• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে খুলিল সীমান্তৰ দুৱাৰ! দলে দলে গাজা এৰিছে জনতাই

যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে খুলিল সীমান্তৰ দুৱাৰ! দলে দলে গাজা এৰিছে জনতাই

3 years ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

24 minutes ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

1 hour ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

1 hour ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

2 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

3 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

3 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

4 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

6 hours ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

7 hours ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

9 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে খুলিল সীমান্তৰ দুৱাৰ! দলে দলে গাজা এৰিছে জনতাই

editor by editor
November 1, 2023
in জীৱনশৈলী, বিশ্ব
0
যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে খুলিল সীমান্তৰ দুৱাৰ! দলে দলে গাজা এৰিছে জনতাই
0
SHARES
410
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুদ্ধ কাৰনো ভাল লাগে। যুদ্ধৰ অন্তত নতুন প্রভাতৰ সপোন সকলোৱে দেখে যদিও যুদ্ধৰ দুৰ্বিসহ কৰি তোলে বৰ্তমানক। ভৱিষ্যতৰ সপোন দেখিব খুজিও পাহৰি যায় প্ৰত্যেকজন বাসিন্দাই। ইজৰাইল-হামাছৰ যুদ্ধত তেনে এক পৰিবেশেই বিৰাজ কৰিছে গাজাত। হেঁপাহেৰে সাজি লোৱা ঘৰ-দুৱাৰ এৰি পলায়নৰ সিদ্ধান্ত হৈছে প্ৰায়সংখ্যক বাসিন্দাই। যুদ্ধত মৃত্যু হৈছে একাংশৰ, একাংশই আকৌ যুদ্ধৰ ভয়াৱহতাৰ বাবে গাজা এৰি পলায়ন কৰিছে। মুঠতে জনশূন্য হোৱাৰ দিশে গাজা।

যুদ্ধৰ আৰম্ভনিত ৰাফাহ সীমান্তৰ পৰা মিছৰ হৈ গাজা এৰিছে প্ৰায়সংখ্যক লোকে। কিন্তু ৰাফাহ সীমান্ত যুদ্ধৰ ভয়াৱহতা বৃদ্ধিৰ বাবে বন্ধ কৰি দিয়ে প্রশাসনে। মানুহ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰশাসনে। সূত্ৰৰ খবৰ অনুসৰি সকলো মিলি প্ৰায় ৪০০ বিদেশী নাগৰিক আৰু দ্বৈত পাছপোৰ্টধাৰীও গাজাত বন্দী হৈ আছে। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জনোৱা অনুসৰি গাজাত দুজন ভাৰতীয় নাগৰিক আছে। তেওঁলোকক আনিবৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।

বিদেশী নাগৰিকক গাজাৰ পৰা উদ্ধাৰ কৰাৰ বাবে অসুবিধাৰ সৃষ্টি হৈ থকাৰ সময়তে আশাৰ কিৰণ দেখা গৈছে। বুধবাৰে খুলি দিয়া হৈছোে গাজাৰ ভূখণ্ডৰ পৰা মিছৰৰ মাজৰ ৰাফাহ সীমান্ত ক্ৰছিঙৰ দৰ্জা। ৭অক্টোবৰত যুদ্ধ আৰম্ভ হোৱাৰ পৰা প্ৰথমবাৰৰ বাবে খুলি দিয়া হৈছে গাজা সীমান্তৰ দৰ্জা। সংবাদ সংস্থা এএফপিয়ে জনোৱা অনুসৰি ৰাফাহ সীমান্ত খোলাৰ লগে লগেই বিদেশী পাছপোৰ্টধাৰীসকলে গাজা এৰিছে। প্ৰথম দলটোক যুদ্ধবিধ্বস্ত গাজাৰ পৰা মিছৰলৈ লৈ গৈছে প্ৰশাসনে। কাটাৰৰ মধ্যস্থতাত মিছৰ, ইজৰাইল আৰু হামাছ গোষ্ঠীৰ মাজত হোৱা এক চুক্তিৰ ফলতেই যুদ্ধৰ মাজত ৰাফাহ সীমান্ত খুলি দিয়া হৈছে।

চুক্তি অনুসৰি গাজাত থকা বিদেশী নাগৰিকে তাৰপৰা ওলাই যাব পাৰিব। গুৰুতৰভাৱে আহত ব্যক্তিক এই সীমান্ত ক্ৰছিঙেৰে মিছৰলৈ লৈ যোৱাৰ অনুমতি দিয়া হৈছে। কিন্তু এই সীমান্ত কিমানসময়ৰ বাবে খুলি দিয়া হৈছে সেই সম্পৰ্ক স্পষ্টৰূপত জনোৱা হোৱা নাই। সীমান্ত খুলি দিয়াৰ এদিনৰ ভিতৰতেই বহু লোকে গাজাৰ পৰা ওলাই যোৱাৰ দৃশ্য শ্বেয়াৰ কৰিছে মিছৰৰ কেইবাটাও টেলিভিছনে। বহুকেইখন এম্বুলেন্সো পাৰ হৈছে এই সীমান্তৰে।

বুধবাৰে গাজাৰ এক শিবিৰত ইজৰাইলী বিমান আক্ৰমণ চলিছিল। এনেদৰে দৈনিক চলি থকা আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈকে গাজা এৰিবলৈ উদ্যত হৈছে প্ৰায়সংখ্যক লোক। মঙলবাৰে ইজৰাইলে চলোৱা আক্ৰমণত গাজাত ৪৭ জন লোক নিহত হৈছে। নিহতৰ সংখ্যা দৈনিক বাঢ়িয়েই আছে। কাটাৰ, স্কটলেণ্ড, বলিভিয়াৰ দৰে কেইবাখনো দেশে ইজৰাইলে চলাই থকা এই আক্ৰমণক বিৰোধীতা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
Next Post
২৪ঘণ্টাৰ পাছতেই বেয়া সময় আৰম্ভ হ’ব ৩ ৰাশিৰ, শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্যা বঢ়াব এইকেইটা ৰাশিৰ

২৪ঘণ্টাৰ পাছতেই বেয়া সময় আৰম্ভ হ’ব ৩ ৰাশিৰ, শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্যা বঢ়াব এইকেইটা ৰাশিৰ

১৪ নে ১৫ কেতিয়া ভাই ফোঁটা? জানি লওক সঠিক তাৰিখ আৰু শুভ সময়

১৪ নে ১৫ কেতিয়া ভাই ফোঁটা? জানি লওক সঠিক তাৰিখ আৰু শুভ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.