• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

1 year ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

5 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

6 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

7 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

8 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

8 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

8 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

9 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

9 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

10 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

11 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

12 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

editor by editor
May 2, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১০:৩০ বজালৈ ১৪ জিলাৰ ভোটদানৰ হাৰ

আজি ২ মে’ শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।বিয়লি ৪:৩০ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনে আজিৰ পৰ্যায়ত সামৰি লৈছে ১৪ খন জিলা। অহা ৭মে’ তাৰিখে অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

আজিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত। এই ১৪ জিলাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনে সামৰি লৈছে জিলা পৰিষদৰ ২১৬খন আসন।

এই ২১৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৫৬০ গৰাকী প্ৰাৰ্থীয়ে। মুঠ ভোটাৰৰ সংখ্যা ৮৯,৬০,৫৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৬৪ গৰাকী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এইবাৰ বেলট পেপাৰত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচন। ইয়াৰোপৰি কোনো প্ৰাৰ্থীৰ নাথাকে দলীয় প্ৰতীক। ইমানেই নহয়, এইবাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত নহয়। যিসকল প্ৰাৰ্থীয়ে সদস্য পদত নিৰ্বাচিত হয় সেইসকলৰ মাজৰ পৰা নিৰ্বাচিত হ’ব সভাপতি।

আজি পুৱা পুৱা ১০-৩০ বজালৈকে হোৱা ভোটদানৰ হাৰ জিলা অনুসৰি-
তিনিচুকীয়া – ২৫.৩৭ শতাংশ
ডিব্ৰুগড়- ২৪.৪৫ শতাংশ
শিৱসাগৰ- ২৫.৩১ শতাংশ
চৰাইদেউ- ২৪.৪৬ শতাংশ
যোৰহাট- ২৫.৪১ শতাংশ
মাজুলী- ২৬. ০৫ শতাংশ
গোলাঘাট- ২৪.৬০ শতাংশ
বিশ্বনাথ- ২৫. ৯৩ শতাংশ
শোণিতপুৰ- ২৫.৮৬ শতাংশ
লখিমপুৰ- ২৫.৭১ শতাংশ
ধেমাজি- ২৫.২৩ শতাংশ
কাছাৰ- ২৬. ০৫ শতাংশ
শ্ৰীভূমি- ২৫. ৭৩ শতাংশ
হাইলাকান্দি- ২৫.৩১ শতাংশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Panchayat ElectionPanchayat Election 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
Next Post
১৫ দিনলৈ নিজৰ প্ৰস্ৰাৱ পান কৰিছিল পৰেশ ৰাৱালে, এই গৰাকী অভিনেত্ৰীয়ো কৰিছে একে কাম

১৫ দিনলৈ নিজৰ প্ৰস্ৰাৱ পান কৰিছিল পৰেশ ৰাৱালে, এই গৰাকী অভিনেত্ৰীয়ো কৰিছে একে কাম

ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন

ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.