• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ

দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ

1 year ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

20 minutes ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

54 minutes ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

2 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

2 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

3 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

3 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

4 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

5 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

5 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

18 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

18 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ

editor by editor
May 2, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্ভাগ্যবশতঃ এইবাৰ লজ্জাজনক ৰেকৰ্ডৰ অধিকাৰী হ’ল বৈভৱ

১৪ বছৰীয়া বৈভৱে ৩৫ বলত ১০০ ৰান কৰি যি ৰেকৰ্ডৰ গৰাকী হৈ সমগ্ৰ ক্ৰিকেট বিশ্বতে খলকনি তুলিছিল, সেই বৈভৱে এইবাৰ নিবিচৰা সত্তেও , দুৰ্ভাগ্যবশতঃ এক নিৰ্লজ্জ ৰেকৰ্ডৰো গৰাকী হয়। যি ৰেকৰ্ডৰ পৰা সাধাৰণতে পলাই ফুৰে খেলুৱৈ সকল।

কালি ১ মে’ তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাজস্থান আৰু মুম্বাই দলৰ মাজৰ খেলখনতেই নিৰ্লজ্জ ৰেকৰ্ডৰ গৰাকী হয় বৈভৱ সূৰ্যবংশী। কালি দ্বিতীয়টো বলতে শূণ্যতে আউট হয় বৈভৱ। যাৰ পাছতে নিবিচৰাকৈ এক ৰেকৰ্ডৰ গৰাকী হয় বৈভৱ।

আই পি এলৰ খেলত শূণ্যতে আউট হোৱা সবাতোকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ। লগতে টি-২০ ক্ৰিকেটত শূণ্যতে আউট হোৱা দ্বিতীয়গৰাকী কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ সূৰ্যবংশী।

এদিনতে দুটাকৈ লজ্জাজনক ৰেকৰ্ড বৈভৱৰ নামত সন্নিবিষ্ট হয়। টি-২০ত শূন্যত আউট হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ তালিকা অনুসৰি-

১৩ বছৰ আৰু ২৮৪ দিন – শ্বাহ মুৰিদ – লাহোৰ – ২০১২

১৪ বছৰ আৰু ৩৫ দিন – বৈভৱ সূৰ্যবংশী – জয়পুৰ – ২০২৫

১৪ বছৰ আৰু ৩১৩ দিন – জৰ্জ চেছেই – লাগোছ – ২০২১

১৫ বছৰ আৰু ৮১ দিন – ৰেমণ্ড ককাৰ – ৰুৱাণ্ডা – ২০২২

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanchicricketCricket Record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য
জীৱনশৈলী

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

May 17, 2026
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…
ভাৰত

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

May 17, 2026
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

May 17, 2026
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

May 17, 2026
Next Post
১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

মেৰী কমে নিশ্চিত কৰিলে বিচ্ছেদৰ খবৰ, ২০২৩ চনতে হৈছিল বিবাহ বিচ্ছেদ

মেৰী কমে নিশ্চিত কৰিলে বিচ্ছেদৰ খবৰ, ২০২৩ চনতে হৈছিল বিবাহ বিচ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.