• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

3 years ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

5 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

6 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

6 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

7 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

8 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

9 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

9 hours ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

10 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

10 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

11 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

13 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

editor by editor
October 19, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনৰ ইজৰাইল ভ্ৰমণৰ মাজতেই ভয়ংকৰ ৰূপ লৈছে ইজৰাইল-হামাছ যুদ্ধই। গাজা ষ্ট্ৰীপ সীমান্তত দুইপক্ষৰ মাজত আৰম্ভ হৈছে তুমুল সংঘৰ্ষ। গাজাত ইহুদি এয়াৰফৰ্ছে চলাইছে জোৰদাৰ আক্ৰমণ। যুদ্ধৰ মাজতেই ইজৰাইল ডিফেন্স ফৰ্ছ বা IDF-ক লৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। ইজৰাইলৰ আইন অনুসৰি প্ৰত্যেক নাগৰিকেই বাধ্যতামূলকভাৱে সেনাবাহিনীত চাকৰি কৰিব লাগে। ইহুদি সৈনিকে মানি চলিব লাগে কিছু বিশেষ নিৰ্দেশনা। ইহুদি সৈনিকৰ কোনো অনুষ্ঠানত যোৱাৰ অনুমতি নাই। সেনা জোৱানৰ অফিচাৰসকলে যাতে ৰাজনীতিত জড়িত হৈ নপৰে তাৰবাবে এই আইন আছে IDFৰ। ইজৰাইলী সেনাৰ যিসকলে দীৰ্ঘদিন ধৰি চাকৰি কৰি থাকে তেওঁলোকে নিজৰ ইউনিফৰ্মো নিজেই তৈয়াৰ কৰিব লাগে।

কেৱল ইজৰাইলত বসবাস কৰা নাগৰিকেই ইহুদি সৈনিকত যোগদান কৰিব তেনে নহয়। উচ্চশিক্ষা বা কামৰ বাবে বিদেশত থকা ইহুদিসকলেও সেনাবাহিনীত চাকৰি কৰিব লাগিব। প্ৰত্যেক বছৰেই বিদেশৰ পৰা ইজৰাইললৈ বহুতেই উচ্চশিক্ষা গ্ৰহণৰ বাবে আহে। তিনি বছৰৰ ভিছা লৈ ইজৰাইললৈ আহিব পাৰে যিকোনো দেশৰ ছাত্ৰই। সেই সময়ৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্ত এইসকল শিক্ষাৰ্থীক দেখুওৱা হয়। এই সময়ত কোনোবা ছাত্ৰ যদি সেনাত যোগদানৰ বাবে আগ্ৰহী হৈ উঠে তেন্তে তেনে ছাত্ৰইয়ো ইজৰাইলৰ সেনাবাহিনীত যোগদান কৰিব পাৰে।

১৮ বছৰৰ পৰাই এজন যুৱকে ইজৰাইলৰ সেনাবাহিনীত ভৰ্তী হ’ব পাৰে। ৩২ মাহ ধৰি এজন ব্যক্তিয়ে সৈনিক হিচাপে চাকৰি কৰিব পাৰে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সেনাত যোগদানৰ বয়স যথাক্ৰমে ২৮ আৰু ২১ বছৰ। তেওঁলোকে যোগদানৰ পাছত ৩২ মাহ ধৰি চাকৰি কৰিব লাগে। উল্লেখ্য যে সৈনিক হিচাপে কৰ্মৰত অৱস্থাত সন্তান জন্ম হ’লে তেওঁলোকে চাকৰি এৰিব লাগে। এই বিশেষ নিৰ্দেশনা সমূহ সকলো নাগৰিকেই মানি চলে যাৰবাবে ইজৰাইলত জনসংখ্যা খুবেই সীমিত। IDFৰ নিয়মমতে এজন সেনাই সন্তান জন্ম হোৱাৰ পাছতেই চাকৰিৰ পৰা অব্যাহতি ল’ব লাগে। তাৰপিছত যদি কোনোৱে আৱেদন কৰে তেন্তে তেওঁলোকক কিছুদিনৰ বাবে চাকৰিত ৰখা হয়। ২০০০ বছৰ আগৰে পৰাই পুৰুষ আৰু মহিলা সৈনিকক এই নিয়ম মানি ট্ৰেইনিং দি অহা হৈছে। মহিলা আৰু পুৰুষক কাঁটাতাৰৰ বেৰেৰে বিভক্ত কৰি বেলেগ বেলেগকৈ ৰখা হয়। পুৰুষ আৰু মহিলাৰ এটা এটা পল্টনত ২০ জনকৈ সদস্য থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

August 4, 2026
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি
বিনোদন

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

August 4, 2026
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?
বিনোদন

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

August 4, 2026
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও
জীৱনশৈলী

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

August 4, 2026
Next Post
গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, ‘আমি বিদেশীৰ অনুদান ল’ম।’

গপত গংগাটোপ মোদীয়ে ছোনীয়া গান্ধীৰ ট্ৰাষ্টৰ ধন ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নলয়! অমিত শ্বাহে মোদীৰ মতৰ বিপৰীতে কয়, 'আমি বিদেশীৰ অনুদান ল’ম।’

‘দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

'দুই নিউক্লিয়াৰ ছুপাৰ পাৱাৰৰ মাজত যুদ্ধ হ’লে তাৰ ফলাফলে আন এক ইতিহাস ৰচনা কৰিব’ এইবাৰ ৰাছিয়া-আমেৰিকাৰ মাজত বাজিছে যুদ্ধৰ দামামা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.