• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ

চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

2 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

3 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

3 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

5 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

6 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

7 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

8 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

9 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

9 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ

চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ

editor by editor
November 1, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, ভাৰত, লেখা
0
চন্দ্ৰযান-৪ৰ অভিযান কেতিয়া? জনাই দিলে ইছৰো প্ৰধানে, গগনযানক লৈয়ো দিছে ডাঙৰ খবৰ
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ জুলাই ২০২৩ উৎক্ষেপণৰ পাছত ২৩ আগষ্টত সফলভাৱে চন্দ্ৰত অৱতৰণ কৰিছিল চন্দ্ৰযানে৷ চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান উপস্থিত হোৱাৰ পাছতেই উৎসাহ বাঢ়িছে ইছৰোৰ৷ এইবাৰ অভিযান চন্দ্ৰযান-৪ৰ৷ ছেপ্টেম্বৰতেই চন্দ্ৰযান-৪ৰ অভিযানত সন্মতি দিছে কেন্দ্ৰীয় চৰকাৰে৷ জনা গৈছে এই প্ৰজেক্টৰ সাম্ভাব্য বাজেটো৷ ২১০৪.০৬ কোটি টকা ব্যয় হ’ব চন্দ্ৰযান-৪ত৷

ইছৰো প্ৰধান এছ সোমনাথে এইবাৰ জনাইছে চন্দ্ৰযান-৪ অভিযানৰ পৰিকল্পনা আৰু অভিযানৰ দিনক্ষণ৷ ইয়াৰ সৈতে জনাইছে গগনযান মিছন সম্পৰ্কেও৷ ছৰ্দাৰ পেটেল মেমোৰিয়েলত দিয়া বক্তৃতাত সোমানাথে জনাইছে, ‘২০২৮ চনৰ চন্দ্ৰযান-৪ অভিযান চলোৱা হ’ব পাৰে৷ গগনযান লঞ্চ কৰাৰ পৰিকল্পনা আছে ২০২৬ত৷’

চন্দ্ৰযান-৩ৰ সাফল্যৰ পাছত কাম চলিছে চন্দ্ৰযান-৪ আৰু গগনযানক লৈ৷ গগনযান হ’ব দেশৰ প্ৰথম মানুহবাহী মহাকাশ মিছন৷ অন্যহাতে চন্দ্ৰযান-৪ৰ পাছত চন্দ্ৰযান-৫ক লৈয়ো পৰিকল্পনা থকাৰ কথা জনাইছে সোমনাথে৷ জাপান মহাকাশ সংস্থা জে এ এক্সএৰ সৈতে একত্ৰে এই প্ৰকল্পৰ কাম কৰি আছে ইছৰোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ

জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.