• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত

গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত

2 years ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

57 seconds ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

1 hour ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

2 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

3 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

3 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

4 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

5 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

14 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

15 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

16 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

16 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত

editor by editor
December 20, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট, ৪০খনৰো অধিক বাহনলৈ বিয়পে জুই, বৰ্তমানলৈ ৪ গৰাকী নিহত

২০ ডিচেম্বৰ শুকুৰবাৰে পুৱাই আহে এক অতিকে ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ। এখন গেছ পৰিবাহী টেংকাৰ ব্লাষ্ট হৈ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যি অগ্নিকাণ্ডত মুহুৰ্ততে অন্য ৪০ খন মান বাহনলৈ বিয়পি পৰে জুই।

এই ভয়ংকৰ তথা অতিকে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ৰাজধানী জয়পুৰত। পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। আজমেৰ ৰোডত সংঘটিত হয় এই ঘটনা।

বৰ্তমানলৈ জানিব পৰা অনুসৰি, এখন চি এন জি গেছ পৰিবাহী টেংকাৰ আছিল, য’ত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় লগে লগে ৰাজপথত থকা অন্য প্ৰায় ৪০ খন মান বাহনলৈ মুহুৰ্ততে বিয়পি পৰে জুই।

অগ্নিকাণ্ডত বহুতো লোক আহত হোৱাৰ খবৰ। লগতে বৰ্তমানলৈ ৪ গৰাকী লোকে এই অগ্নিকাণ্ডৰ ফলত প্ৰাণ হেৰুওৱা বুলি তথ্য লাভ। আহতৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CNG Tanker BlastfireGas Tanker BlastJaipurMassive firerajasthan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
Next Post
ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

ভাইৰেল ভিডিঅ', বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

বৃহস্পতিৰ ওলোটা গতিয়ে চহকী কৰি তুলিব ৩ ৰাশিক, ঘৰলৈ আগমণ হ’ব নতুন অতিথিৰ

বৃহস্পতিৰ ওলোটা গতিয়ে চহকী কৰি তুলিব ৩ ৰাশিক, ঘৰলৈ আগমণ হ'ব নতুন অতিথিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.