• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি

বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি

12 months ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

25 minutes ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

1 hour ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

2 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

20 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

21 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

22 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

22 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

23 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

1 day ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি

editor by editor
May 1, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈভৱৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ অলিম্পিক পদক বিজয়ীৰ, অভিযোগ সঁচা হ’লে কঠোৰ শাস্তি

মাত্ৰ ১৪ বছৰ বয়সতে বৈভৱ সূৰ্য্যবংশীয়ে নে এক কৃতিত্ব কৰিলে যিটো মহান ব্যক্তিয়েও কৰিব নোৱাৰিলে। ইমান কম বয়সতে এই বাওঁহাতৰ বেটছমেনে আই পি এলত মাত্ৰ ৩৫টা বলতে শতক অৰ্জন কৰে। বৈভৱৰ ইনিংছৰ পিছত সমগ্ৰ বিশ্ব আচৰিত হৈ পৰিছে।

বিশ্বই বৈভৱ সূৰ্যবংশীক চেল্যুট দিছে যদিও খেলুগৰাকীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাও একাংশ লোক আছে। তেনে এক কিংবদন্তি হৈছে অলিম্পিকত দেশৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা বক্সাৰ বিজেন্দৰ সিং। বিজেন্দৰ সিঙে বয়সৰ প্ৰবঞ্চনা কৰা বুলি অভিযোগ তুলিছে বৈভৱ সূৰ্যবংশীৰ বিৰুদ্ধে।

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক বেটিং চাই বিজেন্দৰ সিঙে এক্স হেণ্ডেলত লিখিছে – ভাইয়ে আজিকালি বয়স কমাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে।

বিজেন্দৰ সিঙৰ এই পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। যদিও বহুতে বিজেন্দৰ সিঙক এই প্ৰশ্নৰ বাবে তীব্ৰ বাক্যবাণ কৰিছে, আন একাংশৰ আকৌ দৃষ্টি কাঢ়িছে, সঁচাকৈয়ে বয়সৰ ফাঁকি দিছে নেকি বৈভৱে!

বিজেন্দৰ সিং

পাছে কিয় বয়সৰ জালিয়াতিৰ অভিযোগ বৈভৱ সূৰ্য্যবংশীৰ বিৰুদ্ধে? আচলতে বৈভৱৰ বয়স ১৪ বছৰ যদিও উচ্চতা আৰু দেহৰ গঠন বয়সতকৈ ডাঙৰ। লগতে ইমান কমবয়সীয়া ল’ৰাৰ শ্বটবোৰো আচৰিত।

যিটো কোনো ১৪ বছৰীয়া ল’ৰা-ছোৱালীৰ বাবে প্ৰায় অসম্ভৱ। অৱশ্যে বিচিচিআইৰ বয়স গোটৰ ক্ৰিকেটত বয়স সম্পৰ্কীয় ক্ষেত্ৰত বৈভৱ সূৰ্য্যবংশী কেতিয়াও ব্যৰ্থ হোৱা নাই।

উল্লেখ্য যে যদি কোনো ভাৰতীয় ক্ৰিকেটাৰ বয়সৰ জালিয়াতিৰ মাজত আবদ্ধ হয় তেন্তে তেওঁৰ বিৰুদ্ধে বিচিচিআইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আনকি সেই খেলুৱৈজনক নিষিদ্ধ কৰিব পাৰে। বয়সৰ জালিয়াতি কৰা ক্ৰিকেটাৰে দুবছৰৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanshiBijendar SinghcricketvViral Post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী
ক্ৰীড়া

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

April 30, 2026
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?
অসম

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

April 30, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

April 30, 2026
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Next Post
জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ'লগৈ ইজেক্যুলেচন

মে’ মাহত জেকপট লাগিব ৫ ৰাশিৰ, সকলো ইচ্চা হ’ব পূৰণ

মে' মাহত জেকপট লাগিব ৫ ৰাশিৰ, সকলো ইচ্চা হ'ব পূৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.