• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

2 years ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

43 minutes ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

1 hour ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

2 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

3 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

4 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

4 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

5 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

6 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

14 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

14 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

15 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

editor by editor
December 20, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক
0
SHARES
355
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ, এগৰাকী মহিলাই এজন পুৰুষক এবাৰ দুবাৰ নহয় ২৫ বাৰকৈ থাপৰ শোধাইছে। বাছৰ অন্য যাত্ৰী সকলেও কোনো হকা বধা কৰা নাই মহিলাগৰাকীক। বাছৰ ভিতৰতে মহিলাগৰাকীয়ে চৰ শোধাইছে মানুহজনক।

জানিব পৰা মতে এই ভাইৰেল ভিডিঅ মহাৰাষ্ট্ৰ পুনেৰ। যদিও ভিডিঅ টোত দেখা অনুসৰি মহিলাগৰাকীয়ে নিৰ্বিচাৰে লোকগৰাকীক চৰ শোধাইছে, এই কাৰ্যত কোনেও হকা বধা কৰা নাই, তথাপি সকলোৱে বাহ বাহ দিছে মহিলাগৰাকীৰ। প্ৰকৃত কাৰণ জানি সকলোৱে শলাগ লৈছে মহিলাগৰাকীৰ।

ঘটনাসন্দৰ্ভত জানিব পৰা অনুসৰি মহিলাগৰাকীয়ে পুনেৰ এখন যাত্ৰীবাহী বাছত উঠি যাত্ৰা কৰি আছিল। তেনেতে এগৰাকী সুৰাৰ ৰাগীত মতলীয়া হৈ থকা লোক আহি মহিলাগৰাকীৰ সৈতে অশ্লীল ব্যৱহাৰ কৰিব ধৰে। ভিৰ বাছৰ সুযোগ লৈ বেয়া ইংগিত দিয়ে মহিলাগৰাকীক।

যাৰ বাবেই মহিলাগৰাকী ক্ৰোধান্বিত  হৈ লগে লগে তাৰ প্ৰত্যুত্তৰ দিয়ে। সুৰাসক্ত লোকগৰাকীৰ চোলাত খামুচি ধৰি কেৱল চৰিয়াইছে। মুঠ ২৫ বাৰ চৰ শোধাই লেই লোকগৰাকীক।

https://x.com/gharkekalesh/status/1869676322240483590

যি কাৰ্যৰ বাবেই সাহসি মহিলাগৰাকীৰ শলাগ লৈছে সকলোৱে। লগতে মহিলাগৰাকীৰ এনে সাহসিকতা দেখি সেই দৃশ্য কোনোৱে কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমতে দি দিয়ে। যাৰ ফলতে অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে সেই ভিডিঅ।

কেৱল সিমানেই নহয়, মহিলাগৰাকীয়ে বাছৰ চালকক যাত্ৰা পথত যি আৰক্ষী থানা পাই তাতেই ৰখাই দিবলৈ কয়, আৰু সেই মতেই আৰক্ষী থানা পোৱাৰ পাছত নিজেই সেই সুৰাসক্ত লোকজনক লৈ থানা পাইগৈ। আৰক্ষীৰ ওচৰত লোকগৰাকীক গতাই দিয়াৰ লগতে গোচৰো তৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pune BusSocial Media Viralviral videoWomen Slaps
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
Next Post
বৃহস্পতিৰ ওলোটা গতিয়ে চহকী কৰি তুলিব ৩ ৰাশিক, ঘৰলৈ আগমণ হ’ব নতুন অতিথিৰ

বৃহস্পতিৰ ওলোটা গতিয়ে চহকী কৰি তুলিব ৩ ৰাশিক, ঘৰলৈ আগমণ হ'ব নতুন অতিথিৰ

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ'ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.