• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন

ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন

1 year ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

59 minutes ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

1 hour ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

2 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

2 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

3 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

3 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

4 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন

editor by editor
May 2, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন
0
SHARES
622
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতে আক্ৰমণ নকৰোতেই পাকিস্তানৰ এই ঠাইত ১২ দিনীয় লকডাউন

পেহেললগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতৰ পৰা এই পৰ্যন্ত কোনো সামৰিক ব্যৱস্থা হোৱা নাই যদিও পাকিস্তানৰ বিভিন্ন অঞ্চলত এক ভয়ৰ পৰিৱেশ স্পষ্টকৈ দেখা যায়। এফালে কৰাচীত ১৪৪ ধাৰা জাৰি কৰা হৈছে। এতিয়া খাইবাৰ জিলাৰ জামৰুদ অঞ্চলত ১২ দিনীয়া স্মাৰ্ট লকডাউন ৰূপায়ণ কৰা হৈছে।

অৱশ্যে চৰকাৰী কাৰণ Monkey POxৰ ঘটনা বুলি কোৱা হৈছে। উপ আয়ুক্ত কেপ্তেইন (অৱসৰপ্ৰাপ্ত) বিলাল শ্বাহিদ ৰাৱে জাৰি কৰা নিৰ্দেশ অনুসৰি এই সময়ছোৱাত অঞ্চলটোত মানুহৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব।

পাকিস্তানৰ খাইবাৰ জিলাৰ জামৰুদ অঞ্চলৰ ‘পাম্প হাউচ গুণ্ডী মহল্লা’ত মাংকী পক্সৰ ঘটনা সংঘটিত হোৱাৰ পাছত সমগ্ৰ স্থানীয় অঞ্চলটোত ১২ দিনীয়া লকডাউন ঘোষণা কৰিছে প্ৰশাসনে।

যদিও স্থানীয় প্ৰশাসনে স্বাস্থ্যজনিত কাৰণত এই সিদ্ধান্ত লোৱা বুলি কৈছে, বিশেষজ্ঞসকলৰ মতে ভাৰতৰ পৰা সম্ভাৱ্য প্ৰতিশোধৰ বাবে ইতিমধ্যে পাকিস্তানৰ স্পৰ্শকাতৰ অঞ্চলত সতৰ্কতা মোডত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ পিছত এতিয়ালৈকে ভাৰতৰ ফালৰ পৰা কোনো সামৰিক ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও পাকিস্তানৰ নিৰাপত্তা সংস্থাসমূহ বিভিন্ন অঞ্চলত সষ্টম হৈ আছে। কৰাচীত ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও এতিয়া খাইবাৰৰ দৰে অঞ্চলতো প্ৰশাসনিক কঠোৰতা দেখা গৈছে। অৰ্থাৎ ভাৰতে এতিয়াও কোনো ব্যৱস্থা লোৱা নাই যদিও পাকিস্তানৰ ভিতৰতে ইয়াৰ ভয় লকডাউনৰ ৰূপত দেখা দিবলৈ আৰম্ভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India PakistanPahalgam Attack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ’ব শনিৰ বিপৰীত গতি

১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ'ব শনিৰ বিপৰীত গতি

দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ

দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ'ল বৈভৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.