• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ঘণ্টাৰ পাছতেই বেয়া সময় আৰম্ভ হ’ব ৩ ৰাশিৰ, শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্যা বঢ়াব এইকেইটা ৰাশিৰ

২৪ঘণ্টাৰ পাছতেই বেয়া সময় আৰম্ভ হ’ব ৩ ৰাশিৰ, শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্যা বঢ়াব এইকেইটা ৰাশিৰ

2 years ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

21 minutes ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

33 minutes ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

59 minutes ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

1 hour ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

2 hours ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

2 hours ago
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

4 hours ago
পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

পুৱাই উঠি ভাগৰুৱা অনুভৱ কৰিছে? আপোনাৰ নিশা টোপনি ভাল হোৱা নাই? শৰীৰে কেতিয়া ভাগৰুৱা হোৱাৰ ইংগিত দিয়ে?

4 hours ago
সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

সলনি হ’ল PF উলিওৱা নিয়ম, এতিয়াৰে পৰা UPIৰ জৰিয়তেই সহজে উলিয়াব পাৰিব PFৰ ৭৫ শতাংশ ধন

5 hours ago
ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

ভাল সুযোগ দিছে এই চৰকাৰী প্ৰকল্পই! প্ৰতি মাহে ২০০০, ৩০০০ অথৱা ৫০০০ টকা জমা কৰিলে ৫ বছৰত কিমান ধন ৰিটাৰ্ণ পাব?

16 hours ago
পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

পঞ্জাৱ নেচনেল বেংকত ৩ বছৰৰ এফ ডিত ১,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব? জানক সবিশেষ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৪ঘণ্টাৰ পাছতেই বেয়া সময় আৰম্ভ হ’ব ৩ ৰাশিৰ, শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্যা বঢ়াব এইকেইটা ৰাশিৰ

editor by editor
November 2, 2023
in জীৱনশৈলী, ভাৰত
0
২৪ঘণ্টাৰ পাছতেই বেয়া সময় আৰম্ভ হ’ব ৩ ৰাশিৰ, শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্যা বঢ়াব এইকেইটা ৰাশিৰ
0
SHARES
66.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাশি পৰিবৰ্তন কৰি বেছ কিছু ৰাশিৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিছে শুক্ৰই৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি সুখ, বৈভৱ, বিলাসিতা, সমৃদ্ধি, ভালপোৱাৰ কাৰক গ্ৰহ হৈছে শুক্ৰ৷ শুক্ৰ গ্ৰহক বহুতে শুভ গ্ৰহ বুলিও কয়৷ কিন্তু বহু সময়ত শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত কেইটামান ৰাশিৰ জীৱনত সমস্যাই দেখা দিয়ে৷ ৩ নৱেম্বৰৰ নিশা ৪বাজি ৫৮ মিনিটত বুধৰ ৰাশি কন্যাত সূৰ্যই প্ৰৱেশ কৰিব৷ এই ৰাশিতেই শুক্ৰই ভ্ৰমণ কৰিব৷ এই পৰিস্থিতিত শুক্ৰৰ গোচৰত বেছ কিছু ৰাশিৰ বাবে সমস্যাৰ সৃষ্টি হ’ব৷ এই পৰিস্থিতিত কেইটামান ৰাশিৰ জাতক সতৰ্ক হওক৷

মেষ ৰাশি
ৰাশি পৰিবৰ্তনৰ ফলত এই ৰাশিৰ ষষ্ঠ স্থানত অৱস্থান কৰিব শুক্ৰই৷ এই পৰিস্থিতিত মেষ ৰাশিৰ জাতকসকল সতৰ্ক হওক৷ শুক্ৰত মেষ ৰাশিৰ জাতকৰ সম্পৰ্কত নেতিবাচক প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে৷ কৰ্মক্ষেত্ৰত চেলেঞ্জৰ মুখামুখি হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ মুনাফা কমিব৷ ইয়াৰোপৰি আৰ্থিক লোকচানৰ যোগ আছে৷

সিংহ ৰাশি
শুক্ৰই কন্যা ৰাশিত প্ৰৱেশ কৰাৰ পিছত সিংহ ৰাশিৰ দ্বিতীয় স্থানত বিৰাজ কৰিব৷ এই পৰিস্থিতিত সিংহ ৰাশিৰ জাতকসকল সমস্যাৰ সন্মুখীন হ’ব৷ কেৰিয়াৰত নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে৷ চাকৰি ক্ষেত্ৰতো অসন্তুষ্ট থাকিব এই ৰাশিৰ জাতক৷ ইয়াৰোপৰি কাৰ্যালয়ৰ সহকৰ্মীৰ পৰা সাৱধানে থাকক৷ কাৰণ আপোনৰা লোকচানৰ কাৰণ সহকৰ্মীয়ে হৈ পৰিব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও সময় ভাল নহয়৷ লাভতকৈ ক্ষতি বেছি হ’ব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷

কুম্ভ ৰাশি
এই ৰাশিৰ অষ্টম স্থানত শুক্ৰই প্ৰৱেশ কৰিব৷ এই পৰিস্থিতিত কুম্ভ ৰাশিৰ জাতকৰ উন্নতিৰ পথত বাধা আহিব৷ দাম্পত্য জীৱনত সমস্যা আহিব৷ চাকৰিয়ালসকলৰো কৰ্মক্ষেত্ৰত কোনো কাৰণত অৱসাদ আহিব পাৰে৷ নিজৰ কৰ্মত সন্তুষ্ট নাথাকিব৷ নতুন কামৰ সন্ধান কৰি থাকিব৷ ব্যৱসায়ীসকলে এই সময়ত পৰিশ্ৰমৰ পূৰ্ণ ফল অৰ্জন কৰিব পাৰিব৷ প্ৰতিদ্বন্দীয়ে আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?
জীৱনশৈলী

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

April 24, 2026
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা
জীৱনশৈলী

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

April 24, 2026
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি
জীৱনশৈলী

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

April 24, 2026
Next Post
১৪ নে ১৫ কেতিয়া ভাই ফোঁটা? জানি লওক সঠিক তাৰিখ আৰু শুভ সময়

১৪ নে ১৫ কেতিয়া ভাই ফোঁটা? জানি লওক সঠিক তাৰিখ আৰু শুভ সময়

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাই এখনো নিজা বাহন! মুঠ কিমান সম্পত্তিৰ অধিকাৰী শিৱৰাজ?

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাই এখনো নিজা বাহন! মুঠ কিমান সম্পত্তিৰ অধিকাৰী শিৱৰাজ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.