• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ’লা স্কুটাৰে, কৰিব এই বিশেষ কাম

1 year ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

16 seconds ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

43 minutes ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

1 hour ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

3 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

4 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ’লা স্কুটাৰে, কৰিব এই বিশেষ কাম

editor by editor
December 20, 2024
in প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত
0
ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ’লা স্কুটাৰে, কৰিব এই বিশেষ কাম
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেকৰ্ড গঢ়িবলৈ গৈ আছে অ’লা স্কুটাৰে, কৰিব এই বিশেষ কাম

ৰেকৰ্ড গঢ়িবলৈ আগবাঢ়িছে অ’লা স্কুটাৰে। তাৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ প্লান। এই প্লানৰ অধীনত অ’লা স্কুটাৰে কেৱল এদিনতে মুকলি কৰিব ৪ হাজাৰ ষ্টৰ। ইয়াৰ বাবে দিনো ঠিক কৰিছে অ’লা স্কুটাৰ কোম্পানীয়ে।

জানিব পৰা মতে, বিক্ৰী আৰু সেৱা নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে অহা ২৫ ডিচেম্বৰত অভিলেখ সৃষ্টিকাৰী ৪ হাজাৰ ষ্ট’ৰ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে অলা ইলেক্ট্ৰিকে। ইয়াৰ বাবে কোম্পানীটোৱে ‘ছেভিং ৱালা স্কুটাৰ’ অভিযানো আৰম্ভ কৰিছে, যিটো হৈছে ইভিক প্ৰতি ভাৰতীয় ঘৰৰ ওচৰলৈ অনাৰ প্ৰয়াস।

ইয়াৰ বাবে অ’লা ইলেক্ট্ৰিকৰ প্ৰতিষ্ঠাপক তথা চি ই অ ভৱিশ অগ্ৰৱালে এক ভিডিঅ যোগে এই বিষয়ে সদৰি কৰে। তেখেতে কয়- ‘ চলিত বৰ্ষৰ ২৫ ডিচেম্বৰত আমি ভাৰতৰ ইভি বিপ্লৱক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে। আপোনাৰ প্ৰিয় আৰু ভাৰতৰ ১ নম্বৰ ইভি ব্ৰেণ্ড অলা ইলেক্ট্ৰিকে সমগ্ৰ দেশতে ৪০০০ টা ষ্ট’ৰ মুকলি কৰিবলৈ ওলাইছে। প্ৰতিখন জিলা, প্ৰতিখন চহৰতে থাকিব এটা অলা ইলেক্ট্ৰিক ষ্ট’ৰ আৰু এটা অলা ইলেক্ট্ৰিক চাৰ্ভিচ চেণ্টাৰ। যাতে প্ৰতিজন ভাৰতীয়ই নিজৰ ভৱিষ্যতৰ বাবে ইভি কিনিব পাৰে। ইভিৰ সহায়ত প্ৰতিমাহে ৪০০০ টকা ৰাহি কৰিব পাৰিব। আপোনাৰ সঞ্চয় বাঢ়িব, আপোনাৰ ধন সঞ্চয় হ’ব, এই সঞ্চয় স্কুটাৰৰ সহায়ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Electrick ScooterOla Scooter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

May 4, 2026
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব
জীৱনশৈলী

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

May 4, 2026
Next Post
খ্ৰীষ্টমাছৰ পূৰ্বে সাৱধান, নাছাই কৰিলে সদৰি- পৃথিৱীৰ দিশে আহি আছে সংকট !

ভাৰতীয় ৰে’লৱেৰ পৰা সুখবৰ, ১০ খন নহয় একেলগে ২০০ খন নিৰ্মাণ কৰিব বন্দে ভাৰত ট্ৰেইন

ভাৰতীয় ৰে'লৱেৰ পৰা সুখবৰ, ১০ খন নহয় একেলগে ২০০ খন নিৰ্মাণ কৰিব বন্দে ভাৰত ট্ৰেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন