• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

1 year ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

1 hour ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

2 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

3 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

3 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

16 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

17 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

17 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

18 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

18 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

18 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

19 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

editor by editor
May 2, 2025
in অসম, উত্তৰ-পূব, বিবিধ, বিশ্ব, ভাৰত
0
১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০৮ কুইণ্টল ফুলৰ লগতে এইবাৰো কেদাৰনাথ মন্দিৰৰ শোভা বৰ্ধন অসমৰ ১৪ টা জাপিৰ

কেদাৰনাথ মন্দিৰৰ সাজ-সজ্জা এইবাৰো বিশেষ, পূৰ্বৰ কেইবাবাৰৰ দৰে এইবাৰো মন্দিৰৰ সৌন্দৰ্যত সংযোজিত হল অসমৰ জাপি। ১০৮ কুইণ্টল ফুলৰ লগতে মুঠ ১৪ টা জাপিৰে সজাই তোলা হৈছে মন্দিৰৰ তোৰণ।

আজি শুকুৰবাৰে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে মন্দিৰৰ ভিতৰত জ্বলি থকা চিৰন্তন শিখা দেখা সৌভাগ্য প্ৰাপ্ত কৰে। ইয়াৰ পিছতে ৰুদ্ৰাভিষেক, শিৱস্তক, শিৱ তাণ্ডৱ স্তোত্ৰ আৰু কেদাৰাষ্টকৰ মন্ত্ৰ উচ্চাৰণ কৰা হয়।

প্ৰথমে মন্দিৰত উপস্থিত হৈছিল কৰ্ণাটকৰ বীৰশৈৱ লিংগায়ত সম্প্ৰদায়ৰ প্ৰধান ৰাৱাল ভীমশংকৰ। ইয়াৰ পিছত ৬ মাহ পূৰ্বে বাবাক আগবঢ়োৱা ভীষ্ম শৃংগাৰ আঁতৰাই দিয়া হয়।

এইবাৰ মুঠ ৫৪ বিধ ১০৮ কুইণ্টল ফুলেৰে সজাই তোলা হৈছে মন্দিৰ। লগতে শোভা বৰ্ধনত স্থান পাইছে অসমীয়াৰ মান জাপি। ফুলৰ ভিতৰত আছে নেপাল, থাইলেণ্ড, শ্ৰীলংকাৰ দৰে বিভিন্ন দেশৰ পৰা অনা গোলাপ আৰু নাৰ্জী ফুল।

আজিৰ প্ৰথম দিনাই প্ৰায় ১০ হাজাৰ লোক দৰ্শনৰ বাবে আহে মন্দিৰলৈ। ভক্তসকলে এতিয়া আগন্তুক ৬ মাহৰ বাবে দৰ্শন কৰিব পাৰিব কেদাৰনাথ মন্দিৰ।

জুনৰ পৰা আগষ্টৰ ভিতৰত যদি বতৰ ভাল হৈ থাকে, তেন্তে এইবাৰ ২৫ লাখৰো অধিক লোক কেদাৰনাথ ধামত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assamese JapiJapiKedarnathKedarnath Temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
প্ৰযুক্তি

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
Next Post
মেৰী কমে নিশ্চিত কৰিলে বিচ্ছেদৰ খবৰ, ২০২৩ চনতে হৈছিল বিবাহ বিচ্ছেদ

মেৰী কমে নিশ্চিত কৰিলে বিচ্ছেদৰ খবৰ, ২০২৩ চনতে হৈছিল বিবাহ বিচ্ছেদ

৭.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দুখন দেশ, আকৌ কঁপি উঠিল টেকটনিক প্লেট, ক’ত ক’ত ছুনামীৰ সতৰ্কতা জাৰি?

৭.৪ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দুখন দেশ, আকৌ কঁপি উঠিল টেকটনিক প্লেট, ক’ত ক’ত ছুনামীৰ সতৰ্কতা জাৰি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.