• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ’ব শনিৰ বিপৰীত গতি

১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ’ব শনিৰ বিপৰীত গতি

1 year ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

39 minutes ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

1 hour ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

2 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

2 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

3 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

4 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

4 hours ago
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

5 hours ago
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

5 hours ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

5 hours ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

6 hours ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ’ব শনিৰ বিপৰীত গতি

editor by editor
May 2, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ’ব শনিৰ বিপৰীত গতি
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩৮ দিনলৈ সাৱধানে থাকক ৩ ৰাশি! অশুভ হ’ব শনিৰ বিপৰীত গতি

বৈদিক জ্যোতিষৰ মতে শনি গ্ৰহটোৱেই হৈছে গতি সলনি কৰা আটাইতকৈ লেহেমীয়া গ্ৰহ আৰু যেতিয়াই ৰাশিৰ পৰিৱৰ্তন ঘটে তেতিয়াই সকলো ৰাশিৰ ওপৰত বেলেগ বেলেগ ধৰণে প্ৰভাৱ পেলায়। শনিৰ গতিৰ ফলত ১২টা ৰাশিৰ ওপৰত ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ পৰে। ৰাশি আৰু নক্ষত্ৰৰ পৰিবৰ্তনৰ উপৰিও শনি গ্ৰহ প্ৰত্যক্ষ আৰু পশ্চাদগতিও গতি কৰে। ১৩ জুলাই দেওবাৰে কৰ্মফলম দাতা শনিয়ে বিপৰীত দিশত গতি কৰিব। ইয়াৰ ফলত সমস্যা বাঢ়িব পাৰে ৩ ৰাশিৰ লোকৰ।

কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ লোকসকলে শনিৰ ৰেট্ৰ’গ্ৰেডৰ পৰা সাৱধান হ’ব লাগে। আৰ্থিক লোকচান হ’ব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। জাংক ফুড বা বাহিৰৰ খাদ্য নাখাব। কৰ্মৰত লোকে সাৱধানে কাম কৰাটো জৰুৰী। ব্যৱসায়ত লোকচান হ’ব পাৰে। ঘৰত উত্তেজনাৰ পৰিবেশ। কোনো কাৰণ নোহোৱাকৈ কাজিয়া হ’ব পাৰে।

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ লোকে অলপ সাৱধান হোৱাটো জৰুৰী। Retrograde Saturn ৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বিবাদত পৰিব পাৰে। বন্ধু-বান্ধৱীৰ লগত কাজিয়া হ’ব পাৰে। আৰ্থিক লোকচান হ’ব পাৰে। ইয়াৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। কোনো কাম কৰিবলৈ মন নাযাব। মানসিক চাপ থাকিব। মানুহৰ সম্পর্কত মধুৰতা বজাই ৰখাটো জৰুৰী, নহ’লে বিবাহ বিচ্ছেদ হ’ব পাৰে৷

মীন ৰাশি
মীন ৰাশিৰ লোকে শনি ৰেট্ৰ’গ্ৰেড হোৱাৰ বাবে সাৱধান হোৱা প্ৰয়োজন। জীৱনত হঠাৎ কিছু পৰিৱৰ্তন হ’ব পাৰে যিয়ে আপোনাক মানসিক চাপত ৰাখিব। আপুনি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগিব। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান নহ’ব। ভৰিৰ বিষ বা আন কোনো সমস্যা হ’ব পাৰে। নিয়োজিত লোকৰ বাবে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ’ব। বিবাদত পৰিব পাৰে। গতিকে কথাবোৰত সাৱধান হওক আৰু কাৰো লগত কোনো কাৰণ নোহোৱাকৈ কথা নাপাতিব। আৰ্থিক লোকচান হ’ব পাৰে। গতিকে বুদ্ধিমানৰূপে বিনিয়োগ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyhoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

May 6, 2026
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই
জীৱনশৈলী

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

May 6, 2026
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

May 6, 2026
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?
জীৱনশৈলী

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

May 6, 2026
Next Post
দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ

দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ'ল বৈভৱ

১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.