• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

2 years ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

16 minutes ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

1 hour ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

2 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

3 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

4 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

5 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

14 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

15 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

15 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?

editor by editor
October 3, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
ৰকেট আক্ৰমণেৰে ইজৰাইলক কোনেও কেতিয়াও শেষ কৰিব নোৱাৰে! ইজৰাইলৰ আকাশত এনে কি যাদু আছে?
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শক্তিশালী ৰাডাৰ, যিয়ে শত্ৰুৱে দিয়া ৰকেট আকাশতেই ধ্বংস কৰি দিব পাৰে। কেৱল সেয়াই নহয় ইজৰাইলৰ বিখ্যাত ‘আয়ৰণ ডোম’ চিষ্টেম ইমানেই ক্ষমতাশালী যে সেই আয়ৰণ ডোমক পৰিচালিত কৰা ৰিস্ক এণ্ড কণ্ট্ৰল চেণ্টাৰৰ পৰা কম্পিউটাৰেৰেই ইয়াক কণ্ট্ৰল কৰিব পাৰি। আকাশী পথেৰে কোনো শত্ৰুৱে আক্ৰমণ কৰিলে সেই আক্ৰমণৰ লগে লগেই এক্টিভ হৈ পৰে সমগ্ৰ চিষ্টেম।

এই হাঁথিয়াৰ দিয়েই প্ৰতিপক্ষ হামাছক ৰখাবলৈ সক্ষম হৈছে ইজৰাইল। প্ৰথমে পথভ্ৰষ্ট হৈ পৰিলেও এয়াৰ ডিফেন্স চিষ্টেম এতিয়া সম্পূৰ্ণ এক্টিভ হৈ আছে। আয়ৰণ ডোমে ৰকেট বা ক্ষেপণাস্ত্ৰৰ আক্ৰমণক সম্পূৰ্ণৰূপে ৰখাই দিব বিচাৰিছে। ৰকেট-মৰ্টাৰ-গোলা-ড্ৰোনেৰে গুলি সকলোবোৰ ৭০ কিঃমিঃ দূৰত্বতেই নিশ্চিহ্ন কৰি দিব পাৰে। এই এণ্টি মিছাইল চিষ্টেমেৰেই হামাছৰ আক্ৰমণক প্ৰতিহত কৰিছে ইজৰাইলে। অতৰ্কিতে আক্ৰমণ কৰাৰ বাবেই পোনতে ইজৰাইলে ক্ষণিকৰ ভিতৰত জৱাব দিব পৰা নাছিল। ইজৰাইলী সেনা সূত্ৰৰ দাবী এই আয়ৰণ ডোমৰ সহায়তেই তেওঁলোকে গাজাৰ পৰা আকাশীপথেৰে হঠাৎ অহা ৫০০০হাজাৰ ৰকেট আকাশতেই ধ্বংস কৰিবলৈ সক্ষম হৈছে। এই ৰকেট ভূমিত আহি পৰিলে বহু লোকৰ মৃত্যু হ’লহেতেন। ধ্বংসলীলাৰ মাত্ৰা আৰু বৃদ্ধি পালেহেতেন।

আয়ৰণ ডোম চিষ্টেম যথেষ্ট ক্ষমতাশালী হ’লেও আয়ৰণ ডোম চিষ্টেমৰ কিছু ত্ৰুটিও আছে। সকলো বিপদ প্ৰতিহত কৰাৰ ক্ষমতা ইয়াৰ নাই। কম উচ্চতাৰে অহা ক্ষেপণাস্ত্ৰ ধৰি ৰাখিব নোৱাৰে এই হাঁথিয়াৰে। ২০১১ চনত এই ডোম চিষ্টেম ইজৰাইলৰ আকাশত মেলি ধৰিছে ইজৰাইলী সেনাই। দুটাকৈ ইজৰাইলী সংস্থাই ৰাফেল এডভান্সড ডিফেন্স চিষ্টেমছ আৰু ইজৰাইল এৰোস্পেছ ইণ্ডাষ্ট্ৰীছে এই আয়ৰণ ডোম তৈয়াৰ কৰিছে। এই ডোম তৈয়াৰ কৰাত আমেৰিকাইয়ো সহায় কৰিছে ইজৰাইলক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest News Portal of Assamisraelisrael defence systemisrael iron dome
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ
অপৰাধ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

July 25, 2026
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়
জীৱনশৈলী

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

July 25, 2026
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ
অপৰাধ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

July 25, 2026
Next Post
দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

দুৰ্গাপুজাৰ আৰম্ভণিতেই বক্ৰী হ’ব বৃহস্পতি, দেৱীৰ আশীৰ্বাদত টকাৰ পাহাৰ গঢ়িব এই ৫ৰাশিয়ে

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

এই ৫ৰাশিৰ জাতক মা দুৰ্গাৰ সকলোতকৈ প্ৰিয়, দেৱীৰ আশীৰ্বাদ সমগ্ৰ জীৱনেই থাকে এওঁলোকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.