• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিখৰত গণতন্ত্ৰ উদযাপন, লাডাখৰ ১৭ হাজাৰ ফুট উচ্চতাত ত্ৰিৰংগা উৰুৱালে ITBPৰ জোৱানে

শিখৰত গণতন্ত্ৰ উদযাপন, লাডাখৰ ১৭ হাজাৰ ফুট উচ্চতাত ত্ৰিৰংগা উৰুৱালে ITBPৰ জোৱানে

5 years ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

2 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

2 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

3 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

3 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

4 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

5 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

5 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

6 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

7 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

8 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

8 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শিখৰত গণতন্ত্ৰ উদযাপন, লাডাখৰ ১৭ হাজাৰ ফুট উচ্চতাত ত্ৰিৰংগা উৰুৱালে ITBPৰ জোৱানে

editor by editor
January 26, 2022
in গুৱাহাটী, ভাৰত
0
শিখৰত গণতন্ত্ৰ উদযাপন, লাডাখৰ ১৭ হাজাৰ ফুট উচ্চতাত ত্ৰিৰংগা উৰুৱালে ITBPৰ জোৱানে
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৭৩ সংখ্যক গণৰাজ্য দিৱস। মহামাৰীৰ সন্ত্ৰাসৰ মাজতো দেশবাসীয়ে অংশ লৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত। নীল আকাশত সদম্ভে উৰিছে ত্ৰিৰংগা। গণৰাজ্য দিৱস উপলক্ষে আজি দিল্লীত পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। এই কাৰ্যসূচীত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশৰ প্ৰান্তে প্ৰান্তে আজি গনতন্ত্ৰ উদযাপন কৰিছে দেশবাসীয়ে৷ লাডাখৰ ১৭ হাজাৰ ফুট উচ্চতাৰ পতাকা উত্তোলন কৰি গনতন্ত্ৰ দিৱস উদযাপন কৰে ITBPৰ জোৱানসকলে৷ উত্তৰাখণ্ডৰ কুমাও ক্ষেত্ৰত ১২ হাজাৰ ফুট উচ্চতাত গনতন্ত্ৰ দিৱস উদযাপন কৰে ITBPৰ জোৱানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24itbpladakh borderrepublic day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
Next Post
বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, অমিক্ৰণকতৈ অধিক বিপজ্জনক হ’ব কোভিডৰ পৰৱৰ্তী ভেৰিয়েণ্ট

বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী, অমিক্ৰণকতৈ অধিক বিপজ্জনক হ’ব কোভিডৰ পৰৱৰ্তী ভেৰিয়েণ্ট

কিয় পদ্ম সন্মান প্ৰত্যাখ্যান কৰিলে বংগৰ দুই স্বনামধন্য ব্যক্তিত্বই?

কিয় পদ্ম সন্মান প্ৰত্যাখ্যান কৰিলে বংগৰ দুই স্বনামধন্য ব্যক্তিত্বই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.