• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

1 year ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

21 minutes ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

53 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

1 hour ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

8 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

8 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

9 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

10 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

11 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

11 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

12 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

13 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

editor by editor
May 1, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জিভা পিছলি বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ পাকিস্তানী এংকৰ, ইজেকচন হ’লগৈ ইজেক্যুলেচন

পাকিস্তানী নিউজ চেনেলৰ জ্ঞান তথা বিশ্বাসযোগ্যতাক লৈ বহু সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। বাৰে বাৰে পাকিস্তানী সংবাদ মাধ্যম বিশ্ব দৰবাৰত হাঁহিয়াতৰ পাত্ৰ হৈ আহিছে। এইবাৰ এগৰাকী মহিলা এংকৰৰ জিভা পিছলি যোৱাৰ ফলত সমগ্ৰ ছ’চিয়েল মিডিয়া তোলপাৰ লাগি গৈছে।

কাৰণ মহিলা এংকৰৰ সম্যক জ্ঞানৰেই অভাৱ নে জিভা পিছলি ভুল, কিন্তু এটা মাৰাত্মক ভুলৰ বাবে এতিয়া বেয়াকৈ ট্ৰোলৰ সন্মুখিন হৈছে। মহিলা পাকিস্তানী এংকৰগৰাকীয়ে ইজেকচন শব্দ ক’বলৈ চেষ্টা কৰাৰ সময়তে মুখেৰে ওলাই ইজেক্যুলেচন। যি শব্দ দুটাৰ অৰ্থ আকাশ-পাতাল পাৰ্থক্য।

বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পাকিস্তানী মহিলা এংকৰ গৰাকীৰ এই ভুলৰ ভিডিঅ’ । অৱশ্যে এই ভাইৰেল ক্লিপ পুৰণি, কিন্তু ভাৰতত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এই ভিডিঅ’টো পুনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ’ ২০২০ চনৰ ১১ মাৰ্চৰ। সেইদিনটোত ইছলামবাদত এফ-১৬ যুঁজাৰু বিমান দুৰ্ঘটনা সংঘটিত হৈছিল, সেই দুৰ্ঘটনাৰেই বাতৰিৰ কভাৰেজৰ এই ভাইৰেল ক্লিপটো।

ভিডিঅ’টো চাবলৈ এই লিংকত ক্লিক কৰক- https://x.com/shiv_cybersurg/status/1917415206311059780

সামৰিক পেৰেডৰ আখৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত বিমানখন জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰাই অৰণ্যৰ ফালে নি বিমান খনৰ পাইলটে নিজৰ জীৱন উচ্চৰ্গা দি বহু লোকৰ প্ৰাণ ৰক্ষা কৰিছিল। পাকিস্তান বায়ুসেনাৰ সাহসী পাইলট নৌমান আক্ৰামৰ সেই দুৰ্ঘটনাত মৃত্যু হৈছিল। ইচ্ছা কৰিলে পাইলটে সময়মতে বিমানখনৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু সাধাৰণ নাগৰিকৰ প্ৰাণ ৰক্ষাৰ বাবে নিজকে উচ্চৰ্গা কৰি দিয়ে।

সেই দুৰ্ঘটনাৰেই কভাৰেজ কৰি আছিল পাকিস্তানী এংকৰে। তেতিয়াই শব্দৰ উচ্চাৰণত মাৰাত্মক ভুল কৰে। ‘ইজেকচন’ আৰু ‘ইজেক্যুলেচন’। শব্দ দুটাৰ পাৰ্থক্য বুজি নোপোৱাৰ বাবে এংকৰ বেয়াকৈ ট্ৰোলৰ সন্মুখিন হয়।

ইজেকচন হৈছে এটা টেকনিকেল শব্দ, ইয়াৰ অৰ্থ সামৰিক বিমানৰ পৰা পাইলট বাহিৰ হোৱাৰ প্ৰক্ৰিয়া। আনহাতে এংকৰে ব্যৱহাৰ কৰা ইজেক্যুলেচন শব্দ শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দ, ইয়াৰ অৰ্থ বীৰ্যস্খলন।

এই মাৰাত্মক পাৰ্থক্যৰ বাবেই বেয়াকৈ ট্ৰোল খাইছে এংকৰ গৰাকীয়ে। বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে- ‘এই কাৰণতেই আটাইতকৈ অজ্ঞান দেশ।’ আন এজন ব্যৱহাৰকাৰীয়ে ঠাট্টা কৰি লিখে, ‘এই জ্ঞানী লোকসকলে আমাৰ দেশৰ বিৰুদ্ধে যুঁজিব।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এই মহিলা এংকৰ গৰাকীয়ে হয়তো যথেষ্ট p**n চায়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pahalgam AttackPakistani News Anchorviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!
অসম

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে
অসম

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

October 26, 2026
Next Post
মে’ মাহত জেকপট লাগিব ৫ ৰাশিৰ, সকলো ইচ্চা হ’ব পূৰণ

মে' মাহত জেকপট লাগিব ৫ ৰাশিৰ, সকলো ইচ্চা হ'ব পূৰণ

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.