• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ পাছত এইবাৰ বনজুইৰ কবলত ইজৰাইল, অন্য দেশক সহায় ভিক্ষা

7 months ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

5 hours ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

7 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

8 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

10 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

11 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

12 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, December 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যুদ্ধৰ পাছত এইবাৰ বনজুইৰ কবলত ইজৰাইল, অন্য দেশক সহায় ভিক্ষা

editor by editor
May 1, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
যুদ্ধৰ পাছত এইবাৰ বনজুইৰ কবলত ইজৰাইল, অন্য দেশক সহায় ভিক্ষা
0
SHARES
339
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধৰ পাছত এইবাৰ বনজুইৰ কবলত ইজৰাইল, অন্য দেশক সহায় ভিক্ষা

মহাসংকটত পৰিছে ইজৰাইল, ইৰাণৰ সৈতে যুদ্ধৰ পাছত এইবাৰ ভয়ংকৰ বনজুইক কবলত দেশখন। যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সহায় ভিক্ষা খুজিছে ইজৰাইলে। এই বনজুই দেশখনৰ জেৰুজালেম চহৰৰ বাহিৰত হৈছে।

ইজৰাইলৰ জেৰুজালেমৰ উপকণ্ঠ অঞ্চলত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছে। এই অগ্নিকাণ্ডই পৰিৱেশৰ যথেষ্ট ক্ষতি কৰাই নহয়, স্বাভাৱিক জীৱনো বেয়াকৈ প্ৰভাৱিত হৈছে।

এই জুই ইমানেই বৃহৎ যে ইয়াক নিৰ্বাপিত কৰিবলৈ শ শ অগ্নিনিৰ্বাপক বাহিনী, হেলিকপ্টাৰ আৰু অন্যান্য জৰুৰীকালীন সম্পদ নিয়োগ কৰা হৈছে। অগ্নিকাণ্ডৰ বাবে হাজাৰ হাজাৰ নাগৰিকে ঘৰ-দুৱাৰ খালী কৰিব লগা হৈছে।

বিষয়াসকলে এই অগ্নিকাণ্ডক দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অগ্নিকাণ্ড বুলি অভিহিত কৰিছে। প্ৰৱল বতাহৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰিছে।

ইজৰাইলে আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা সহায় বিচৰাৰ পৰাই এই জুইৰ ভয়াৱহতা নিৰ্ণয় কৰিব পাৰি। এই বনজুইৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ ইউক্ৰেইনে এখন বিমান প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে। স্পেইন, ফ্ৰান্স, ৰোমানিয়া, ক্ৰ’ৱেচিয়া আৰু ইটালীয়েও বিমান প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে।

ইজৰাইলৰ জৰুৰীকালীন চিকিৎসা সেৱাই জনোৱা মতে, এতিয়ালৈকে এই বনজুইত আহত হোৱা ২৩ জন লোকৰ চিকিৎসা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IsrealJerusalemWild Fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?
জীৱনশৈলী

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

December 5, 2025
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
জীৱনশৈলী

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

December 5, 2025
Next Post
৩ স্থান নিৰ্বাচন কৰিছিল আক্ৰমণৰ বাবে, কিন্তু শেষত কিয় পেহেলগামত কৰিলে কাণ্ড ?

বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি

বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ'লে কঠোৰ শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন