখা গৈছে যে ২০১৫ চনত বিশ্বব্যাপী মুছলমান জনসংখ্যা আছিল ১.৮ বিলিয়ন৷ যি ২০৬০ চনত ৩ বিলিয়ন অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে৷

মুছলমানৰ জনসংখ্যা কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে?

সমীক্ষা অনুসৰি মুছলমান জনসংখ্যা বৃদ্ধিৰ বাবে বিভিন্ন কাৰণ দায়ী৷ যাৰ মাজত উল্লেখযোগ হৈছে তৰুণ জনসংখ্যা আৰু উচ্চ প্ৰজননৰ হাৰ৷ গৱেষণাৰ ৰিপৰ্ট অনুসৰি মুছলমান মহিলাৰ প্ৰজননৰ হাৰ ৩.১৷ খ্ৰিষ্টিয়ান মহিলাৰ ২.৭৷ উন্নয়নশীল দেশসমূহত মুছলমান আৰু খ্ৰিষ্টিয়ানৰ প্ৰজননৰ হাৰ খুব বেছি আৰু মৃত্যুৰ হাৰ কম৷ সেই কাৰণেই তেওঁলোকৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ আফ্ৰিকাৰ দৰে দেশত ২০৫০ চনৰ ভিতৰত ১২ শতাংশ বৃদ্ধি পাব মুছলমানৰ জনসংখ্যা বুলি আশা কৰা হৈছে৷

পিউ ৰিচাৰ্ছৰ চেণ্টাৰে প্ৰকাশ কৰা ৰিপৰ্টত ২০১০ চনত বিশ্বৰ মুছলমান জনসংখ্যাৰ ৩৪ শতাংশৰ বয়স আছিল ১৫ বছৰৰ কম৷ ৬০শতাংশৰ বয়স ১৫ৰ পৰা ৫৯ বছৰৰ মাজত আৰু মাত্ৰ ৭শতাংশৰ বয়স ৬০ বছৰ বা তাতোকৈ বেছি৷ বেছিভাগ মুছলমানেই আফ্ৰিকা, আৰু মধ্যপ্ৰাচ্যত বাস কৰে আৰু তাতেই বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বোচ্চ৷

ভাৰতত মুছলামৰ জনসংখ্যা

পিউ ৰিচাৰ্ছ চেণ্টাৰৰ প্ৰতিবেদন অনুসৰি ভাৰতত মুছলমান জনসংখ্যাৰ সামান্য বৃদ্ধি হব৷ ২০৬০ চনৰ মাজত এই দেশৰ জনসংখ্যাৰ প্ৰায় ১৯.৪শতাংশ হব মুছলমান৷ যি ২০১৫ চনত আছিল ১৪.৯শতাংশ৷ ৰিপৰ্টত অনুমান কৰা হৈছে যে আগন্তুক ৩৬ বছৰত ভাৰতৰ মুছলমান জনসংখ্যা ৩৩ কোটি হবগৈ৷ ইয়াৰোপৰি অনুমান কৰা হৈছে যে ২০৬০ চনৰ ভিতৰত খ্ৰীষ্টিয়ানৰ জনসংখ্যাও ৩৪শতাংশ বৃদ্ধি পাব৷ হিন্দুৰ জনসংখ্যাৰ মাত্ৰ ২৭শতাংশ বৃদ্ধি পাব৷ যি বিশ্বব্যাপী জনসংখ্যা বৃদ্ধিৰ গড় তুলনাত যথেষ্ট কম৷ বৰ্তমান খ্ৰীষ্টিয়ান আৰু হিন্দু বিশ্বজনসংখ্যাৰ ক্ৰমে ৩৪ আৰু ১৫শতাংশহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত
জীৱনশৈলী

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

May 17, 2026
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!
জীৱনশৈলী

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

May 16, 2026
Next Post
এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

এক হ’ল টাটা আৰু টেছলা, ভাৰতৰ বাহনৰ বজাৰত ধামাকা দিবলৈ সাজু এলন মাস্ক

ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

ছিলিকন ইনজেকশ্ব্যন দীৰ্ঘদিন ধৰি লৈছিল, পাঁচগুণ ডাঙৰ হৈ পৰিল শৰীৰৰ এই অংগ, চিকিৎসকে দিছে সতৰ্কবাৰ্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.