• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

2 years ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

27 minutes ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

48 minutes ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

2 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

4 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

6 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

19 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

20 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

21 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

21 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

editor by editor
December 20, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল
0
SHARES
860
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুতলৈ টকা দিয়ে নেকি, সাৱধান! অন্যথা হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল

সুতলৈ বুলি টকা দিওতা সকল এতিয়া সৱধান হোৱাৰ সময়। যদিহে সুতত কাৰোবাক আপোনাৰ জমা ধন দিয়ে, তেন্তে হ’ব পাৰে ১০ বছৰ পৰ্যন্ত জেল, লগতে ১ কোটি টকা পৰ্যন্ত জৰিমনা।

এতিয়াৰ পৰা নিয়ম বহিৰ্ভুত ঋণ প্ৰদান ব্যৱস্থা ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ আইন অনাৰ ব্যৱস্থা কৰিছে। ইয়াৰ খচৰাও দাখিল কৰা হৈছে আৰু অতি সোনকালে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে অনিয়ন্ত্ৰিত ঋণ প্ৰদান ৰোধ কৰাৰ লগতে উলংঘাকাৰীক আৰ্থিক শাস্তিৰ উপৰিও ১০ বছৰ পৰ্যন্ত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছে।

২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত BULA (Ban on Unregulated Lending Activities) শীৰ্ষক বিধেয়কখনৰ খচৰাৰ ওপৰত অংশীদাৰসকলক মতামত দাখিল কৰিবলৈ কোৱা হৈছে।

এই প্ৰস্তাৱিত বিধেয়কখনে ভাৰতীয় ৰিজাৰ্ভ বেংক বা অন্যান্য নিয়ন্ত্ৰকৰ অনুমোদন নথকা আৰু আন কোনো আইনৰ অধীনত পঞ্জীয়ন নোহোৱা সকলো ব্যক্তি বা সত্তাক ৰাজহুৱা ঋণৰ ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে। খচৰা বিধেয়কখনে ‘অ-নিয়ন্ত্ৰিত ঋণ কাৰ্য্যকলাপ’ক এনে ঋণ হিচাপে সংজ্ঞায়িত কৰিছে যিবোৰ নিয়ন্ত্ৰিত ঋণ প্ৰদানৰ পৰিসৰৰ ভিতৰত নপৰে, সেয়া ডিজিটেলভাৱে হওক বা অন্য উপায়েৰে হওক।

খচৰাখনত আত্মীয়ৰ পৰা ঋণ লোৱাৰ বাহিৰে আন যিকোনো অনিয়ন্ত্ৰিত ঋণ প্ৰদানৰ কাৰ্য্যকলাপ নিষিদ্ধ কৰাৰ লগতে ঋণ লোৱাসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে এক ব্যাপক ব্যৱস্থা গঢ়ি তোলাৰ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও কোৱা হৈছে যে যদি কোনো ঋণদাতাই এই আইন উলংঘা কৰি ঋণ দিয়ে, সেয়া ডিজিটেলভাৱে হওক বা আন কোনো উপায়েৰে হওক, তেন্তে তেওঁক নূন্যতম দুবছৰৰ শাস্তি দিয়া হ’ব যিটো সাত বছৰলৈকে বৃদ্ধি কৰিব পাৰি। ইয়াৰ উপৰিও তেওঁৰ ওপৰত ২ লাখৰ পৰা ১ কোটি টকালৈকে জৰিমনাও আৰোপ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Money SchemeNew Rulerbireserve bank of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?
বাণিজ্য

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

August 24, 2026
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
Next Post
ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ’লা স্কুটাৰে, কৰিব এই বিশেষ কাম

ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ'লা স্কুটাৰে, কৰিব এই বিশেষ কাম

খ্ৰীষ্টমাছৰ পূৰ্বে সাৱধান, নাছাই কৰিলে সদৰি- পৃথিৱীৰ দিশে আহি আছে সংকট !

খ্ৰীষ্টমাছৰ পূৰ্বে সাৱধান, নাছাই কৰিলে সদৰি- পৃথিৱীৰ দিশে আহি আছে সংকট !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.