• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যদি সকলো ঠিকে থাকে আৰু ট্ৰাম্প ৰাষ্ট্ৰপতি হয়, তেন্তে উপৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোৱাঁই

যদি সকলো ঠিকে থাকে আৰু ট্ৰাম্প ৰাষ্ট্ৰপতি হয়, তেন্তে উপৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোৱাঁই

2 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

19 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যদি সকলো ঠিকে থাকে আৰু ট্ৰাম্প ৰাষ্ট্ৰপতি হয়, তেন্তে উপৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোৱাঁই

editor by editor
July 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
যদি সকলো ঠিকে থাকে আৰু ট্ৰাম্প ৰাষ্ট্ৰপতি হয়, তেন্তে উপৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোৱাঁই
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি সকলো ঠিকে থাকে আৰু ট্ৰাম্প ৰাষ্ট্ৰপতি হয়, তেন্তে উপৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোৱাঁই

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৪ৰ প্ৰতিদ্বন্দ্বিতা আকৰ্ষণীয় হৈ পৰিছে। যদি সকলো ঠিকে থাকে, তেন্তে ভাৰতৰ জীয়াৰী কমলা হেৰিছৰ পিছত ভাৰতৰ জোঁৱাই জে ডি ভেন্স আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব পাৰে। ড’নাল্ড ট্ৰাম্পে জে ডি ভেন্সক নিজৰ ৰানিং মেট অৰ্থাৎ ৰিপাব্লিকান পাৰ্টিৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰিছে।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ চিনেটৰ জে ডি ভেন্সক নিজৰ ৰানিং মেট কৰি সকলোকে আচৰিত কৰি তুলিছে। ইয়াৰ পূৰ্বে ভাৰতৰে আন এগৰাকী লোকৰ নাম এই ক্ষেত্ৰত বিশেষ চৰ্চাত আছিল। বিবেক ৰামাস্বামীৰ কথা চৰ্চা হৈছিল যদিও শেষত জে ডি ভ্যান্সৰ নাম ঘোষণাৰ পিছত বিবেক ৰামাস্বামীৰ আশাত আঘাত লাগে।

ট্ৰাম্পৰ এই সিদ্ধান্তৰ লগে লগে ৰিপাব্লিকান নেতা জে ডি ভেন্সৰ মান আৰু বৃদ্ধি পালে। উল্লেখ্য যে, বছৰ বছৰ ধৰি ড’নাল্ড ট্ৰাম্পক সমালোচনা কৰি আহিছিল জে ডি ভ্যান্সে। কিন্তু এতিয়া তেওঁ ট্ৰাম্পৰ জনপ্ৰিয়তাবাদী এজেণ্ডা গ্ৰহণ কৰিছে। এইদৰে ট্ৰাম্পৰ সমালোচক এতিয়া তেওঁৰ মিত্ৰ হৈ পৰিছে।

ড’নাল্ড ট্ৰাম্পে তেওঁৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত কয়, ‘দীঘলীয়া বিবেচনা আৰু আন বহু প্ৰতিভাৱান লোকৰ প্ৰতি লক্ষ্য ৰাখি মই সিদ্ধান্ত লৈছো যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হ’বলৈ আটাইতকৈ উপযুক্ত ব্যক্তিজন হ’ল অহাইঅ’ ষ্টেটৰ জে ডি ভ্যান্স।

ট্ৰাম্পৰ এই নিৰ্বাচন ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিৱেশনৰ প্ৰথম দিনটোত আৰু পেনচিলভেনিয়াত অনুষ্ঠিত হোৱা সমাৱেশত মাৰাত্মক আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ মাত্ৰ দুদিন পিছতেই ঘটিছে। এতিয়া যদি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হয় তেন্তে জে ডি ভেন্স উপ-ৰাষ্ট্ৰপতি হ’ব।

যদিসকলো ঠিকে তেন্তে কমলা হেৰিছৰ পিছত ভাৰতৰ জোঁৱাই জে ডি ভেন্স উপ-ৰাষ্ট্ৰপতি হ’ব। জে ডি ভ্যান্সৰ পত্নী ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক। জে ডি ভ্যান্সৰ পত্নীৰ নাম উষা ভ্যান্স, অন্ধ্ৰপ্ৰদেশৰ বংশোদ্ভৱ। জেডিয়ে তেওঁৰ সফলতাৰ কৃতিত্ব উছা ভ্যান্সক দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaamerica presidentDonald TrumpIndian Son In LawVice President
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত
অসম

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
Next Post
পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ

পুৱাই হাহাকাৰ, বিহাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ভি আই পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মুকেশ সাহনিৰ পিতৃৰ ক্ষত-বিক্ষত দেহ উদ্ধাৰ

জম্মু-কাশ্মীৰঃ ডোডাত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষ, সেনা বিষয়া আৰু ৪ জোৱানসহ মুঠ ৫ শ্বহীদ

জম্মু-কাশ্মীৰঃ ডোডাত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষ, সেনা বিষয়া আৰু ৪ জোৱানসহ মুঠ ৫ শ্বহীদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.