• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ

জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ

2 years ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

20 minutes ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

2 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

3 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

3 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

4 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

5 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

6 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

20 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

20 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

21 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ

জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ

editor by editor
November 1, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
জোৰকৈ ধৰি চু/ম্ব/ন কৰিছিল ট্ৰাম্পে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভয়ানক অভিযোগ ছুইচ সুন্দৰীৰ
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ নিৰ্বাচনৰ ঠিক পূৰ্বে আকৌ যৌন কেলেংকাৰীৰ অভিযোগ উঠিছে ৰিপাবলিকান নেতা ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে৷ প্ৰাক্তন মডেল ষ্টেছি উইলিয়ামছৰ পাছত এইবাৰ ট্ৰাম্পৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ আনিছে প্ৰাক্তন মিছ ছুইজাৰলেণ্ড প্ৰতিযোগী ব্ৰিটিছ কিউলে৷ প্ৰাক্তন মাৰ্কিন প্ৰেছিডেণ্টৰ বিৰুদ্ধে অভিযোগ আনি প্ৰাক্তন মডেলগৰাকীয়ে কয়, ‘১৯৯৩ চনত নিউয়ৰ্কত নিজৰ হোটেলৰ ৰুমত ব্যক্তিগত কথা পতাৰ চলেৰে তেওঁক মাতি শ্লীলতাহানি কৰিছিল ট্ৰাম্পে৷

কিউলৰ অভিযোগ, ঘৰত সোমায়েই ট্ৰাম্পে জোৰকৈ সাবটি ওঁঠত চুমা খায়৷ তেওঁৰ হাত শৰীৰৰ বিভিন্ন স্থানত বগাই যায়৷ ইয়াৰ পাছতেই পোছাক খোলাৰো চেষ্টা কৰে ট্ৰাম্পে৷ ঘটনাৰ আকস্মিকতাত স্তম্ভিত হৈ লৰালৰিকৈ তাৰ পৰা পলোৱাৰ দৰে ওলাই আহিছিল কিউল৷

এক সাক্ষাৎকাৰত সেই দিনটোৰ ঘটনাৰ বিৱৰণ দি ১৯৯২ চনৰ মিছ ছুইজাৰলেণ্ড বিউটি পেজেণ্টৰ প্ৰতিযোগী কিউলে লগতে কয় যে, ছুইজাৰলেণ্ডৰ মানুহৰ মনত আমেৰিকা মানেই এক বিশাল বেপাৰ৷ তাৰপাছতেই যেতিয়া ট্ৰাম্পৰ নাম আহে তেতিয়া সকলোৱে মুখ মেলি চাই৷ মানহাটনৰ প্লাজা হোটেলত ৫০গৰাকী প্ৰতিযোগীক এটা ইভেণ্টলৈ লৈ যোৱা হৈছিল৷ প্ৰতিযোগীসকলৰ সৈতে আলাপ কৰিবলৈ আহিছিল ট্ৰাম্প৷ সাক্ষাৎকাৰৰ সময়ত মোৰ নামতো ভুলকৈ উচ্চাৰণ কৰিছিল৷ ১০-১৫ মিনিটৰ সাক্ষাৎকাৰতেই ট্ৰাম্পে কিউলক পছন্দ কৰি পেলাইছিল৷ প্ৰেছ লঞ্চ অনুষ্ঠানৰ পাছত এগৰাকী কৰ্মচাৰীক লৈ ট্ৰাম্পে কিউলক আমন্ত্ৰণ কৰে৷

ছুইচ সৌন্দৰ্য প্ৰতিযোগীৰ অভিযোগ, ‘জানিছিলো বিকৃত মানুহটোৰ সন্মুখত নিজকে শান্ত ৰাখিব নোৱাৰিলে খুব ভয়ানক সময়ে সেইদিনা মোৰ বাবে অপেক্ষা কৰিছিল৷ মই আকৌ দেশলৈ উভতি যে আহিম তাতো অশংকা আহিছিল৷ মই প্ৰাণটো মুঠিতে লৈ তাৰ পৰা পলাইছিলো৷’ অৱশ্যে এই অভিযোগক সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে ট্ৰাম্পৰ প্ৰেছ চেক্ৰেটাৰি কেৰোলিন লিভিটে৷ আগন্তুক ৫ নৱেম্বৰৰ নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন মডেলৰ এই অভিযোগ জনমানসত প্ৰভাৱ পেলাব পাৰে বুলি অনুমান কূটনীতিবিদে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

September 13, 2026
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা
অসম

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

September 13, 2026
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা
বাণিজ্য

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

September 13, 2026
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ
শিক্ষা

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

September 13, 2026
Next Post
স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা

স্বামী-পুত্ৰক ত্যাগ কৰি ভাৰতীয় নিৰাপত্তাৰক্ষীক বিয়া কৰাবলৈ ভাৰত পালেহি ব্ৰাজিলিয়ান মহিলা

দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব পাৰে প্ৰিয়ংকা গান্ধী! কি কৈছে জ্যোতিষীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.